• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হব জীৱন! হঠাৎ কোটিপতি হোৱাৰ যোগ আছে কোন কোন ৰাশিৰ জাতকৰ?

বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হব জীৱন! হঠাৎ কোটিপতি হোৱাৰ যোগ আছে কোন কোন ৰাশিৰ জাতকৰ?

11 months ago
আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

11 minutes ago
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

2 hours ago
স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

স্বাস্থ্যৰ অৱনতি ঘটিছে Sonam Wangchukৰ, NEETৰ প্ৰশ্নকাকত ফাদিলকলৈ কৰিছিল প্ৰতিবাদ

2 hours ago
কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

কিয় প্ৰথম ছবিত পূৰৱী শৰ্মাৰ নাম সলনি কৰিছিল পৰিচালকে? জানি হ’ব আচৰিত

3 hours ago
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

4 hours ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

16 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

17 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

17 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

19 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

22 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

22 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হব জীৱন! হঠাৎ কোটিপতি হোৱাৰ যোগ আছে কোন কোন ৰাশিৰ জাতকৰ?

বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হব জীৱন! হঠাৎ কোটিপতি হোৱাৰ যোগ আছে কোন কোন ৰাশিৰ জাতকৰ?

editor by editor
August 8, 2025
in জীৱনশৈলী
0
বৃহস্পতি-শুক্ৰ-চন্দ্ৰৰ ত্ৰিগ্ৰহী ৰাজযোগত সলনি হব জীৱন! হঠাৎ কোটিপতি হোৱাৰ যোগ আছে কোন কোন ৰাশিৰ জাতকৰ?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰমতে প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিজৰ স্থান পৰিবৰ্তন কৰে৷ যাৰ শুভ আৰু অশুভ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ আৰু কেতিয়াবা কেতিয়াবা গ্ৰহৰ সংযোগত ৰাজযোগ তৈয়াৰ হয়৷ শীঘ্ৰেই বৃহস্পতি, শুক্ৰ আৰু চন্দ্ৰৰ মিলনত ত্ৰিগ্ৰহী ৰাজযোগ গঠিত হব৷ যি তিনি ৰাশিৰ জীৱনত ইতিবাচক পৰিবৰ্তন হৈ আহিব৷

জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতি জ্ঞান আৰু বুদ্ধিৰ কাৰক বুলি বিবেচিত হয়৷ প্ৰায় ১২ মাহৰ পাছত এক ৰাশিৰ পৰা অন্য ৰাশিত গমন কৰে বৃহস্পতি৷ আৰু এটা ৰাশিচক্ৰ সম্পূৰ্ণ কৰিবলৈ বৃহস্পতিৰ ১২ বছৰ সময় লাগে৷ বৈদিক জ্যোতিষ অনুসৰি সময় ভাল চলিলে কোৱা হয় বৃহস্পতি তুংগত আছে৷ অন্যহাতে শুক্ৰ হৈছে সম্পদ, সুখ, সমৃদ্ধি, সৌন্দৰ্য্য আৰু বিলাসৰ কাৰক গ্ৰহ৷ শুক্ৰৰ এক ৰাশিৰ পৰা অন্য ৰাশিলৈ যোৱাৰ কাৰণে ব্যক্তিগতৰ পৰা পেছাগত জীৱন, সমস্ত দিশতেই প্ৰভাৱ পৰে৷ আকৌ জ্যোতিষশাস্ত্ৰত চন্দ্ৰক সকলোতকৈ দ্ৰুতগামী গ্ৰহ হিচাপে গণ্য কৰা হয়৷ চন্দ্ৰই কোনো ৰাশিত মাত্ৰ আঢ়ৈ দিন থাকে, ফলত ১৫ দিনৰ অন্তৰে অন্তৰে এটা এটা ৰাশিলৈ আহে৷ এই সময়ত কোনোবা নহয় কোনোবা গ্ৰহৰ সৈতে যুগলবন্দী হৈ শুভ আৰু অশুভ প্ৰভাৱ পেলাই চন্দ্ৰই৷

বিগত ২৬ জুলাইত শুক্ৰই মিথুনত প্ৰৱেশ কৰিছে পূৰ্বৰে পৰাই তাত বিৰাজমান বৃহস্পতি৷ ইয়াৰ আগন্তুক ১৮ আগষ্টত মিথুন ৰাশিত গমন কৰিব চন্দ্ৰই৷ ইয়াৰ ফলত তৈয়াৰ হব ত্ৰিগ্ৰহী ৰাজযোগ৷ চন্দ্ৰ, শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ভাগ্যৰ চকা ঘুৰিব তিনি ৰাশিৰ৷ অৰ্থ যশ খ্যাতিৰে ভৰিব সেইসমূহ ৰাশিৰ জাতক জাতিকাৰ জীৱন৷ তালিকাত আপুনিও আছেনে?

মিথুন ৰাশি

বৃহস্পতি শুক্ৰৰ সংযোগত মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ দুশ্চিন্তা দূৰ হব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ শ্বেয়াৰ বজাৰত অৰ্থ লগ্নিৰ সুযোগ আহিব৷ দাম্পত্যত সুখ থাকিব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷ কোনো কাম আত্মবিশ্বাসৰ সৈতে কৰিলে সাফল্য পাব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক স্থান নিদিব৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব পাৰে৷ দৰমহা বঢ়াৰ সম্ভাৱনা আছে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনত শুভ প্ৰবাৱ পেলাব গজলক্ষ্মী ৰাজযোগে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে বৃহৎ বিনিয়োগ কৰিব পাৰে৷ লটাৰি জয়ৰ যোগ আছে৷ আৰ্থিক দিশৰ পৰা জীৱন আৰু সুৰক্ষিত হব পাৰে৷ বহু দিন ধৰি কোনো কাম ৰৈ থাকিলে এইবাৰ শেষ কৰিব পাৰিব৷ স্বাস্থ্যৰ উন্নতি হব৷ দাম্পত্যত সমস্যা থাকিলে দূৰ হব৷ সন্তানৰ স্বাস্থ্য ভালে থাকিব৷

তুলা ৰাশি

বৃহস্পতি শুক্ৰৰ প্ৰভাৱত তুলা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুদিন উভতিব৷ আয়ৰ নতুন উৎসৰ সন্ধান লাভৰ পাছতেই আৰ্থিক পৰিস্থিতি সলনি হব পাৰে৷ শ্বেয়াৰ বজাৰত অৰ্থ লগালে ভৱিষ্যতে ভাল লাভ পাব৷ লটাৰীৰ টিকট কাটিলে বাম্পাৰ লাভ হব পাৰে৷ কেৰিয়াৰত প্ৰভাৱশালী কাৰোবাৰ সৈতে দেখা হব পাৰে৷ যাৰ সৈতে পৰিচিতিৰ কাৰণে আগন্তুক দিনত পেছাগত জীৱনত লাভৱান হব৷ মনত অযথা কোনো নেতিবাচক চিন্তাক স্থান নিদিব৷ প্ৰেমজীৱনত সুখ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল
জীৱনশৈলী

আপোনাৰো আলমাৰীৰ দুৰ্গন্ধ ওলায় নেকি? নকৰিব ভুল

July 15, 2026
কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!
জীৱনশৈলী

কেতিয়াও প্ৰেমত নপৰিব এই ৫ জন ল’ৰাৰ, সুখী নহয় সংসাৰ!

July 15, 2026
আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

আজি ৩ ৰাশিৰ পক্ষত থাকিব ভাগ্য, কিন্তু আৰ্থিক লেনদেনৰ পূৰ্বে সাৱধান!

July 15, 2026
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
Next Post
২৭ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিব শনি, পাঁচ ৰাশিৰ দুহাতত মুঠি মুঠি ধন, কেৰিয়াৰত সাফল্যৰ পথৰ সকলো বাধা দূৰ হব এইকেইটা ৰাশিৰ

২৭ বছৰৰ পাছত নিজৰ নক্ষত্ৰলৈ আহিব শনি, পাঁচ ৰাশিৰ দুহাতত মুঠি মুঠি ধন, কেৰিয়াৰত সাফল্যৰ পথৰ সকলো বাধা দূৰ হব এইকেইটা ৰাশিৰ

পোষ্ট অফিচৰ RD স্কিমত ১৮০০ টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

পোষ্ট অফিচৰ RD স্কিমত ১৮০০ টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.