• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিদাৰুণ…হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি পৰিল তীৰ্থযাত্ৰীৰ মাজত, দুজনৰ মৃত্যু, উত্তৰপ্ৰদেশৰ বিশেষ শিৱমন্দিৰত ভয়ংকৰ পৰিস্থিতি

নিদাৰুণ…হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি পৰিল তীৰ্থযাত্ৰীৰ মাজত, দুজনৰ মৃত্যু, উত্তৰপ্ৰদেশৰ বিশেষ শিৱমন্দিৰত ভয়ংকৰ পৰিস্থিতি

8 months ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

6 minutes ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

24 minutes ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

50 minutes ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

1 hour ago
পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

2 hours ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

3 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

3 hours ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

3 hours ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

4 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

6 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিদাৰুণ…হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি পৰিল তীৰ্থযাত্ৰীৰ মাজত, দুজনৰ মৃত্যু, উত্তৰপ্ৰদেশৰ বিশেষ শিৱমন্দিৰত ভয়ংকৰ পৰিস্থিতি

নিদাৰুণ...হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি পৰিল তীৰ্থযাত্ৰীৰ মাজত, দুজনৰ মৃত্যু, উত্তৰপ্ৰদেশৰ বিশেষ শিৱমন্দিৰত ভয়ংকৰ পৰিস্থিতি

editor by editor
July 28, 2025
in জীৱনশৈলী
0
নিদাৰুণ…হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি পৰিল তীৰ্থযাত্ৰীৰ মাজত, দুজনৰ মৃত্যু, উত্তৰপ্ৰদেশৰ বিশেষ শিৱমন্দিৰত ভয়ংকৰ পৰিস্থিতি
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰপ্ৰদেশৰ ঔশানেশ্বৰ মহাদেৱ মন্দিৰত দুৰ্ঘটনা। হঠাৎ বিদ্যুতৰ তাঁৰ চিঙি পৰিছে তীৰ্থযাত্ৰীৰ ওপৰত। পূজা কৰিবলৈ আহি প্ৰাণ হেৰুৱাইছে বহুজনে। বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি হৈছে মন্দিৰত। বিদ্যুৎস্পৃষ্ট হোৱাৰ পাছতেই তীৰ্থযাত্ৰীৰ মাজত দৌৰাদৌৰি আৰম্ভ হয়। ফলত পদপিষ্টৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত অন্তত দুজন লোকৰ মৃত্যু হৈছে। আহত হৈছে কেইবাজনো লোক।

উত্তৰপ্ৰদেশৰ বাৰাবংকী জিলাৰ হায়দৰগড়ত ঔশানেশ্বৰ মহাদেৱ মন্দিৰ তীৰ্থযাত্ৰীৰ মাজত খুবেই জনপ্ৰিয়। শাওন মাহত এই মন্দিৰত অগণন ভক্তই ভীৰ কৰে। সোমবাৰে পুৱতি নিশাৰে পৰা এই মন্দিৰত ভক্তৰ ভিৰ দেখা গৈছিল। সোমবাৰে মহাদেৱৰ বিশেষ পূজা উপলক্ষে মন্দিৰত অন্য় দিনতকৈ তুলনামূলকভাৱে ভিৰ বেছি হৈছিল। স্থানীয় সূত্ৰৰ খবৰ অনুসৰি পুৱতি নিশা ৩ বজাত এই শোকাৱহ ঘটনা সংঘটিত হৈছে।

জিলাপ্ৰশাসন শশাংক ত্ৰিপাঠীয়ে সংবাদ সংস্থা পিটিআইক কয়, তীৰ্থযাত্ৰীয়ে মন্দিৰলৈ পূজা দিবলৈ গৈছিল। সেই সময়তেই হঠাৎ এটা বান্দৰে বিদ্যুতৰ তাঁৰৰ ওপৰত জপিয়াই পৰে। ফলত তাঁৰ ছিঙি মন্দিৰৰ ছাউনীৰ ওপৰত পৰে। সেই স্থানত কাৰেণ্ট বিয়পি পৰে। কাৰেণ্ট লাগি এজন আহত হৈছে। প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে মন্দিৰত তেতিয়া মহাদেৱৰ জলাভিষেক চলিছিল। টিনৰ ছালত তলত বহুজন থিয় হৈ আছিল। হঠাৎ প্ৰচণ্ড শব্দ হয় লগে লগেই বহুজনে বিদ্যুতৰ শ্বক অনুভৱ কৰে। আহতসকলক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হয়। তাতেই লগে লগে দুজন লোকে মৃত্যুক সাবটি লৈছে।

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাক লৈ দুখপ্ৰকাশ কৰিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনাও জনাইছে বহুজনে। চৰকাৰৰ উচ্চপদস্থ কেইবাগৰাকীও বিষয়া সেই স্থানত উপস্থিত হৈ তাৎক্ষনিকভাৱে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে।

এই ঘটনাত যি দুগৰাকী লোকে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ মাজৰ এজনৰ বয়স ২২ বছৰ। ২২ বছৰীয়া এই যুৱকৰ নাম প্ৰশান্ত বুলি জানিব পৰা গৈছে। লোনিকাত্ৰা থানা এলেকাৰ মুৰাৰপুৰ গাওঁৰ বাসিন্দা আছিল প্ৰশান্ত। মৃত আৰু এগৰাকীৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে
জীৱনশৈলী

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

কেদাৰনাথৰ পৰা ৰামেশ্বৰম কিয় একে সৰলৰেখাত এই ৭ শিৱমন্দিৰ অৱস্থিত? জানক অজানা ৰহস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.