• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

1 year ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

21 minutes ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

2 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

2 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

3 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

12 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

12 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

13 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

14 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

14 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

15 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

editor by editor
June 4, 2025
in জীৱনশৈলী, বাণিজ্য
0
Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টকাৰ প্ৰয়োজন৷ কিন্তু ঋণ একোতেই পোৱা নাই৷ চিন্তা নাই৷ কেন্দ্ৰীয় চৰকাৰে ঋণ দিব৷ কেৱল আধাৰ কাৰ্ড দেখুৱালেই লাভ কৰিব ঋণ৷ নালাগে কোনো গেৰেণ্টাৰো৷ ১২ মাহৰ ভিত্তিত কিস্তিত ঋণ শোধ কৰিলেই হয়৷

ক’ভিড মহামাৰীৰ সময়ত সকলোতকৈ ডাঙৰ ধাক্কা খাইছিল ষ্ট্ৰিট ভেণ্ডাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল৷ তেওঁলোকৰ কাষত ঠিয় দিবলৈকে ২০২০ চনত প্ৰধানমন্ত্ৰী স্ব নিধি যোজনা নামেৰে স্কিম আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এই স্কিমত কেৱল আধাৰ কাৰ্ড থাকিলেই ৫০ হাজাৰ টকা পৰ্যন্ত ঋণ পোৱা যায়৷

প্ৰধানমন্ত্ৰী স্বনিধি যোজনাত ক্ষুদ্ৰ ব্যৱসায়ীয়ে কোনো গেৰেণ্টাৰ অবিহনেই প্ৰথমে ১০ হাজাৰ টকাৰ ঋণ ল’ব পাৰে৷ এই ঋণ সময়মতে পৰিশোধ কৰিলে তেওঁ ২০ হাজাৰ টকাৰ ঋণৰ বাবে আবেদন কৰিব পাৰে৷ এই টকাও যদি তেওঁ নিৰ্দিষ্ট সময়ত পৰিশোধ কৰে তেন্তে তেওঁ ৫০ হাজাৰ টকাৰ ঋণ পাব পাৰে৷

প্ৰধানমন্ত্ৰী স্ব নিধি যোজনাত ঋণ পাবলৈ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক৷ যিকোনো চৰকাৰী বেংকত আধাৰ কাৰ্ড দেখুৱাই ঋণক আবেদন কৰিব পাৰে৷ পি এম স্বনিধি ৱেবচাইট অনুসৰি ঋণৰ আবেদন কৰিবৰ বাবে লোণ এপ্লিকেছন ফৰ্ম পূৰ্ণ কৰিব লাগিব৷ লগতে দিব লাগিব অন্য কিছু নথিপত্ৰ৷ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক থকাটো বাধ্যতামূলক৷ অনলাইনত ই কেৱাইছি বা আধাৰ ভেৰিফিকেচনৰ বাবে অবশ্যে কিছু সময়ৰ প্ৰয়োজন৷

ইয়াৰোপৰি স্থানীয় পঞ্চায়ত বা মিউনিছিপাল কৰ্পৰেছনৰ চাৰ্টিফিকেটো জমা দিব লাগে আবেদনৰ সৈতে৷ ইয়াৰ ফলত ভৱিষ্যতে চৰকাৰী ৱেলফেয়াৰ স্কিমৰ সুবিধা পায় ঋণগ্ৰহীতাই৷ মোবাইল নম্বৰ আপডেট কৰাৰ বাবে এখন ফৰ্ম পূৰণ কৰিব লাগিব৷ এইসমূহ নথিৰ বাহিলে আন কোনো নথিপত্ৰৰ প্ৰয়োজন নাই৷

প্ৰধানমন্ত্ৰী স্বনিধি যোজনাত চাৰি ধৰণৰ কেটাগৰীৰ ব্যৱসায়ীক ঋণ দিয়া হয়৷ যোগ্যতা অনুসৰি আবেদন কৰিব লাগিব৷ ঋণগ্ৰহীতাই অনলাইনতো পি এম স্ব নিধি ৱেবচাইটৰ মাধ্যমেৰে কিংবা কমন ছাৰ্ভিছ চেণ্টাৰৰ মাধ্যমেৰে আবেদন কৰিব পাৰিব৷

সুদৰ হাৰ বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, ক্ষুদ্ৰ ঋণ বেংক আৰু ক’ অপাৰেটিভ বেংকৰ সুদৰ হাৰ অনুসৰি প্ৰযোজ্য হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
Next Post
পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ

পৰাজিত হৈয়ো দৰ্শকৰ হৃদয় জয় শ্ৰেয়াছৰ, খোল খালে ভৱিষ্যতৰ ভাৰতীয় দলৰ অধিনায়কত্বৰ দ্বাৰ

ভাৰতত প্ৰথমখন অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সাজু ষ্টাৰলিংক, কিন্তু তাৰ পূৰ্বে জানি লওক ২টা বিশেষ কথা

ভাৰতত প্ৰথমখন অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সাজু ষ্টাৰলিংক, কিন্তু তাৰ পূৰ্বে জানি লওক ২টা বিশেষ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.