• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৰীকৈ বা বেছি বয়সত মাতৃ হোৱাৰ কথা ভাৱিছে? এই ৫ শাৰীৰিক পৰীক্ষা নকৰিলে পাছলৈ সমস্যাত পৰিব পাৰে আপুনি

দেৰীকৈ বা বেছি বয়সত মাতৃ হোৱাৰ কথা ভাৱিছে? এই ৫ শাৰীৰিক পৰীক্ষা নকৰিলে পাছলৈ সমস্যাত পৰিব পাৰে আপুনি

1 year ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

3 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

3 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

4 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

5 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

5 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

6 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

6 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

7 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

7 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

8 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

8 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেৰীকৈ বা বেছি বয়সত মাতৃ হোৱাৰ কথা ভাৱিছে? এই ৫ শাৰীৰিক পৰীক্ষা নকৰিলে পাছলৈ সমস্যাত পৰিব পাৰে আপুনি

দেৰীকৈ বা বেছি বয়সত মাতৃ হোৱাৰ কথা ভাৱিছে? এই ৫ শাৰীৰিক পৰীক্ষা নকৰিলে পাছলৈ সমস্যাত পৰিব পাৰে আপুনি

editor by editor
August 26, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দেৰীকৈ বা বেছি বয়সত মাতৃ হোৱাৰ কথা ভাৱিছে? এই ৫ শাৰীৰিক পৰীক্ষা নকৰিলে পাছলৈ সমস্যাত পৰিব পাৰে আপুনি
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু মহিলাই এতিয়া দেৰীকৈ মাতৃ হোৱাৰ পৰিকল্পনা কৰে৷ কৰ্মৰ হেঁচা, নিজকে প্ৰতিষ্ঠা কৰাৰ দৌৰত চামিল এতিয়া প্ৰায়সংখ্যক মহিলা৷ সেয়ে ৩০ৰ পাছতেই বেছিভাগ মহিলাই মাতৃত্বৰ পৰিকল্পনা কৰে৷ ৩০ৰ পাছত মহিলাৰ শৰীৰত ডিম্বানুৰ সংখ্যা আৰু গুণমান কমিবলৈ ধৰে৷ ৩৫ৰ পাছত অন্তঃসত্ত্বা হোৱাৰ সম্ভাৱনা দ্ৰুত কমি যাবলৈ ধৰে৷ অন্তঃসত্ত্বা হলেও হৰমনৰ খেলিমেলিৰ বাবে গৰ্ভপাতৰ সম্ভাৱনা বাঢ়ি যায়৷ আকৌ ডিম্বানুৰ গুণমান ভাল নহলে শিশু বিকলাংগ হোৱাৰো আশংকা বাঢ়ি যাব পাৰে৷ কেৱল সেয়াই নহয় মাতৃৰো স্বাস্থ্যৰ সমস্যা আহিব পাৰে৷ সেয়ে বেছি বয়সত সন্তানধাৰণৰ পৰিকল্পনা কৰিলে মূৰত কিছু জৰুৰী বিষয় ৰাখিবই৷ বেছি বয়সত গৰ্ভধাৰণ কৰাৰ পূৰ্বে কি কি শাৰীৰিক পৰীক্ষা কৰোৱাটো জৰুৰী?

১. এই ক্ষেত্ৰত সকলোতকৈ আগত দুই ধৰণৰ টেষ্ট কৰোৱাটো খুবেই জৰুৰী৷

  • আলট্ৰাছাউণ্ড- এই পৰীক্ষা কৰিলে বুজা যাব যে জৰায়ু ঠিকে আছেনে? কেনে পৰ্যায়ত আছে আৰু ডিম্বাণুৰ গুণগত মান কেনে৷
  • এএমএইচ টেষ্ট- এই পৰীক্ষা কৰিলে বুজা যাব জৰায়ুত কিমান ডিম্বানুৰ অৱশিষ্ট আছে, মাতৃ হোৱা সম্ভৱনে৷

