• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউৰিক এছিড বাঢ়িছে, পূৰ্বৰে পৰাই এই সংকেত দিয়ে শৰীৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ইউৰিক এছিড বাঢ়িছে, পূৰ্বৰে পৰাই এই সংকেত দিয়ে শৰীৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

1 year ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

2 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

3 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

4 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

4 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

5 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

6 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

7 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

7 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

7 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

8 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

8 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইউৰিক এছিড বাঢ়িছে, পূৰ্বৰে পৰাই এই সংকেত দিয়ে শৰীৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ইউৰিক এছিড বাঢ়িছে, পূৰ্বৰে পৰাই এই সংকেত দিয়ে শৰীৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

editor by editor
June 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
ইউৰিক এছিড বাঢ়িছে, পূৰ্বৰে পৰাই এই সংকেত দিয়ে শৰীৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰত মাজে মাজে অকাৰণেই বিষ হয়? হঠাৎ আঁঠুৰ সন্ধিত তীব্ৰ যন্ত্ৰণা? চিকিৎসকৰ পৰামৰ্শত তেজপৰীক্ষা কৰি যদি দেখা যায় যে ইউৰিক এছিড বাঢ়িছে তেন্তে কি কি কৰিব৷  ইউৰিক এছিড শৰীৰত প্ৰাকৃতিকভাৱেই তৈয়াৰ হয়৷ কিন্তু মাত্ৰা বাঢ়িলেই সেয়া হৈ উঠে উদ্বেগৰ কাৰণ৷ বিশেষকৈ কিডনি আৰু অস্থিসন্ধিৰ বাবে৷  অতিৰিক্ত ইউৰিক এছিড তেজত জমা হলে তাৰ প্ৰভাৱ পৰে হাড়, সন্ধি আনকি মূত্ৰনলীতো৷

১. অস্থিসন্ধি ফুলি যোৱা আৰু বিষ

ই সকলোতকৈ সাধাৰণ লক্ষণ৷ বিশেষকৈ বুঢ়া আঙুলি, গেৰোৱা, আঁঠু, হাতৰ সন্ধি আদিত হঠাৎ তীব্ৰ বিষ আৰম্ভ হব পাৰে৷ বহুসময়ত জ্বৰ জ্বৰ ভাৱ, আৰু মুখত ফোলাভাৱো দেখা যাব পাৰে৷

২. পুৱা শৰীৰ দুৰ্বল লগা

টোপনিৰ পৰা উঠিয়েই শৰীৰৰ কিছু অংশ দুৰ্বল যেন লগা বিশেষকৈ ভৰিৰ গাঁঠিত জড়তা অনুভৱ কৰিলে সেয়া ইউৰিক এছিডৰ ইংগিত হব পাৰে৷ ইয়াক ইউৰিক এছিডৰ প্ৰাথমিক লক্ষণ বুলি ধৰা হয়৷

৩. প্ৰস্ৰাৱত জ্বলা পোৰা বা কষ্ট

ইউৰিক এছিড জমা হলে কিডনিত পাথৰো হব পাৰে৷ যাৰ ফলত প্ৰস্ৰাৱৰ সময়ত বিষ বা জ্বলাভাৱে দেখা দিয়ে৷ বহু সময়ত প্ৰস্ৰাৱ কম হোৱা বা ৰঙ গাঢ় হৈ যোৱাও ইয়াৰ এক লক্ষণ৷

৪. ক্লান্ত লগা বা মূৰৰ বিষ

তেজত অতিৰিক্ত ইউৰিক এছিড জমা হলে শৰীৰত ৰক্তচাপ বাঢ়িব পাৰে৷ যাৰ ফলত মূৰৰ বিষ, দুৰ্বলতা, আনকি ঘনে ঘনে ক্লান্ত অনুভৱ হোৱা দেখা যায়৷ এই সকলোবোৰৰ আঁৰত লুকাই থাকিব পাৰে ইউৰিক এছিডৰ ভাৰসাম্যহীনতা৷

এই লক্ষণসমূহ অৱহেলা নকৰি দ্ৰুত ৰক্ত ইউৰিক এছিডৰ মাত্ৰা পৰীক্ষা কৰা উচিত৷ ইয়াৰোপৰি খাদ্যতালিকাত পৰিবৰ্তন আনিব লাগিব৷ প্ৰটিনসমৃদ্ধ খাদ্য, পুৰি-পৰাঠা, ৰেড মিট, দাইলজাতীয় খাদ্য কমাই বেছিকৈ পানী খোৱা, শাকপাচলি, ফলমূল, ওটছ জাতীয় খাদ্য গ্ৰহণ কৰাটো বাঞ্চনীয়৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শ হৈ ঔষধো খাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!
অপৰাধ

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

September 16, 2026
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা
প্ৰযুক্তি

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

September 16, 2026
Next Post
মুকুতাৰ আঙুঠিয়ে আত্মবিশ্বাস বঢ়ায়, মন শান্ত কৰে, জানক মুকুতা ধাৰণৰ সঠিক নিয়ম

মুকুতাৰ আঙুঠিয়ে আত্মবিশ্বাস বঢ়ায়, মন শান্ত কৰে, জানক মুকুতা ধাৰণৰ সঠিক নিয়ম

জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.