• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহত চমক দেখুৱাব ভাস্কৰ যোগে, মাহৰ শেষত পকেট ভৰি পৰিব এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত চমক দেখুৱাব ভাস্কৰ যোগে, মাহৰ শেষত পকেট ভৰি পৰিব এই ৫ৰাশিৰ

1 year ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

8 minutes ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

44 minutes ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

2 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

4 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

4 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

5 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

6 hours ago
ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

ঝাৰখণ্ড বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল বিজেপি!

7 hours ago
২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

২১ বছৰত ২৫ বাৰ বদলি! টুকাৰাম মুণ্ডে লগাইছে তোলপাৰ, কঠোৰ উচ্চ ন্যায়ালয়

7 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

১৫ দিনত যমজ সূৰ্যগ্ৰহণে দেখুৱাব প্ৰকোপ! ৩টা ৰাশিৰ আহিব ডাঙৰ বিপদ

8 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

কৰ্মচাৰীসকলে পাব সকাহ! পেঞ্চনাৰ ছ’চাইটিয়ে উত্থাপন কৰিছে এই দাবী

9 hours ago
লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

লেপটপৰ চাৰ্জাৰেৰে আপোনাৰ ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে সাৱধান!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহত চমক দেখুৱাব ভাস্কৰ যোগে, মাহৰ শেষত পকেট ভৰি পৰিব এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত চমক দেখুৱাব ভাস্কৰ যোগে, মাহৰ শেষত পকেট ভৰি পৰিব এই ৫ৰাশিৰ

editor by editor
June 21, 2025
in জীৱনশৈলী, বিবিধ
0
আগন্তুক সপ্তাহত চমক দেখুৱাব ভাস্কৰ যোগে, মাহৰ শেষত পকেট ভৰি পৰিব এই ৫ৰাশিৰ
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ২৩ জুনৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হব সেই সপ্তাহত গঠিত হব ভাস্কৰ যোগ৷ জুন মাহৰ শেষ সপ্তাহত সূৰ্যৰ পৰা দ্বিতীয় ঘৰত গোচৰ কৰিব বুধে৷ আকৌ চন্দ্ৰৰ পৰা একাদশ ঘৰত দূৰৈত অৱস্থান কৰিব সূৰ্যই৷ ইয়াৰ ফলত গঠিত হব ভাস্কৰ যোগ৷ জ্যোতিষশাস্ত্ৰই কৈছে যে ভাস্কৰ যোগৰ শুভ প্ৰভাৱত সম্পদ, সমৃদ্ধি আৰু সাফল্য লাভ হয়৷ জানি থওক ভাস্কৰ যোগৰ প্ৰভাৱত ২৩ জুনৰ পৰা ২৯ জুনৰ ভিতৰত এই সপ্তাহত ভাগ্য চমকি উঠিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

জুনৰ শেষ সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতেই কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব৷ নিজৰ কামৰ বাবে কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ সুনজৰত আহিব৷ কোনো প্ৰিয় সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷

মিথুন ৰাশি

২৩ জুনৰ পৰা ২৯ জুনৰ ভিতৰত এই সপ্তাহত নতুন চাকৰি পাব পাৰে মিথুন ৰাশিৰ জাতকে৷ কাৰ্যালয়ত পদোন্নতি হব পাৰে বা পছন্দৰ স্থানলৈ বদলি হব পাৰে৷ চৰকাৰী কামত আপোনাৰ সন্মুখত থকা বাধা এইবাৰ দূৰ হব৷ কামৰ প্ৰয়োজনত বিদেশ যাত্ৰা বিদেশ যাত্ৰা কৰিব পাৰে৷ দাম্পত্য জীৱন সুখৰ হব৷

ধনু ৰাশি

জুনৰ শেষ সপ্তাহত নানান দিশৰ পৰা লাভজনক হব পাৰে ধনু ৰাশিৰ জাতকৰ বাবে৷ সপ্তাহৰ আৰম্ভণিতে কোনো দীৰ্ঘ বা স্বল্প দূৰত্বৰ যাত্ৰা কৰিব পাৰে, যি কেৰিয়াৰৰ বাবে লাভজনক হব৷ আগন্তুক সপ্তাহত ধনু ৰাশিৰ জাতকৰ মনৰ ইচ্ছা পূৰণ হব৷ নিজৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে ভাস্কৰ যোগৰ প্ৰভাৱত জুনৰ শেষ সপ্তাহত লাভৱান হব৷ কেৰিয়াৰ সংক্ৰান্তিয় সকলো সমস্যাৰ সমাধান এই সময়ত পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাৰ সহায়ত আগুৱাই আহিব৷ ৰৈ থকা টকা উভতাই পাব৷ পৰীক্ষাত সাফল্য লাভৰ যোগ আছে৷ কোনো সুখবৰ পাব পাৰে৷

কুম্ভ ৰাশি

আগন্তুক সপ্তাহত কুম্ভ ৰাশিৰ জাতকৰ জীৱনত সৌভাগ্যৰ দুৱাৰ খুলিব৷ সপ্তাহৰ আৰম্ভণিতে চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব৷ কোনো চৰকাৰী কাম থাকিলে সেয়া সম্পূৰ্ণ কৰিব পাৰিব৷ অফিচত আপোনাৰ শত্ৰুক পৰাজিত কৰিব পাৰিব৷ বুদ্ধি আৰু কৰ্মদক্ষতাৰে তেওঁলোকক হৰুৱাব পাৰিব৷ কেৰিয়াৰত বৃহৎ উন্নতিৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

August 11, 2026
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ
অসম

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

August 11, 2026
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা
বাণিজ্য

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

August 11, 2026
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?
বিনোদন

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

August 11, 2026
Next Post
আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.