• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

8 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

editor by editor
June 22, 2025
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সদ্যোজাতৰ জিনৰ পৰীক্ষা বাধ্যতামূলক৷ কোষ যি জিনেৰে বা ডি এন এৰে তৈয়াৰ হৈছে সেয়া পৰীক্ষা কৰি চোৱা হব৷ সেই শিশুটিয়ে আগন্তুক দিনত কোনো জটিল ৰোগৰ চিকাৰ হব নেকি সেয়া ধৰা পৰিব৷ পূৰ্বেই ধৰা পৰিলে আগতীয়াকৈয়ে সেই ৰোগৰো চিকিৎসা চলিব শিশুটিৰ ওপৰত৷ এই পৰিকল্পনা লৈছে ব্ৰিটেনৰ নেশ্ব্যনেল হেলথ ছাৰ্ভিছে৷ জিনগত ৰোগ বা অটোইমিউন অসুখৰ নিৰাময় যাতে কৰিব পাৰি বা দুৰাৰোগ্য ব্যাধি চিহ্নিত কৰিবলৈ ডি এন এ মেপিং কৰা হয়৷ শিশুৰ জিনগত পৰীক্ষা পূৰ্বে কৰা থাকিলে পূৰ্বৰে পৰাই এই চিকিৎসা কৰিব পৰা যায়৷ সেয়ে আগন্তুক ১০ বছৰৰ বাবে এই পৰিকল্পনা লৈছে এন এইচ এছে৷ শিশুৰ জন্মৰ লগে লগেই মাতৃৰ নাড়ি বা অম্বিলিকেল কৰ্ডৰ পৰা কোষৰ নমুনাক লৈ তাৰ ডি এন এ টেষ্ট কৰা হয়৷ প্ৰায় লক্ষাধিক নৱজাতকৰ কোষৰ নমুনা পৰীক্ষা কাম আৰম্ভ কৰিছে ব্ৰিটেইনে৷

জিনগত পৰীক্ষা কিয় ইমান জৰুৰী?

বিশ্বত আনুমানিক ৭০০০ ধৰণৰ বিৰল ৰোগ আছে আৰু প্ৰায় ৩০ কোটি মানুহ এই ৰোগত ভূগি আছে৷ সমীক্ষাই কৈছে যে প্ৰতিবছৰে মুঠ যিমান শিশু জন্ম হৈছে তাৰ মাজত প্ৰায় ৬শতাংশ এই ধৰণৰ বিৰল ৰোগ আছে৷ এওঁলোকৰ মাজত ৩০শতাংশৰেই পাঁচ বছৰ বয়স হোৱাৰ পূৰ্বেই মৃত্যু ঘটে৷ প্ৰেছ ইনফৰমেছন ব্যুৰৰ তথ্যই কৈছে, এই দেশত প্ৰতি বছৰে ৫০ লাখ শিশু নানান জিনগত ৰোগ লৈ জন্ম হয়৷ যদিও সকলো জিনগত ৰোগ প্ৰাণঘাতী নহয়, সাবধানে থকা জৰুৰী৷

যেনে স্পাইনেল মাস্কুলাৰ এট্ৰফি, ছিকল চেল এনিমিয়া, চিষ্টিক ফাইব্ৰচিছ, হান্টিংটনৰ দৰে ৰোগ পৰবৰ্তী সময়ত ধৰা পৰিলে তাৰ চিকিৎসা পদ্ধতি খুবেই জটিল আৰু ব্যয়সাপেক্ষে৷ ৰোগ সম্পূৰ্ণ নিৰায়ম হোৱাৰ সম্ভাৱনাও কম৷ শিশু জন্ম হোৱাৰ সৈতে যদি তাৰ জিনৰ পৰীক্ষা কৰি ৰোগ সন্দৰ্ভত জানিব পাৰি৷

জিন কি? কিয় হয় এই জিনগত ৰোগ?

মানৱকোষ ২২যোৰ ক্ৰমজমেৰে তৈয়াৰ হয় আৰু ইয়াতে এযোৰ চেক্স ক্ৰমজম এক্স আৰু ৱাই৷ পিতৃ-মাতৃৰ পৰা এক্স আৰু ৱাই ক্ৰমজন আহিলে পুত্ৰ সন্তান আৰু এক্স-এক্স ক্ৰমজম আহিলে কন্যাসন্তান হয়৷ এই ক্ৰমজম হাজৰ হাজাৰ জিনেৰে তৈয়াৰ হয়৷ জিনে নিৰ্ধাৰণ কৰে কোন প্ৰাণী দেখাত কেনে হব৷ তাৰ স্বভাৱ কেনে হব, কেনেকৈ জীৱনধাৰণ কৰিব সকলোবোৰ ইয়াৰ ওপৰতেই নিৰ্ভৰশীল৷

এই জিনৰ সাজ সজ্জাত যদি কোনো ত্ৰুটি থাকে অথৱা জিনৰ মাধ্যমেৰে ৰাসায়নিক সাল সলনি ঘটে৷ তেনে হলে জটিল ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ জিনগত ৰোগ নিৰ্মূল কৰা প্ৰায় অসম্ভৱ, তাৰবাবে জিনৰ সাজসজ্জাত সালসলনি আনিব লাগে যি খুবেই জটিল পদ্ধতি৷

এতিয়া পৰ্যন্ত যিমান ধৰণৰ জেনেটিক ডিজঅৰ্ডাৰ পোৱা গৈছে সেয়া তিনি ভাগত ভাগ কৰা হয়৷ চিংগল জিন ডিজঅৰ্ডাৰ, ক্ৰমজমেল ডিজঅৰ্ডাৰ আৰু মাল্টি জিন ডিজঅৰ্ডাৰ৷ মাতৃ আৰু পিতৃৰ শৰীৰৰ পৰা অহা এটা জিনো যদি সলনি হয় তেন্তে সন্তানৰ জিনগত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা ৫০শতাংশ৷ এই ধৰণৰ ৰোগৰ উদাহৰণ হৈছে হান্টিংটনছ ডিজিজ, মাৰফান চিনড্ৰোম, টিউবেৰাউছ স্কলেৰোচিচ ইত্যাদি৷ আকৌ পিতৃ আৰু মাতৃ দুজনেই যদি ৰাসায়নিকভাৱে সলনি হৈ যোৱা বা মিউটেটেড জিনৰ কপি বহন কৰে তেন্তে পৰবৰ্তী প্ৰজন্মৰ জিনগত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ সেই ক্ষেত্ৰত ৰবাৰ্টছ চিনড্ৰোম, চিকল চেল ডিজিজ, চিষ্টিট ফাইব্ৰচিছৰ দৰে ৰোগৰ আশংকা বাঢ়ে৷ তাৰ পূৰ্বেই যদি জিনৰ পৰীক্ষা কৰি ৰখা হয় তেতিয়া লাভ হব দুটা- প্ৰথম, ভৱিষ্যতে শিশুটিৰ দুৰাৰোগ্য ব্যাধিক ভূগাৰ আশংকা কম৷ দ্বিতীয়তে যদি জিনৰ ত্ৰুটি সংশোধন কৰি পেলোৱা হয় তেন্তে জিনগত ৰোগ আৰু পৰবৰ্তী প্ৰজন্মৰ মাজলৈ বিয়ৰি পৰাৰ সম্ভাৱনা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.