• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?

কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?

1 year ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

4 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

5 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

5 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

6 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

6 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

7 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

9 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

9 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

10 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

11 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

12 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?

কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?

editor by editor
June 11, 2025
in অপৰাধ, উত্তৰ-পূব
0
কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাৰ ঘটনাত চাৰি অভিযুক্তক সোধপোছ অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে৷ এয়া মাৰ্ডাৰ সেয়া ইতিমধ্যেই প্ৰমাণিতও হৈছে৷ সমগ্ৰ ঘটনা প্লেনিং কৰিয়েই কৰা হৈছিল৷ আৰক্ষী জেৰাত কেইবাটাও চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে৷ পূৰ্বেই জনা গৈছে যে নিজৰ প্ৰেমিক ৰাজক ফোন কৰি সোনমে জনাইছিল যে এই হানিমুনতেই তেওঁ বিধৱা হ’বই৷ অৰ্থাৎ স্বামী ৰাজা ৰঘুবংশীক যদি প্ৰথম প্লেনত মাৰিব নোৱাৰে তেন্তে প্লেন বি সাজু ৰাখিছিল সোনমে৷
ছুপাৰি কিলাৰ আৰু তেওঁৰ বয়ফ্ৰেণ্ডে যদি মাৰিব নোৱাৰে তেন্তে নিজেই ৰাজাক হত্যা কৰাৰো পৰিকল্পনা কৰিছিল সোনমে৷ ধৃত সোনম ৰঘুবংশীয়ে তেওঁৰ স্বামীক হত্যা কৰাৰ বাবে যি পৰিকল্পনা কৰিছিল সেয়া আছিল ৰাজক ওখ পাহাৰৰ পৰা থেলি তললৈ পেলাই দিয়াৰ পৰিকল্পনা৷ ছেলফি উঠাৰ অজুহাতেৰে সেয়ে ৰাজাক পাহাৰৰ ওপৰলৈকো লৈ গৈছিল সোনমে৷
ৰাজ কুশৱাহাৰ মোবাইলৰ পৰা বহু ১০টকীয়া নোটৰ নম্বৰ পোৱা গৈছে৷ ইয়াৰ পৰাই ধাৰণা কৰা হৈছে যে ৰাজ দুই নম্বৰী নোটৰ ব্যৱসায়তো জড়িত৷ ইয়াৰ সৈতে ৰাজা ৰঘুবংশী হত্যাৰ গোচৰৰ অপৰাধো স্বীকাৰ কৰিছে ৰাজ কুশৱাহাই৷ সোধপোছৰ সময়ত ৰাজে জনাইছে যে ৰাজা ৰঘুবংশীক সিঁহতেই হত্যা কৰিছে৷
ইন্দোৰ আৰক্ষীয়ে দুদিন ধৰি সোধপোছ কৰাৰ পাছত মেঘালয় আৰক্ষীয়ে জিম্মাত লৈছে ৰাজক৷ ৰাজাৰ ঘাতক পত্নী সোনম ৰঘুবংশীয়েই এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড বুলি জনাইছে আৰক্ষীয়ে৷ শ্বিলং আৰক্ষীয়ে সমস্ত অভিযুক্তক লৈ ক্ৰাইম চিনো ৰি ক্ৰিয়েট কৰিছে৷
শ্বিলং আৰক্ষীৰ দলে ৰাজা ৰঘুবংশী হত্যাৰ গোচৰক লৈ সোনমক ক্ৰমাগত সোধপোছ চলাই আছে৷ সকলোবোৰৰ মাজতেই ডাঙৰ প্ৰশ্ন হৈছে ৰাজাৰ পত্নীয়ে এই হত্যাকাণ্ড কৰাৰ পাছত কেনেকৈ ইন্দোৰলৈ গল? এই পৰ্যন্ত সেই তথ্য দিয়া নাই মেঘালয় আৰক্ষীয়ে৷

