• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুচকুত যুৰীয়া সপোন, বিবাহৰ পাছত প্ৰথমবাৰ স্বামীৰ কাষলৈ যাবলৈ আহোতেই সকলো শেষ, স্বামীক লগ পোৱাৰ সপোন বুকুত লৈয়েই অভিশপ্ত  বিমানত ছাই হ’ল নববিবাহিতা খুছবু

1 year ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

28 minutes ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

47 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

1 hour ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

3 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

4 hours ago
সাৱধান! Reels আৰু shortsৰ আসক্তিয়ে মাতিব পাৰে ভয়ংকৰ বিপদ?

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

6 hours ago
টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

7 hours ago
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

9 hours ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুচকুত যুৰীয়া সপোন, বিবাহৰ পাছত প্ৰথমবাৰ স্বামীৰ কাষলৈ যাবলৈ আহোতেই সকলো শেষ, স্বামীক লগ পোৱাৰ সপোন বুকুত লৈয়েই অভিশপ্ত বিমানত ছাই হ’ল নববিবাহিতা খুছবু

দুচকুত যুৰীয়া সপোন, বিবাহৰ পাছত প্ৰথমবাৰ স্বামীৰ কাষলৈ যাবলৈ আহোতেই সকলো শেষ, স্বামীক লগ পোৱাৰ সপোন বুকুত লৈয়েই অভিশপ্ত বিমানত ছাই হ’ল নববিবাহিতা খুছবু

editor by editor
June 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দুচকুত যুৰীয়া সপোন, বিবাহৰ পাছত প্ৰথমবাৰ স্বামীৰ কাষলৈ যাবলৈ আহোতেই সকলো শেষ, স্বামীক লগ পোৱাৰ সপোন বুকুত লৈয়েই অভিশপ্ত  বিমানত ছাই হ’ল নববিবাহিতা খুছবু
0
SHARES
578
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুৰীয়া সপোন বুকুত, প্ৰিয়জনৰ কাষলৈ হেঁপাহেৰে উৰা মাৰিবলৈ সাজু হৈছিলহে৷ স্বামীক লগ পাবলৈ প্ৰথমবাৰৰ বাবে লণ্ডনলৈ যাবলৈ ওলাইছিল খুছবু ৰাজপুৰোহিত৷ আহমেদাবাদৰ পৰা ব্ৰিটেইনলৈ বুলি তেওঁৱো উঠিছিল এয়াৰ ইণ্ডিয়াৰ AI-171 বিমানত৷ কিন্তু বিমানে ৰানৱে এৰাৰ মাত্ৰ ২ মিনিটৰ পিছতেই সকলো শেষ৷ বিমান দুৰ্ঘটনাত নিহত ২৪২ গৰাকী যাত্ৰীৰ মাজত নাম প্ৰকাশ সদ্যবিবাহিত খুছবুৰো৷

ৰাজস্থানৰ বালোতাৰা জিলাৰ আৰাবা গাওঁৰ বাসিন্দা খুছবু৷ এই বছৰৰ জানুৱাৰীতেই মনফুল সিংহৰ সৈতে তেওঁ বিয়া কৰাইছিল৷ তেওঁৰ স্বামী লণ্ডনত থাকে৷ বিবাহৰ পাছত প্ৰথমবাৰ তেওঁৰ স্বামীক লগ কৰিবলৈ যাবলৈ ওলাইছিল৷ অভিশপ্ত বৃহস্পতিবাৰৰ দুপৰীয়া আহমেদাবাদ সৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা উৰণৰ পাছতেই ভয়াৱহ বিমান দুৰ্ঘটনাটো ঘটে৷ এই দুৰ্ঘটনাত মৃত্যু হৈছে ২৪২ জন যাত্ৰীৰ৷ যি এলেকাত বিমানখন পৰিছে সেয়া এখন চিকিৎসা মহাবিদ্যলয়ৰ ছাত্ৰ আৱাস৷ সেই আৱাসত থকা ৫০জনতকৈ অধিক ছাত্ৰই প্ৰাণ হেৰুৱাইছে৷ মৃতকৰ প্ৰকৃত সংখ্যা অৱশ্যে এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ
বিনোদন

August 9, 2026
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?
বিনোদন

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

August 9, 2026
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ
বিনোদন

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

August 9, 2026
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য
জীৱনশৈলী

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

August 9, 2026
Next Post
২০০ মৃতদেহৰ DNAৰ নমুনা সংগ্ৰহ, চিনাক্ত কৰা মাংসপিণ্ড গতাই দিয়া হৈছে পৰিয়ালৰ হাতত

ঈদৰ বাবে ছাৰপ্ৰাইজ দিবলৈ সুৰাটত থকা পিতৃগৃহলৈ আহিছিল আকিল আৰু পত্নী কন্যা, পুনৰ লণ্ডনলৈ উভতি যোৱা নহ’ল আকিল আৰু তেওঁৰ পৰিয়ালৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন