বাঘজানৰ জুই নুমাল। কিন্তু সমস্যাবোৰ ৰৈ গ’ল স্থানীয় লোকৰ বাবে। এতিয়াও ডোং বান্ধি ওপঙি আছে বিষাক্ত ৰাষায়নিক দ্ৰব্য। খেতি উছন, মাছ-কাছ নিঃশেষ। বিষাক্ত তেল-ৰাষায়নিক দ্ৰব্য নিষ্কাশনৰ নামত ‘টেৰি’ৰে মিলি ‘অইল’ৰ ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















