• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুকুতাৰ আঙুঠিয়ে আত্মবিশ্বাস বঢ়ায়, মন শান্ত কৰে, জানক মুকুতা ধাৰণৰ সঠিক নিয়ম

মুকুতাৰ আঙুঠিয়ে আত্মবিশ্বাস বঢ়ায়, মন শান্ত কৰে, জানক মুকুতা ধাৰণৰ সঠিক নিয়ম

1 year ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

5 minutes ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

38 minutes ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

1 hour ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

2 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

3 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

5 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

5 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

6 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

6 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

6 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

7 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুকুতাৰ আঙুঠিয়ে আত্মবিশ্বাস বঢ়ায়, মন শান্ত কৰে, জানক মুকুতা ধাৰণৰ সঠিক নিয়ম

মুকুতাৰ আঙুঠিয়ে আত্মবিশ্বাস বঢ়ায়, মন শান্ত কৰে, জানক মুকুতা ধাৰণৰ সঠিক নিয়ম

editor by editor
June 28, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মুকুতাৰ আঙুঠিয়ে আত্মবিশ্বাস বঢ়ায়, মন শান্ত কৰে, জানক মুকুতা ধাৰণৰ সঠিক নিয়ম
0
SHARES
866
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুকুতাৰ গহনা পিন্ধিবলৈ বহুতেই ভালপায়৷ আঙুলিত এটা মুকুতাৰ আঙুঠি আমাৰ প্ৰায়সংখ্যকেই পিন্ধে৷ ভাগ্য খোলাৰ বাবেও মুকুতা অত্যন্ত উপকাৰী৷ জ্যোতিষ অনুসৰি মুকুতা চন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত৷ সেয়ে মুকুতাৰ গহনা পিন্ধিলে কোষ্ঠীত চন্দ্ৰৰ অৱস্থান ভাল হয়৷ জ্যোতিষবিদে জনাইছে যে কোনোৱে মুকুতা পিন্ধিলেই লাভৱান হ’ব তেনে নহয়৷ মুকুতা সকলোৰে বাবে সঠিক নহয়৷ সেয়ে জানি থওক মুকুতা কাৰ কাৰ বাবে শুভ? জানি থওক মুকুতা ধাৰণ কৰাৰ সঠিক পদ্ধতি৷

মুকুতা পিন্ধাৰ উপকাৰিতা

  • মুকুতাৰ আঙুঠি পিন্ধিলে কোষ্ঠীত চন্দ্ৰৰ অৱস্থান মজবুত হয়৷
  • মুকুতা পিন্ধিলে মন শান্ত হয় আৰু মনৰ পৰা অশুভ চিন্তা দূৰ হয়৷
  • মুকুতাৰ আঙুঠিয়ে জীৱনত শান্তি আৰু সমৃদ্ধি লৈ আহে৷
  • অশুভ শক্তিৰ পৰা বাচিবলৈ মুকুতাৰ আঙুঠি লাভজনক৷
  • বুদ্ধিৰ অভাৱ থাকিলে মুকুতাৰ আঙুঠি পিন্ধিব পাৰে৷
  • মুকুতাৰ পিন্ধিলে সৃজনশীলতা বাঢ়ে৷

মুকুতা কাৰ কাৰ বাবে ভাল?

মুকুতা হৈছে চন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত৷ যাৰ কোষ্ঠীত চন্দ্ৰ দুৰ্বল স্থানত আছে তেন্তে মুকুতা ধাৰণ কৰিলে উপকাৰ পাব৷ মুকুতা নানান ৰঙৰ থাকে৷ কিন্তু বগা মুকুতা অতিকৈ শুভ৷ যিসকলৰ মন সকলো সময়তে অশান্ত থাকে, আৰু টেনছন থাকে তেওঁলোকে মুকুতাৰ আঙুঠি ধাৰণ কৰিব পাৰে৷ জ্যোতিষ অনুসৰি চাৰি ৰাশিৰ জাতকৰ বাবে মুকুতা ধাৰণ কৰা সকলোতকৈ শুভ৷

এই চাৰি ৰাশি কি কি?

মেষ, কৰ্কট, বৃশ্চিক, মীন

মুকুতা ধাৰণ কৰাৰ পদ্ধতি

সোঁহাতৰ তৰ্জনী আঙুলিত মুকুতা পৰিধান কৰিলে তাৰ শুভ ফল পোৱা যায়৷ যদি আপুনি বাওঁহাতীয়া হয় তেন্তে বাওঁহাতৰ তৰ্জনীত এই আঙুঠি পিন্ধিব পাৰে৷ মুকুতাৰ বাবে সঠিক ধাতু হৈছে ৰূপ৷ ৰূপত মুকুতাৰ আঙুঠি পিন্ধা শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!
জীৱনশৈলী

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

October 8, 2026
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?
বিনোদন

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

October 8, 2026
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ
অপৰাধ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

October 8, 2026
Next Post
জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

জুলাইত কেতুৰ নক্ষত্ৰ সলনিয়ে ৩ ৰাশিৰ শুই থকা ভাগ্যক জগাই তুলিব, আছে অৰ্থলাভৰ বিশেষ যোগ

ভয়ংকৰ বজ্ৰ যোগত সৰ্বনাশৰ কৰাল গ্ৰাসত সোমাই পৰিব ৩ৰাশি, দেওবাৰে সতৰ্ক থাকক আপুনি

ভয়ংকৰ বজ্ৰ যোগত সৰ্বনাশৰ কৰাল গ্ৰাসত সোমাই পৰিব ৩ৰাশি, দেওবাৰে সতৰ্ক থাকক আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.