২. থেলাছেমিয়া পৰীক্ষা কৰাই লোৱাটোও দৰকাৰ৷ মাতৃ আৰু পিতৃ দুজনেই যদি বাহক হয় তেন্তে ২৫শতাংশ ক্ষেত্ৰত শিশুৰো থালাছেমিয়া হোৱাৰ আশংকা থাকে৷

৩. ৰুবেলা টেষ্ট কৰোৱাও খুবেই জৰুৰী৷ চিকিৎসকৰ মতে ৰুবেলাৰ টিকা গ্ৰহণ কৰাটো জৰুৰী৷ ৰুবেলাৰ টিকা লোৱা থাকিলে গৰ্ভাৱস্থাৰ সংক্ৰমণৰ ভয় কমি থাকে৷ অন্যথা গৰ্ভাৱস্থাত যদি কোনোধৰণৰ সংক্ৰমণ ঘটে তেতিয়া হলে শিশু সুস্থ আৰু স্বাভাৱিক নহয়৷

৪. এণ্ডোমেট্ৰিয়োচিছ, পলিচিষ্টিক অভেৰিৰ দৰে সমস্যাও এতিয়া ঘৰে ঘৰে৷ সেয়ে মাতৃ হোৱাৰ কথা ভৱাৰ পূৰ্বে এই ধৰণৰ চিকিৎসা কৰাই লোৱাটো ভাল৷

৫. বয়স ৩৯ বছৰ পাৰ হৈ গলে সেই মহিলাৰ তেজৰ এন আই পিটি টেষ্ট কৰি লোৱা হয়৷ তাতেই ৯৯ শতাংশ ক্ষেত্ৰত গম পোৱা যায় যে শিশুৰ ডাউন চিণ্ড্ৰোম হব পাৰে নেকি৷

ইয়াৰোপৰি বেছি বয়সত মাতৃ হোৱাৰ পৰিকল্পনা কৰিলে প্ৰি কনছেপছনেল কাউন্সেলিং খুবেই জৰুৰী৷ ভাৰতত এই ধাৰণে পূৰ্বে কম আছিল যদিও এতিয়া বাঢ়িছে৷ সেইক্ষেত্ৰত পূৰ্বে আলট্ৰাচাউণ্ড আৰু এ এম আই এছ পৰীক্ষা কৰি লোৱাটো ভাল৷ স্বাভাৱিকভাৱে মাতৃ হোৱাটো সম্ভৱনে তাতেই বুজিব পাৰি৷ ইয়াৰোপৰি এই পৰীক্ষাতেই বুজা যায় সন্তান ধাৰণ আৰু প্ৰসৱৰ সময়ত কোনো জটিলতা আহিব পাৰে নেকি৷ উচ্চ ৰক্তচাপ, ডায়বেটিছ, থাইৰয়েড আছেনে তাৰো পৰীক্ষা কৰোৱাটো জৰুৰী৷ হাৰ্টৰ সমস্যা থাকিলেও মাতৃ হব পাৰে৷ সেয়ে পূৰ্বেই শাৰীৰিক পৰীক্ষা কৰিহে মাতৃ হোৱাৰ দিশে আগবাঢ়িব লাগে এগৰাকী নাৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
এবাৰতেই হাতলৈ আহিব ৭ লাখ টকা! পোষ্ট অফিচৰ এই স্কিম কি? জানি থওক সবিশেষ

এবাৰতেই হাতলৈ আহিব ৭ লাখ টকা! পোষ্ট অফিচৰ এই স্কিম কি? জানি থওক সবিশেষ

গণেশ চতুৰ্থীত নৱপঞ্চম যোগ! সুসময় আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ, লাকি ৰাশিৰ লিষ্টত কোন কোন?

গণেশ চতুৰ্থীত নৱপঞ্চম যোগ! সুসময় আৰম্ভ হ’ব এইকেইটা ৰাশিৰ জাতকৰ, লাকি ৰাশিৰ লিষ্টত কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.