• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে অৱশেষত বিয়াত বহিল হীনা খান, কৰ্কটৰ সৈতে যুঁজ চলাই থকাৰ মাজতেই হীনাই ভগাই ল’লে সুখবৰ

দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে অৱশেষত বিয়াত বহিল হীনা খান, কৰ্কটৰ সৈতে যুঁজ চলাই থকাৰ মাজতেই হীনাই ভগাই ল’লে সুখবৰ

1 year ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

2 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

3 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

4 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

5 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

6 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

20 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

21 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

21 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

22 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

22 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

23 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে অৱশেষত বিয়াত বহিল হীনা খান, কৰ্কটৰ সৈতে যুঁজ চলাই থকাৰ মাজতেই হীনাই ভগাই ল’লে সুখবৰ

দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে অৱশেষত বিয়াত বহিল হীনা খান, কৰ্কটৰ সৈতে যুঁজ চলাই থকাৰ মাজতেই হীনাই ভগাই ল’লে সুখবৰ

editor by editor
June 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে অৱশেষত বিয়াত বহিল হীনা খান, কৰ্কটৰ সৈতে যুঁজ চলাই থকাৰ মাজতেই হীনাই ভগাই ল’লে সুখবৰ
0
SHARES
307
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰত বাঁহ বান্ধিছে কৰ্কটে৷ মাৰণৰোগে তেওঁক কিন্তু মৃত্যুমুখী কৰাৰ বিপৰীতে যেন জীৱনমুখীহে কৰি তুলিছে৷ চিকিৎসা চলি থকাৰ মাজতো তেওঁ কৰ্মত বিৰতি লোৱা নাই৷ যন্ত্ৰণাৰ কোনো ছবিয়েই হীনাই জনমানসক দেখুৱাব খোজা নাই৷ মাৰণ ৰোগৰ সৈতে চলি থকা তেওঁৰ যুঁজৰ ছবি মাজে মাজে সামাজিক মাধ্যমত ভগাই লৈছে হীনাই৷ তাৰমাজতেই চলি থকা কামৰ খাতিয়ানো তেওঁ দি গৈছে ছচিয়েল মিডিয়াত৷ আৰু কৰ্কটৰ সৈতে যুদ্ধৰ মাজতেই এইবাৰ জীৱনৰ আন এক ডাঙৰ সিদ্ধান্ত ল’লে হীনাই৷ তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক ৰকি জয়ছোৱালৰ সৈতে বিবাহপাশত আৱদ্ধ হয় হীনা খান৷

কলকাতাৰ ব্যৱসায়ী পৰিয়ালৰ সন্তান ৰকি জয়ছোৱালৰ সৈতে বহুদিনৰ সম্পৰ্ক হীনা খানৰ৷ নিজক একেবাৰে পাৰফেক্ট প্ৰেমিক হিচাপে প্ৰমাণ কৰিছে ৰকিয়ে৷ কৰ্কটত আক্ৰান্ত হৈ থকা হীনাৰ কাষত প্ৰতিমুহূৰ্ততে থিয় দি আছে প্ৰেমিক ৰকিয়ে৷ প্ৰেয়সীৰ মনোবল তেওঁ কোনোদিনে কমিবলৈ দিয়া নাই৷ শেহতীয়াকৈ হীনাৰ সৈতে মক্কা যাত্ৰাতো অংশগ্ৰহণ কৰিছে ৰকিয়ে৷ সেই প্ৰেমিকযুগলেই অৱশেষত বিবাহ বান্ধোনত আৱদ্ধ হৈছে৷

কোনো ধৰ্মীয় আচাৰ নহয়, একেবাৰে সাধাৰণভাৱে কেৱল আইনীমতে বিয়া কৰাইছে তাৰকা যুগলে৷ দুজনেই পৰিধান কৰিছে একে ৰঙৰ পোছাক৷ হাতত হীৰাৰ আঙুঠি৷ ইনষ্টাগ্ৰামত শুভক্ষণৰ বিভিন্ন ছবি শ্বেয়াৰ কৰি হিনাই লিখিছে, ‘দুখন পৃথক জগতৰ পৰা আহি আমি ভালপোৱাৰে এখন বিশ্ব তৈয়াৰ কৰিছো৷ আমাৰ পাৰ্থক্যসমূহ ম্লান হৈ গৈছে৷ আমাৰ হৃদয় একলগ হৈছে৷ আমি আজীৱনৰ বাবে এক হলো৷’

২০০৯ চনত ইয়ে ৰিস্তা ক্যা কেহলাতা হে’ৰ চেটত প্ৰথম দেখা হৈছিল ৰকি-হীনাৰ৷ এই ধাৰাবাহিকৰ প্ৰযোজক আছিল ৰকি৷ ষ্টাৰ প্লাছৰ ধাৰাবাহিকৰ হাতত ধৰিয়েই কলকাতাৰ লৰা ৰকিক নিজৰ মন দি পেলাই কাশ্মীৰৰ কন্যা হীনাই৷ এসময়ত বহুতেই ৰকি আৰু হীনাৰ বিবাহত অন্তৰায় হৈছিল ধৰ্ম বুলি মন্তব্যও কৰিছিল৷ তাৰ মাজতেই হীনাৰ কৰ্কট ৰোগে আকৌ এই সম্পৰ্কলৈ কঢ়িয়াই আনে এজাক দুখৰ ধুমুহা৷ সেই ধুমুহা ক্ষন্তেক ক্ষাম কটাৰ সময়তেই জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো গ্ৰহণ কৰিছে ৰকি আৰু হীনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!
নিয়োগ

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

September 9, 2026
Next Post
মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকললৈ এই খবৰ, চৰকাৰী হাস্পতালত প্ৰৱেশ নিষিদ্ধ কৰা হ’ল সকলো এম আৰৰ, নিৰ্দেশনাত কি কৈছে কেন্দ্ৰই?

মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকললৈ এই খবৰ, চৰকাৰী হাস্পতালত প্ৰৱেশ নিষিদ্ধ কৰা হ’ল সকলো এম আৰৰ, নিৰ্দেশনাত কি কৈছে কেন্দ্ৰই?

আমেৰিকাত কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব এই ১২ দেশৰ নাগৰিকে, অন্য ৭দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা, আঁৰত কি কাৰণ?

আমেৰিকাত কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব এই ১২ দেশৰ নাগৰিকে, অন্য ৭দেশৰ নাগৰিকৰ ওপৰত আংশিক নিষেধাজ্ঞা, আঁৰত কি কাৰণ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.