• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লিভাৰত ৰোগে বাঁহ বান্ধিছে? এই ৫সংকেত পালেই অৱহেলা নকৰিব, লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক

লিভাৰত ৰোগে বাঁহ বান্ধিছে? এই ৫সংকেত পালেই অৱহেলা নকৰিব, লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক

11 months ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

44 minutes ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

1 hour ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

1 hour ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

19 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

20 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

20 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

21 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

22 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

22 hours ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

23 hours ago
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

24 hours ago
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লিভাৰত ৰোগে বাঁহ বান্ধিছে? এই ৫সংকেত পালেই অৱহেলা নকৰিব, লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক

লিভাৰত ৰোগে বাঁহ বান্ধিছে? এই ৫সংকেত পালেই অৱহেলা নকৰিব, লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক

editor by editor
June 5, 2025
in জীৱনশৈলী, বিজ্ঞান, স্বাস্থ্য
0
লিভাৰত ৰোগে বাঁহ বান্ধিছে? এই ৫সংকেত পালেই অৱহেলা নকৰিব, লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সময়ৰ সৈতে সলনি হৈছে আমাৰ জীৱনযাপনৰ সংজ্ঞা৷ বৰ্তমান কম বয়সতেই বহু লোকৰ শৰীৰত বাঁহ বান্ধিছে একাধিক ক্ৰনিক ৰোগে৷ যাৰ মাজত অন্যতম হৈছে ফেটি লিভাৰসহ লিভাৰৰ আৰু কেইবাটাও সমস্যা৷ বেছিভাগ মানুহৰেই ধাৰণা, মদ্যপান কৰিলেই কেৱল লিভাৰৰ অসুখ হয়৷ কিন্তু চিকিৎসকে জনাইছে এই ধাৰণা একেবাৰেই সঁচা নহয়৷

সাম্প্ৰতিক এক সমীক্ষা অনুসৰি বৰ্তমান প্ৰায় ৪০শতাংশ ভাৰতীয়ই নন এলকহলিক ফেটিলিভাৰত ভূগিছে৷ আৰু এই ৰোগৰ হাতত ধৰিয়েই শৰীৰত বাঁহ বান্ধিব পাৰে লিভাৰ চিৰোচিছৰ দৰে মাৰণ ৰোগো৷ সেয়ে প্ৰাথমিক পৰ্যায়ত ৰোগ চিনাক্ত কৰাটো জৰুৰী৷ লিভাৰৰ সমস্যাৰ কেইবাটাও লক্ষণ প্ৰাথমিকভাৱে শৰীৰত দেখা যায়৷ জানি থওক সেই লক্ষণসমূহ কি কি?

১. টোপনিৰ পৰা উঠিয়েই পেট ফুলা বা আলস্যবোধ

যদি প্ৰতিদিনে পুৱা টোপনিৰ পৰা উঠি পেট ফুলে বা এনাৰ্জি কম পায় তেতিয়া সতৰ্ক হওক৷ বিশেষকৈ ইয়াৰ সৈতে বমি বমি ভাৱ বা ভোক নলগা আদিও লিভাৰৰ সমস্যাৰ লক্ষণ হব পাৰে৷

২. ভোক কমি যোৱা বা ঘনে ঘনে বমি বমি ভাৱ

যদি আপোনাৰ ক্ৰমাগত ভাৱে ভোক নালাগে বা কাৰণ অবিহনেই বমি বমি ভাৱ আহি থাকে তেতিয়াই বুজিব এয়া লিভাৰৰ সমস্যাৰেই কাৰণ৷

৩. পেটৰ মেদ

ওজন বাঢ়ি যোৱা বিশেষকৈ পেটৰ মেদ বাঢ়িলে সেয়া লিভাৰে সঠিকভাৱে ফেট বিপাক নকৰাৰেই ইংগিত বহন কৰে৷

৪. মুখ, ডিঙি বা বাহুত কলা দাগ

শৰীৰৰ কিছু অংশত পিগমেণ্টেছনো লিভাৰৰ অসুখৰ লক্ষণ৷ যাৰ ভিতৰত মুখ, ডিঙি, বাহুত কলা দাগ দেখিলে প্ৰথমেই সতৰ্ক হওক৷

৫. পেটৰ সোঁফালে অস্বস্তি

যদি আপোনাৰ পেটৰ সোঁফালে বিষ অনুভৱ হয় ইয়াক চিকিৎসাৰ পৰিভাষাত কোৱা হয় হাইপোকণ্ড্ৰিয়াক ৰিজিওন ৷ ই লিভাৰৰ প্ৰদাহৰ ইংগিত দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

April 30, 2026
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

April 30, 2026
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!
জীৱনশৈলী

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

April 29, 2026
আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!
জীৱনশৈলী

আজিয়েই আঁতৰাওক ঘৰৰ মকৰা জাল, নহ’লে জীৱনত পৰিব কু-প্ৰভাৱ!

April 29, 2026
Next Post
দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে অৱশেষত বিয়াত বহিল হীনা খান, কৰ্কটৰ সৈতে যুঁজ চলাই থকাৰ মাজতেই হীনাই ভগাই ল’লে সুখবৰ

দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে অৱশেষত বিয়াত বহিল হীনা খান, কৰ্কটৰ সৈতে যুঁজ চলাই থকাৰ মাজতেই হীনাই ভগাই ল’লে সুখবৰ

মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকললৈ এই খবৰ, চৰকাৰী হাস্পতালত প্ৰৱেশ নিষিদ্ধ কৰা হ’ল সকলো এম আৰৰ, নিৰ্দেশনাত কি কৈছে কেন্দ্ৰই?

মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকললৈ এই খবৰ, চৰকাৰী হাস্পতালত প্ৰৱেশ নিষিদ্ধ কৰা হ’ল সকলো এম আৰৰ, নিৰ্দেশনাত কি কৈছে কেন্দ্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.