খেতিয়কৰ কপালৰ ঘামত সিক্ত দিল্লী। ‘জানাইতো খেতিয়কৰ ল’ৰাৰ হাত বৰ চিধা’- লক্ষ্যচ্যুত নহয় চহা জনতা। কৃষি আইন নামানে, নামানে, নামানে।