• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰায়েই শৰীৰৰ এইসমূহ অংগত বিষ অনুভৱ হয়? কলষ্টেৰল বঢ়াৰ লক্ষণ নহয়তো? নীৰৱ ঘাতক কলষ্টেৰলে আক্ৰমণ কৰিলে কি কি লক্ষণে দেখা দিয়ে?

প্ৰায়েই শৰীৰৰ এইসমূহ অংগত বিষ অনুভৱ হয়? কলষ্টেৰল বঢ়াৰ লক্ষণ নহয়তো? নীৰৱ ঘাতক কলষ্টেৰলে আক্ৰমণ কৰিলে কি কি লক্ষণে দেখা দিয়ে?

9 months ago
‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

3 minutes ago
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

50 minutes ago
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

1 hour ago
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

2 hours ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

2 hours ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

4 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

5 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

5 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, আপুনিও নকৰিব কামটো!

6 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

9 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

10 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰায়েই শৰীৰৰ এইসমূহ অংগত বিষ অনুভৱ হয়? কলষ্টেৰল বঢ়াৰ লক্ষণ নহয়তো? নীৰৱ ঘাতক কলষ্টেৰলে আক্ৰমণ কৰিলে কি কি লক্ষণে দেখা দিয়ে?

প্ৰায়েই শৰীৰৰ এইসমূহ অংগত বিষ অনুভৱ হয়? কলষ্টেৰল বঢ়াৰ লক্ষণ নহয়তো? নীৰৱ ঘাতক কলষ্টেৰলে আক্ৰমণ কৰিলে কি কি লক্ষণে দেখা দিয়ে?

editor by editor
August 8, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
প্ৰায়েই শৰীৰৰ এইসমূহ অংগত বিষ অনুভৱ হয়? কলষ্টেৰল বঢ়াৰ লক্ষণ নহয়তো? নীৰৱ ঘাতক কলষ্টেৰলে আক্ৰমণ কৰিলে কি কি লক্ষণে দেখা দিয়ে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধুনিক জীৱনযাত্ৰাত কম বয়সতেই শৰীৰত বাঁহ বান্ধিছে জটিল ৰোগে৷ নেপথ্যত অস্বাস্থ্যকৰ খাদ্যভাষ, শৰীৰচৰ্চাৰ অভাৱ, অতিৰিক্ত দুশ্চিন্তাসহ বিভিন্ন কাৰণ৷ কেইবছৰমান পূৰ্বে কমবয়সীয়াসকলৰ মাজত কলষ্টেৰল বঢ়াৰ সমস্যা নাছিল৷ কিন্তু এতিয়া বয়স ৪০ নৌহওঁতেই কলষ্টেৰলৰ সমস্যা বৃদ্ধি পাইছে প্ৰায়সংখ্যকৰ মাজত৷ প্ৰকৃততে বেয়া কলষ্টেৰলৰ মাত্ৰা বাঢ়িলে তেজত ভাঁহি থকা পদাৰ্থসমূহ এটা সময়ত ধমনীৰ গাত লাগি ধৰে৷ ফলত শৰীৰত তেজৰ চলাচলত বাধা পোৱাৰ নানান সমস্যা আৰম্ভ হয়৷ এক কথাত শৰীৰৰ স্বাস্থ্যৰ সৈতে তেজৰ কলষ্টেৰলৰ মাত্ৰাৰ গভীৰ সম্পৰ্ক আছে৷ উচ্চ মাত্ৰাৰ কলষ্টেৰলৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক আৰু অন্যান্য হৃদৰোগৰ আশংকা বহুগুণে বাঢ়ি যায়৷

শৰীৰত কলষ্টেৰল বাঢ়ি থাকিলে কিছু নিৰ্দিষ্ট অংশত বিষ আৰু অস্বস্তিয়ে দেখা দিয়ে৷ যি অধিকাংশ মানুহেই অৱহেলা কৰি থাকে৷ চিকিৎসকৰ মতে এই ধৰণৰ কিছু লক্ষণ খুব সাধাৰণ বুলি ধাৰণা কৰিলেও উচ্চ কলষ্টেৰলৰ গুৰুত্বপূৰ্ণ সতৰ্কবাৰ্তা হব পাৰে৷ যি চিনাক্ত কৰি চিকিৎসা আৰম্ভ কৰিলে বিপদ এৰোৱা সম্ভৱ হয়৷ এই ক্ষেত্ৰত কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ভৰিৰ বিষ বা আঁঠুৰ বিষ

ৰক্তনলীত কলষ্টেৰল জমা হলে ভৰিত তেজ চলাচল ব্যাহত হয়৷ ইয়াক কোৱা হয় পেৰিফেৰাল আৰ্টাৰি ডিজিজ৷ ইয়াৰ ফলত খোজ কঢ়াৰ সময়ত ভৰি টানি ধৰা বা বিষ অনুভৱ হব পাৰে৷

