• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

1 year ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

10 minutes ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

1 hour ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

2 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

3 hours ago
ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

ভুলতো নকৰিব এইবোৰ কাম, হ’ব অৰ্থ নাশ!

3 hours ago
চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

চিকিৎসালয়ত পাব বিনামূলীয়া চিকিৎসা, যদি হাতত আছে এইখন কাৰ্ড!

4 hours ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

4 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

5 hours ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

6 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

7 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

editor by editor
June 21, 2025
in জীৱনশৈলী, লেখা
0
আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা
0
SHARES
346
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মত শাওন মাহক অত্যন্ত পবিত্ৰ বুলি ধাৰণা কৰা হয়৷ এই মাহটো ভগবান শিৱৰ অত্যন্ত প্ৰিয়৷ শাওন মাহত উপবাস আৰু ৰুদ্ৰাভিষেক কৰিলে শিৱ সন্তুষ্ট হয়৷ তেওঁ কাঙ্খিত বৰ দিয়ে৷ সেয়ে শাওন মাহত ৰুদ্ৰাভিষেক কৰাৰ গুৰুত্ব অপৰিসীম৷ যদিও সম্পূৰ্ণ শাওন মাহ খুবেই বিশেষ, সেয়ে শাওনৰ সোমবাৰ আৰু ইয়াৰ সৈতে কিছু তাৰিখক বিশেষ বুলি কোৱা হয়৷ শাওনৰ সোমবাৰ আৰু এই তিথিসমূহত ৰুদ্ৰাভিষেক কৰিলে বিশেষ ফল পোৱা যায়৷

শাওনত ৰুদ্ৰাভিষেক কৰাৰ শুভ তিথি

শাওনৰ সোমবাৰৰ ওপৰিও শাওন মাহৰ প্ৰদোষ উপবাস, শাওনৰ শিৱৰাত্ৰি, নাগপঞ্চমী ইত্যাদি ৰুদ্ৰাভিষেকৰ বিশেষ তিথি৷ এই দিনসমূহত ৰুদ্ৰাভিষেক কৰিলে মহাদেৱে সমস্ত অসুবিধা দূৰ কৰে আৰু মনৰ ইচ্ছা পূৰণ কৰে৷ সোমবাৰ ২১ জুলাইত শাওনৰ সোমবাৰ, বুধবাৰ, ২৩ জুলাইত শাওনৰ শিৱৰাত্ৰি, সোমবাৰ ২৮ জুলাই শাওনৰ সোমবাৰ, মঙলবাৰ ২৯ জুলাই ২০২৫ নাগপঞ্চমী, সোমবাৰ ৪ আগষ্ট শাওনৰ সোমবাৰ ১১ আগষ্ট শাওনৰ সোমবাৰ৷

ৰুদ্ৰাভিষেকৰ পদ্ধতি

প্ৰথমে শিৱলিংগত বিশুদ্ধ পানী নিবেদন কৰক৷ এই নিবেদনৰ পাছত গংগাজল দিয়ক৷ তাৰপিছতেই গাখীৰ, দৈ, চেনী, ঘী মৌৰ পঞ্চামৃত দি শিৱলিংগৰ অভিষেক কৰক৷ ইয়াৰ পাছতেই আকৌ বিশুদ্ধ পানী নিবেদন কৰি শিৱলিংগ পৰিষ্কাৰ কৰক৷ তাৰপিছতেই শিৱলিংগত হালধীয়া চন্দন বা বগা চন্দনৰ ফোঁট লগাওক৷ ভগবান শিৱক বেলপাত অৰ্পন কৰক৷ ইয়াৰবাবে বেলপাতৰ সংখ্যা ১, ৩, ৫, ৭, ৯, ১১, ২১, ৫১ অথবা ১০৮ ৰাখক৷ এই সময়ত ধ্যান ৰাখিব যাতে কোনো বেলপাতেই আধাছিঙা নহয়৷ তাৰপিছতেই ভগৱান শিৱক বগা ফুলৰ মালা অৰ্পন কৰক৷ ফল বা মিঠাইয়ো ইয়াক সৈতে অৰ্পণ কৰিব পাৰে৷

দেশী ঘীঁৰেহে প্ৰদীপ জ্বলাব৷ এই সময়ত ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি থাকিব৷ অৱশেষত আৰতি কৰক আৰু পূজাত কিবা ভুল ভ্ৰান্তি ৰৈ যাব পাৰে তাৰবাবে ক্ষমা প্ৰাৰ্থনা কৰক৷ তাৰপিছতেই অৱশ্যেই আপোনাৰ সামৰ্থ অনুসৰি দৰিদ্ৰক দান কৰক৷ দান অবিহনে কোনো আচাৰেই সম্পূৰ্ণ নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়
জীৱনশৈলী

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

August 26, 2026
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?
বিশ্ব

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

August 26, 2026
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 26, 2026
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?
জীৱনশৈলী

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

August 26, 2026
Next Post
ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.