• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

1 year ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

17 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

36 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

53 minutes ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

1 hour ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

2 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

3 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

4 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

4 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত

editor by editor
June 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১৭০০০ টকা মাহিলী ভাড়া দি ফ্লেট বুক, প্ৰেমিকৰ সৈতে মিলি নতুন সংসাৰৰ প্লেন কৰিছিল সোনমে, গ্ৰেপ্তাৰ আন দুই অভিযুক্ত
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হানিমুন মাৰ্ডাৰ কেছৰ নতুন নতুন ৰহস্য উদঘাটন৷ মেঘালয়ত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে শনি আৰু দেওবাৰে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তথ্যপ্ৰমাণ লুকুওৱাৰ অভিযোগত অইন দুই ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে৷ এই গোচৰত বৰ্তমান পৰ্যন্ত ৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ নতুন দুই ধৃতৰ নাম ছিলম জেমছ আৰু বলবীৰ আহিৰৱাৰ৷ ছিলোম পেছাত এজন প্ৰপাৰ্টি ডিলাৰ আৰু বলবীৰ ছিকিউৰিটি গাৰ্ড৷

তদন্তকাৰীয়ে জনাইছে যে স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ পাছত ২৩ মেত ইন্দোৰত এটা ফ্লেট ভাড়াত লৈছিল সোনমে৷ আৰু সেই কামত তেওঁক সহায় কৰিছে ছিলোমে৷ ৰাজাক হত্যাৰ পাছত ভাড়া লোৱা সেই ফ্লেটতেই আছিল সোনম৷ তাতেই তেওঁৰ গহনা আৰু অন্যান্য সামগ্ৰীও থৈছিল৷ আৰু সোনমে যি ফ্লেটত ৰাজাৰ মৃত্যুৰ পাছত থাকিছিল তাতেই ছিকিউৰিটি গাৰ্ড হিচাপে আছিল বলবীৰ৷ তেওঁকো দেওবাৰে মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷ তদন্তকাৰীয়ে জনাইছে যে একা বক্সত সোনমে হত্যাৰ সমস্ত তথ্য লুকুৱাই ৰাখিছিল৷ ছিলোমৰ সহায়ততেই সেয়া জ্বলাই দিয়া হৈছিল বুলি সন্দেহ তদন্তকাৰী দলৰ৷

সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাৰ ওচৰত কথা এটা পিষ্টলো সেই ফ্লেটত লুকুৱাই ৰখা হৈছিল বুলি সন্দেহ তদন্তকাৰীৰ৷ উল্লেখ্য যে সেই ফ্লেটটো ভাড়া লোৱাত সোনমক সহায় কৰিছিল বিশাল সিং চৌহানে৷ ৰাজা ৰঘুবংশী হত্যাৰ অন্যতম অভিযুক্ত তেওঁ৷  মাহিলী ১৭ হাজাৰ টকাত সেই ফ্লেট ভাড়া লৈছিল সোনমে৷ ইতিমধ্যেই সেই ফ্লেটত তালাছি চলাইছে তদন্তকাৰী দলে৷ তেওঁলোকৰ অনুমান আত্মসমৰ্পনৰ পূৰ্বে দীৰ্ঘ সময় সেই ফ্লেটতেই আছিল সোনম৷

উল্লেখ্য যে মেঘালয়ত হানিমুনলৈ গৈ বিগত ২৩ মেত নিখোঁজ হৈছিল ৰাজা আৰু তেওঁৰ পত্নী সোনম৷ ২ জুনত পূৱ খাঁছি পাহাৰৰ চেৰাপুঞ্জিৰ এক জলপ্ৰপাতৰ কাষৰ গভীৰ খাদৰ পৰা উদ্ধাৰ হৈছিল ৰাজাৰ দেহ৷ প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছিল যে ৰাজাক হত্যাৰ পাছত সোনমক অপহৰণ কৰা হৈছে৷ পাছলৈ ৮ জুনৰ নিশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে সোনমে৷ প্ৰেমিক ৰাজৰ সৈতে ষড়যন্ত্ৰ কৰি ৰাজাক হত্যাৰ প্লেন কৰিছিল সোনমে বুলি তদন্তত পোহৰলৈ আহিছে তথ্য৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

ভগৱান শিৱৰ সৈতে সম্পৰ্কিত এইকেইপদ সামগ্ৰী সপোনত দেখিলে ঘূৰিব ভাগ্যৰ চকা! জানি থওক এই ৪ সামগ্ৰী কি কি?

ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

ভয়ানক দুৰ্ঘটনাৰ পাছৰে পৰাই অব্যাহত আছে এয়াৰ ইণ্ডিয়াৰ অথন্তৰ! এইবাৰ বাৰ্মিংহামৰ পৰা দিল্লীগামী বিমান পালেগৈ ৰিয়াদ, ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.