• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বছৰীয়া ৰেকৰ্ড ভংগ, বিশ্বৰ অন্যতম চহৰত ১২০ গৰাকী নিহত

৫০ বছৰীয়া ৰেকৰ্ড ভংগ, বিশ্বৰ অন্যতম চহৰত ১২০ গৰাকী নিহত

12 months ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

35 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

9 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

9 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

10 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

11 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

12 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

13 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

14 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

14 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

15 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

16 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৫০ বছৰীয়া ৰেকৰ্ড ভংগ, বিশ্বৰ অন্যতম চহৰত ১২০ গৰাকী নিহত

editor by editor
July 11, 2025
in বিবিধ, বিশ্ব
0
৫০ বছৰীয়া ৰেকৰ্ড ভংগ, বিশ্বৰ অন্যতম চহৰত ১২০ গৰাকী নিহত
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫০ বছৰীয়া ৰেকৰ্ড ভংগ, বিশ্বৰ অন্যতম চহৰত ১২০ গৰাকী নিহত

বিশ্বৰ অন্যতম চহৰ টেক্সাচ, যি উন্নতিৰ ফালৰ পৰা সকলো পিনেই আগবঢ়া। পাছে সেই চহৰত এতিয়া প্ৰকৃতিৰ তাণ্ডৱ। প্ৰকৃতিয়ে বাৰুকৈয়ে বিপদত পেলাইছে চহৰখনক। ৫০ বছৰীয়া ৰেকৰ্ড ভংগ কৰি এইবাৰ চহৰখনত প্ৰকৃতিয়ে চাণ্ডৱ চলাইছে। ধাৰসাৰ বৰষুণৰ ফলত টেক্সাচ এতিয়া পানীৰ তলত।

চাৰিওফালে পানী আৰু পানী কেৱল ধ্বংসলীলা। এতিয়ালৈকে এই ভয়ংকৰ পৰিস্থিতিৰ ফলত প্ৰাণ হেৰুৱাইছে ১২০ গৰাকী লোকে। মৃতসকলৰ অধিকাংশই শিশু আৰু মহিলা। টেক্সাছৰ বানপানীক ইতিহাসৰ অন্যতম মাৰাত্মক অন্তৰ্দেশীয় বানপানী বুলি অভিহিত কৰা হৈছে। ২০২৫ চনৰ জুলাই মাহৰ বানপানীয়েও ১৯৭৬ চনৰ বিগ থম্পছন নদীৰ বানপানীক অতিক্ৰম কৰিছে।

টেক্সাছৰ বানপানীৰ আটাইতকৈ বেদনাদায়ক ধ্বংসৰ দৃশ্যটো যেতিয়া গ্ৰীষ্মকালীন শিবিৰ মিষ্টিকত থকা ৫০০ৰো অধিক শিশুক হঠাতে বানপানীয়ে উটুৱাই লৈ যায়। অৱশ্যে সুকলমে বহু শিশুক উদ্ধাৰ কৰা হয়, কিন্তু এতিয়াও সন্ধানহীন হৈ আছে ২৭ গৰাকীতকৈ অধিক শিশু। যদিও উদ্ধাৰ অভিযান আৰু সাহায্যৰ কাম চলি আছে, তথাপিও বানপানীৰ পানী আগবাঢ়ি গৈ বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টেক্সাছৰ বানপানী আকাশৰ পৰা পৰিদৰ্শন কৰিছে। তেওঁ টেক্সাছত হোৱা ধ্বংসলীলাক ১০০ বছৰৰ ভিতৰত হোৱা আটাইতকৈ ভয়াৱহ ধ্বংসলীলা বুলি অভিহিত কৰি বানপীড়িত লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: floodHuge damageTexas Flood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ
জীৱনশৈলী

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

June 27, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
Next Post

আজি ১১ জুলাইৰ পৰা সাৱধানে থাকক এই ৪ ৰাশি, সমস্যা আহিব পাৰে জীৱনত

পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.