• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অশ্লীল কনটেণ্টেৰে ভৰপুৰ, ভাৰতত নিষিদ্ধ উল্লু, ALTT-ৰ দৰে জনপ্ৰিয় ২৫ টা এপ

অশ্লীল কনটেণ্টেৰে ভৰপুৰ, ভাৰতত নিষিদ্ধ উল্লু, ALTT-ৰ দৰে জনপ্ৰিয় ২৫ টা এপ

1 year ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

1 hour ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

2 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

4 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

17 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

17 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

18 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

18 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

19 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

20 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

20 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

21 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অশ্লীল কনটেণ্টেৰে ভৰপুৰ, ভাৰতত নিষিদ্ধ উল্লু, ALTT-ৰ দৰে জনপ্ৰিয় ২৫ টা এপ

অশ্লীল কনটেণ্টেৰে ভৰপুৰ, ভাৰতত নিষিদ্ধ উল্লু, ALTT-ৰ দৰে জনপ্ৰিয় ২৫ টা এপ

editor by editor
July 25, 2025
in জীৱনশৈলী, ভাৰত, লেখা
0
অশ্লীল কনটেণ্টেৰে ভৰপুৰ, ভাৰতত নিষিদ্ধ উল্লু, ALTT-ৰ দৰে জনপ্ৰিয় ২৫ টা এপ
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিষিদ্ধ কৰা হ’ল উল্লু, বিগ ছট এপসহ ২৫ টা অশ্লীল এপ আৰু ৱেবচাইট৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে৷ নিষিদ্ধ হোৱা এই এপসমূহ আৰু ৱেবচাইটসমূহত বিগত কেইবাবছৰ ধৰি আপত্তিকৰ বিজ্ঞাপন আৰু অশ্লীল কনটেণ্ট দেখুওৱা হৈছিল৷ যিয়ে জনমানসত ভীষণবাৱে প্ৰভাৱ পেলাইছে৷ ইতিমধ্যেই ভাৰতত ইন্টাৰনেট পৰিসেৱা প্ৰদানকাৰীসকলক চৰকাৰৰ তৰফৰ পৰা এক বিজ্ঞাপ্তি জাৰি কৰি জনোৱা হৈছে যে এই এপ আৰু ৱেৱচাইট যিসকলে ব্যৱহাৰ কৰে তেওঁলোকৰ হাতত আৰু এতিয়া এই একছেচ নাথাকিব৷

খবৰ অনুসৰি বন্ধ হোৱা এপৰ তালিকাত আছে অলট, উল্লু, বিগ ছটচ এপ, দেশীফ্লিক্স, বুমেক্স, নভৰছা লাইট, গুৰাব এপ, কংগন এপ, বুল এপ, জলৱা এপ, ৱাও এণ্টাৰটেইনমেণ্ট, লুক এণ্টাৰটেইনমেণ্ট, হিটপ্ৰাইম, ফেনেৱো, শ্ব এক্স, চোল টকিজ, আড্ডা টিভি, হট এক্স, ভিআইপি, হলচল এপ, মুডেক্স, নিউনেক্স ভিআইপি, ফুজি, মোজিফ্লিক্স, ট্ৰিফ্লিকছৰ দৰে এপসমূহ৷

উল্লেখ্য যে ২০০০ চনৰ ভাৰতীয় ন্যায়সংহিতাত তথ্যপ্ৰযুক্তি আইনৰ ৬৭ আৰু ৬৭এ ধাৰাত ২০২৩ চনৰ ভাৰতীয় ন্যায়সংহিতাৰ  ২৯৪ ধাৰা আৰু ১৯৮৬ চনৰ ৪ নম্বৰ ধাৰা অনুসৰি এই এপসমূহে আইন লংঘন কৰিছে বুলিয়েই জনোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা৷ এই কাৰণতেই এই দেশত উল্লেখিত বিনোদন ৱেৱচাইসমূহক নিষিদ্ধ ঘোষণা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট
বাণিজ্য

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

August 24, 2026
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?
অসম

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
Next Post
এক ফুল দৌ মালি! এগৰাকী পাত্ৰীকেই বিবাহ কৰালে দুই ভাতৃয়ে, কাৰণ জানিলে অবাক হ’ব আপুনি

এক ফুল দৌ মালি! এগৰাকী পাত্ৰীকেই বিবাহ কৰালে দুই ভাতৃয়ে, কাৰণ জানিলে অবাক হ’ব আপুনি

শাওনৰ সোমবাৰে সেনাপতি মঙ্গলৰ ঘৰ সলনি, ৩ ৰাশিৰ জীৱনত খুলিব সৌভাগ্যৰ দ্বাৰ

শাওনৰ সোমবাৰে সেনাপতি মঙ্গলৰ ঘৰ সলনি, ৩ ৰাশিৰ জীৱনত খুলিব সৌভাগ্যৰ দ্বাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.