হত্যাকাৰীয়ে অপৰাধ স্বীকাৰ কৰিছে

এছিপি পুনম চান্দ যাদৱে কয় যে চাৰি অভিযুক্তই তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে৷ হত্যাৰ মূল পৰিকল্পনাকাৰী সোনমেই আৰু সোনমক সহায় কৰিছে ৰাজ কুশৱাহাই৷ বিবাহৰ পূৰ্বে ৰাজা ৰঘুবংশীৰ হত্যাৰ প্ৰস্তুতি চলিছিল৷ অভিযুক্তই ৰাজা ৰঘুবংশীক হত্যাৰ বাবে এটা নিৰ্ভুল পৰিকল্পনা কৰিছিল৷ ৰাজা আৰু সোনমে তেওঁলোকৰ হানিমুন যোৱাৰ পূৰ্বেই অভিযুক্তকেইজন শ্বিলঙলৈ আহিছিল৷

ৰাজা ৰঘুবংশীক প্ৰথম কোনে আক্ৰমণ কৰিছিল

বিশালে প্ৰথমে ৰাজা ৰঘুবংশীক আক্ৰমণ কৰিছিল৷ বিশালৰ ঘৰৰ পৰা যি পোছাক উদ্ধাৰ হৈছে তাত তেজৰ দাগ পোৱা গৈছে৷ এয়া কাৰ তেজ সেয়া ফৰেনছিক তদন্তৰ মাধ্যমেৰেহে পোহৰলৈ আহিব৷ আৰক্ষীয়ে কৈছে যে কোনোৱে যাতে সন্দেহ নকৰে তাৰ বাবে ৰাজ ইন্দোৰৰ পৰা অহা নাছিল এই ঘটনাত৷ শ্বিলং আৰক্ষীয়ে অভিযুক্তসকলৰ পৰা কিছু প্ৰযুক্তিগত প্ৰমাণো পাইছে৷

ইন্দোৰৰ বিমানবন্দৰত অভিযুক্তক মাৰধৰ

ৰাজা হত্যাৰ গোচৰত চাৰি অভিযুক্তক লৈ মেঘালয় আৰক্ষীয়ে ইন্দোৰ এৰিছে৷ অভিযুক্তসকলক বিমানেৰে লৈ অহা হৈছে শ্বিলঙলৈ৷ মেঘালয় আৰক্ষীৰ ডি এছ পি এছ এ ছাংমাইৰ নেতৃত্বত ৫ সদস্যৰ এটা দলে অভিযুক্তসকলক লৈ আহিছে৷ ইফালে ইন্দোৰৰ বিমানবন্দৰত ৰাজা ৰঘুবংশী হত্যাৰ গোচৰৰ অভিযুক্তক দেখি ক্ষুদ্ধ হৈ পৰিছে সাধাৰণ বিমানযাত্ৰী৷ বিমান বন্দৰৰ যাত্ৰীয়ে অভিযুক্তক মাৰধৰো কৰিছে৷  কেৱল সেয়াই নহয় বিমান বন্দৰত ৰাজক এজন যাত্ৰীয়ে চৰো সোধাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
Next Post
কোটিপতি হোৱাৰ পৰা কোনোৱে ৰখাব নোৱাৰে! চন্দ্ৰৰ ধনু ৰাশিত গমনে ৫ৰাশিৰ হাতলৈ অপাৰ ধন অহাৰ সুযোগ দিব

কোটিপতি হোৱাৰ পৰা কোনোৱে ৰখাব নোৱাৰে! চন্দ্ৰৰ ধনু ৰাশিত গমনে ৫ৰাশিৰ হাতলৈ অপাৰ ধন অহাৰ সুযোগ দিব

স্বামীৰ সৈতে ঘনিষ্ঠতাত অস্বস্তি বোধ হৈছিল… প্ৰেমিক ৰাজক মেছেজ কৰি কি কি জনাইছিল সোনমে? ৰাজৰ ফোনৰ পৰা কেইবাটাও তথ্য লাভ আৰক্ষীৰ

স্বামীৰ সৈতে ঘনিষ্ঠতাত অস্বস্তি বোধ হৈছিল... প্ৰেমিক ৰাজক মেছেজ কৰি কি কি জনাইছিল সোনমে? ৰাজৰ ফোনৰ পৰা কেইবাটাও তথ্য লাভ আৰক্ষীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.