নিশা ভৰি ঝিনঝিনোৱা

নিশা হোৱাৰ সময়ত হঠাৎ ভৰি ঝিনঝিনোৱা, বিশেষকৈ ভৰিৰ তলুৱা বা পেশী টানি টানি ধৰিলে এয়াও কলষ্টেৰলজনিত ৰক্তনলী সংকোচনৰ কাৰণ হব পাৰে৷ এইক্ষেত্ৰত ভৰি ওলোমাই ৰাখিলে তেজৰ প্ৰবাহ কিছু স্বাভাৱিক হয় আৰু ক্ষণিক স্বতি পোৱা যায়৷

ভৰি বিষ

মাজে মাজে কাৰণ নোহোৱাকৈয়ে ভৰিৰ বিষ হৈ থাকে নেকি? ভৰিৰ পতা অৱশ হৈ যায় নেকি? ভৰিৰ ৰক্তনলীত কলষ্টেৰল জমা হোৱাৰ কাৰণে এই সমস্যা হব পাৰে৷ ভৰিত বিষো হব পাৰে৷ বিশেষকৈ নিশা শুৱাৰ সময়ত এই সমস্যা বেছি হয়৷

বুকুৰ বিষ বা চাপ অনুভৱ

বুকুৰ বিষ বা চাপ অনুভৱ কৰাটো কলষ্টেৰলৰ এক প্ৰধান আৰু গুৰুতৰ লক্ষণ৷ প্ৰকৃততে হৃদযন্ত্ৰৰ ধমনীত কলষ্টেৰল জমা হোৱাৰ ফলত বুকুত চাপ পৰে আৰু জ্বলাপোৰা অনুভৱ হয়৷ এই ধৰণৰ লক্ষণসমূহ হাৰ্ট এটেক বা কৰোনাৰি ধমনী ৰোগৰ বাবে হব পাৰে৷

কান্ধত বিষ

কলষ্টেৰল বৃদ্ধি হলে ডিঙিৰ চাৰিওফালে বিষ হব পাৰে৷ প্ৰকৃততে কলষ্টেৰল বাঢ়িলে সম্পূৰ্ণ শৰীৰৰ ৰক্তপ্ৰৱাহ বাধাগ্ৰস্থ হবলৈ আৰম্ভ কৰে ফলত ডিঙিৰ চাৰিওফালে আৰু কান্ধত অস্বাভাৱিক বিষ অনুভূত হয়৷ যি বহু সময়ত টানি ধৰা বা পেশী বিষৰ দৰে লাগে৷

ভৰি ঠাণ্ডা হৈ জঠৰ হৈ পৰা

এখন ভৰি বা দুখন ভৰি হঠাৎ ঠাণ্ডা হৈ পৰিলে সেয়া তেজৰ ৰক্তপ্ৰবাহ কমি যোৱাৰ ফলত হব পাৰে৷ এই অৱস্থাত ছাল নীলা হৈ পৰিবও পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?
অসম

‘গৌৰৱ গগৈৰ নেতৃত্বত বিধ্বস্ত কংগ্ৰেছ!’ সলনি হ’ব নেকি অসম কংগ্ৰেছৰ সভাপতি?

May 8, 2026
ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ
ভাৰত

ৰীল লাইফৰ নহয়, ৰিয়েল লাইফৰো হিৰো বিজয়! কাইলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কৰিব শপত গ্ৰহণ

May 8, 2026
আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!
ভাৰত

আকোঁৰগোজ মমতা, বৰ্খাস্তৰ পিছতো ক’ব খোজে নিজকে বংগৰ ৰাণী বুলি!

May 8, 2026
ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য
বিশ্ব

ভাৰতীয় কৰ্মচাৰীহে পছন্দ ডুবাইৰ বুৰ্জ খালিফাৰ মালিকৰ! ভাইৰেল অদ্ভুত মন্তব্য

May 8, 2026
Next Post
বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হব জীৱন! হঠাৎ কোটিপতি হোৱাৰ যোগ আছে কোন কোন ৰাশিৰ জাতকৰ?

বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হব জীৱন! হঠাৎ কোটিপতি হোৱাৰ যোগ আছে কোন কোন ৰাশিৰ জাতকৰ?

২৭ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিব শনি, পাঁচ ৰাশিৰ দুহাতত মুঠি মুঠি ধন, কেৰিয়াৰত সাফল্যৰ পথৰ সকলো বাধা দূৰ হব এইকেইটা ৰাশিৰ

২৭ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিব শনি, পাঁচ ৰাশিৰ দুহাতত মুঠি মুঠি ধন, কেৰিয়াৰত সাফল্যৰ পথৰ সকলো বাধা দূৰ হব এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.