• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

9 months ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

6 minutes ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

55 minutes ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

2 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

3 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

21 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

23 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

24 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

editor by editor
June 21, 2025
in জীৱনশৈলী, লেখা
0
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সনাতন ধৰ্ম অনুসৰি তুলসী হৈছে অত্যন্ত পবিত্ৰ গছ৷ ঘৰত তুলসী গছ থাকিলে আৰু নিয়মিত তুলসী গছৰ পূজা কৰিলে সেই সংসাৰত কোনো বিপত্তি নাহে বুলি প্ৰচলিত বিশ্বাস৷ ধাৰণা কৰা হয় তুলসী গছত স্বয়ং মা লক্ষ্মীয়ে বাস কৰে৷ তুলসী গছ ঘৰত থাকিলে নিগেটিভ এনাৰ্জি দূৰ কৰে আৰু এই গছৰ শুভ প্ৰভাৱত সংসাৰত সুখ সমৃদ্ধিয়ে বিৰাজ কৰে৷

তুলসী গছত যদি হঠাৎ কোনো পৰিবৰ্তন আহে তেন্তে বুজিব যে আপোনাৰ সংসাৰত কোনো পৰিবৰ্তন আহিবলৈ গৈ আছে৷ সংসাৰত কোনো বিপদ অহাৰ পূৰ্বে তুলসী গছে নানানধৰণে সংকেত পঠিয়াই৷ যদি তুলসী গছ হঠাৎ শুকাই যায় বা ইয়াৰ পাত সৰিবলৈ ধৰে তেতিয়াই বুজিব যে আপোনাৰ সংসাৰত অশুভ শক্তিৰ আগমন ঘটে৷ জানি থওক সংসাৰত বিপদ অহাৰ পূৰ্বে তুলসী গছে কি কি সংকেত পঠিয়াই৷

কলা হৈ যোৱা তুলসী পাতে কি সংকেত দিয়ে?

যদি আপোনাৰ ঘৰত থকা তুলসী গছৰ পাত হঠাৎ কলা হৈ যায় তেন্তে সাৱধান হওক৷ ইয়াৰ অৰ্থ কাৰোবাৰ অশুভ নজৰ আপোনাৰ সংসাৰত পৰিছে৷ তুলসী গছৰ পাত কলা হৈ গলে যেনেকৈ সংসাৰলৈ বিপদ আহে তেন্তে সংসাৰত ডাঙৰ কোনো ক্ষতি হব পাৰে৷

তুলসী পাত শুকাই যোৱাৰ সংকেত

তুলসী গছ যিমানেই সতেজ আৰু সেউজীয়া হৈ থাকিব সিমানেই শুভ শক্তিৰ বিকিৰণ কৰিব৷ তুলসী গছৰ পাত যদি শুকাই যায় তেতিয়া বুজিব সংসাৰত নিগেটিভ এনাৰ্জি প্ৰবাহিত হব৷ ঘৰত অন্যায় আৰু অধৰ্মৰ প্ৰৱেশ ঘটিলে তুলসী গছৰ পাত শুকাই যাব পাৰে৷ ইয়াৰ ফলত সংসাৰ ছাৰখাৰ হৈ যাব পাৰে৷

তুলসী গছৰ পৰুৱাৰ আগমন

যদি দেখে যে তুলসী গছৰ কাষত বা টাবত পৰুৱা ঘূৰি ফুৰিছে তেন্তে ইয়াৰ অৰ্থ সংসাৰত আৰ্থিক অনাটন আহি আছে৷ ডাঙৰ আৰ্থিক ক্ষতি হব পাৰে বা ঘৰত চুৰিও হব পাৰে তুলসী গছত পৰুৱাৰ আগমন তাৰেই ইংগিত৷ বাস্তুশাস্ত্ৰই কৈছে, তুলসী গছত পৰুৱাৰ আগমন হলে বুজিব যে আপোনাৰ ঘৰত কোনো গোপন শত্ৰু আছে৷

তুলসী গছত নতুন পাতে পোখা নেমেলা

যদি নিয়মিত পানী দিয়া সত্ত্বেও তুলসী গছ নাবাঢ়ে বা তুলসী গছত নতুন পাতে পোখা নেমেলে তেন্তে ই কেৰিয়াৰত উন্নতি নোহোৱাৰ সংকেত দি আছে৷ ইয়াৰ অৰ্থ পৰিয়ালৰ সদস্যসকলৰ পেছাগত জীৱনত বৃহৎ ক্ষতি হবলৈ গৈ আছে৷ সন্তান সংক্ৰান্তিয় কোনো দুঃসংবাদ পাব পাৰে৷

পাতৰ ৰং পাতল হৈ যোৱা

তুলসী গছৰ পাতৰ ৰং যদি পাতল হৈ যায় তেন্তে বুজিব যে সংসাৰত অশান্তিৰ বীজে খোঁপনি পুতিছে৷ ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য হব পাৰে৷

ভুল দিশত তুলসী গছ

তুলসী গছ ঘৰৰ কোন দিশত ৰাখিব, বাস্তুশাস্ত্ৰত সেই বিষয়ে নিৰ্দিষ্টভাৱে উল্লেখ আছে৷ তুলসী গছ ৰখাৰ সঠিক দিশ হৈছে ঘৰৰ উত্তৰ, পূব আৰু উত্তৰ পূৱ দিশ৷ ভুল দিশত তুলসী গছ ৰাখিলে সংসাৰত ক্ৰমাগত নানান সমস্যা থাকিবই৷ পৰিয়ালৰ সদস্যসকল দুৰ্ভাগ্যৰ চিকাৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
আগন্তুক সপ্তাহত চমক দেখুৱাব ভাস্কৰ যোগে, মাহৰ শেষত পকেট ভৰি পৰিব এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত চমক দেখুৱাব ভাস্কৰ যোগে, মাহৰ শেষত পকেট ভৰি পৰিব এই ৫ৰাশিৰ

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.