• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

5 months ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

1 day ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

1 day ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

1 day ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

1 day ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

1 day ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

1 day ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

1 day ago
হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

2 days ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

2 days ago
বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

2 days ago
পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

2 days ago
শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 13, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে

editor by editor
June 21, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এই ব্লেক হোলে! পৃথিৱীৰ কাষত আছে বিশেষ এটা ব্লেক হোল, ব্লেক হোলৰ বিশেষত্ব জনাই কি কৈছে বিজ্ঞানীয়ে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মিল্কিৱেৰ ছায়াপথৰ ঠিক মধ্যমণি সেয়াই বিশাল কৃষ্ণগহ্বৰ বা ব্লেক হোল৷ তাক লৈ বিজ্ঞানীৰ গৱেষণাৰ অন্ত নাই৷ আৰু কিছু নতুন তথ্য ব্লেক হলক লৈ লাভ কৰিছে বিজ্ঞানীয়ে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নতুন গৱেষণাত এই সমস্ত তথ্য পোৱা গৈছে যি ব্লেক হোলক লৈ বিজ্ঞানীৰ বহু পুৰণি ধাৰণাও সলাই পেলাইছে৷ তেওঁলোকে জনাইছে যে মিল্কিৱেৰ ব্লেক হোল চাজিটাৰিয়াছ এ বা এছ জি আৰ এ সৰ্বোচ্চ গতিত নিৰন্তৰে পাক খাইছে নিজৰ অক্ষৰ চৌপাশে৷

ব্লেক হোল কি?

এক নক্ষত্ৰৰ মৃত্যুতেই মহাকাশত ব্লেক হোলৰ জন্ম লয়৷ এয়া অসীম এক অন্ধকাৰ গহ্বৰ৷ ব্লেক হোলৰ ক্ষমতা ইমানেই বেছি যে তাৰ মাজৰ পৰা পোহৰো বাহিৰলৈ ওলাব নোৱাৰে৷ ব্লেক হোলে গিলি পেলাব পাৰে আশে পাশে থকা সৰু বৰ বহু নক্ষত্ৰকো৷ ইয়াৰ মাজৰ পোহৰ বাহিৰলৈ ওলাব নোৱাৰে বাবেই বিজ্ঞানীৰ ওচৰত ব্লেক হোল এতিয়াও এক বিৰাট ৰহস্য৷ বহুতেই কয়, ব্লেক হোলৰ ৯৯শতাংশই এতিয়াও অজানা৷ আমাৰ পৃথিৱী আৰু সৌৰজগত যি ছায়াপথৰ মাজত আছে তাৰ মাজৰ ব্লেক হোলটোৰ নাম এছ জি আৰ এ৷ ইয়াৰ ভৰ সূৰ্যৰ ভৰতকৈ ৪৩ লাখ গুণ বেছি৷ সহজ কথাত এই ব্লেক হোলৰ মাজত সোমাই পৰিব পাৰে প্ৰায় ৪৩ লাখ সূৰ্য৷ পৃথিৱীৰ পৰা এই ব্লেক হোলৰ দূৰত্ব প্ৰায় ২৬ হাজাৰ আলোকবৰ্ষ৷ সাধাৰণতে এক ছেকেণ্ডত তিনি লাখ কিঃমিঃ দূৰলৈ যাব পাৰে পোহৰ৷ পদাৰ্থবিদ্যাৰ হিচাপে সৰ্বোচ্চ গতি এটাই৷ পোহৰতকৈ দ্ৰুতগতিত একোৱেই যাত্ৰা কৰিব নোৱাৰে৷ মিল্কিৱেৰ ব্লেক হোলৰ ঘূৰ্ণন গতিও পোহৰৰ সমান বুলিয়েই ধাৰণা কৰা হৈছে৷

কেনেকৈ চলিছে এই গৱেষণা

ব্লেক হোল পৰ্যবেক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে ইভেণ্ট হৰাইজন টেলিস্কোপ৷ কৃষ্ণগহ্বৰৰ স্পষ্ট ছবি তোলাৰ বাবে বছৰৰ পাছত বছৰ ধৰি কাম কৰি চলিছে এই টেলিস্কোপ৷ যি ছবি তোলা হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ সাহায্যত তাৰ বাখ্যা কৰিছে বিজ্ঞানীয়ে৷ ব্লেক হোলৰ এখন ভাৰ্ছুৱেল ছবি এ আইৰ মাধ্যমেৰে আগবঢ়োৱা হৈছে৷ নেদাৰলেণ্ডছৰ ৰাডবোৰ্ড বিশ্ববিদ্যালয় আৰ জাৰ্মানীৰ মেক্স প্লেঙ্ক ইনষ্টিটিউট ফৰ ৰেডিঅ’ এষ্ট্ৰোনমিৰ গৱেষক দলৰ এই সংক্ৰান্তিয় সাম্প্ৰতিক পৰ্যবেক্ষণ এষ্ট্ৰোনমি এণ্ড এষ্ট্ৰোফিজিক্স পত্ৰিকাত প্ৰকাশিত হৈছে৷

কি কি তথ্য লাভ?

পৰ্যবেক্ষণে কৈছে, পদাৰ্থবিদ্যাৰ হিচাপত সৰ্বোচ্চ গতিত ঘূৰিছে মিল্কিৱেল ব্লেক হোল৷ তাৰ ঘূৰ্ণন অক্ষটোৱে পৃথিৱীৰ দিশক নিৰ্দেশ কৰিছে৷ ব্লেক হোলৰ চাৰিওফালে যি আভা দেখা গৈছে সেয়া তৈয়াৰ হৈছে গৰম ইলেকট্ৰনৰ প্ৰভাৱত৷ ব্লেক হোলটোৰ চাৰিওফালে যি চৌম্বকীয় ক্ষেত্ৰত আছে সেই সম্বন্ধেও বিজ্ঞানীসকলৰ প্ৰচলিত ধাৰণা সলনি হৈছে নতুন পৰ্যবেক্ষণত৷

পৃথিৱীৰ পৰা ৫.৫ কোটি আলোকবৰ্ষ দূৰৈত অন্য এক ছায়াপথৰ মাজত আছে প্ৰকাণ্ড ব্লেক হোল এম ৮৭৷ ই এইছ টি টেলিস্কোপৰ সহায়ত নজৰ ৰখা হৈছে ইয়াৰ ওপৰত৷ এই মিল্কিৱেৰ এছ জি আৰ এৰ আকাৰ কেইবা হাজাৰ গুণ ডাঙৰ৷ এবাৰতেই গিলি দিব পাৰে তিনি হাজাৰ কোটি সূৰ্যক৷ কিন্তু বিস্ময়ৰ বিষয় হৈছে এই ব্লেক হোলটোৰ ঘূৰ্ণন গতি মিল্কিৱেৰ ব্লেক হোলতকৈ বহু কম৷ বিজ্ঞানীৰ ধাৰণা, এয়া আৰু এটা অতিকায় ব্লেকহোলৰ সৈতে মিলি গৈছে৷ বিজ্ঞানী আশাবাদী যে, ভৱিষ্যতে ডাঙৰ আকাৰৰ টেলিস্কোপেৰে আৰু দূৰৈৰ ব্লেক হোলক লৈ গৱেষণা চলাব বিজ্ঞানীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
জীৱনশৈলী

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন! ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

November 12, 2025
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?
জীৱনশৈলী

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

November 12, 2025
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

November 12, 2025
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?
জীৱনশৈলী

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

November 12, 2025
Next Post
আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.