• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰন্ধন গেছৰ দাম, ATMৰ পৰা টকা উঠোৱা, FDৰ হাৰঃ ১ ছেপ্টেম্বৰৰ পৰা ৫টা নতুন নিয়মে আপোনাৰো পকেটত ছাপ পেলাব পাৰে, জানি থওক সবিশেষ

ৰন্ধন গেছৰ দাম, ATMৰ পৰা টকা উঠোৱা, FDৰ হাৰঃ ১ ছেপ্টেম্বৰৰ পৰা ৫টা নতুন নিয়মে আপোনাৰো পকেটত ছাপ পেলাব পাৰে, জানি থওক সবিশেষ

1 year ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

2 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

2 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

3 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

3 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

4 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

4 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

5 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

6 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

7 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

7 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

9 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰন্ধন গেছৰ দাম, ATMৰ পৰা টকা উঠোৱা, FDৰ হাৰঃ ১ ছেপ্টেম্বৰৰ পৰা ৫টা নতুন নিয়মে আপোনাৰো পকেটত ছাপ পেলাব পাৰে, জানি থওক সবিশেষ

ৰন্ধন গেছৰ দাম, ATMৰ পৰা টকা উঠোৱা, FDৰ হাৰঃ ১ ছেপ্টেম্বৰৰ পৰা ৫টা নতুন নিয়মে আপোনাৰো পকেটত ছাপ পেলাব পাৰে, জানি থওক সবিশেষ

editor by editor
August 28, 2025
in জীৱনশৈলী
0
ৰন্ধন গেছৰ দাম, ATMৰ পৰা টকা উঠোৱা, FDৰ হাৰঃ ১ ছেপ্টেম্বৰৰ পৰা ৫টা নতুন নিয়মে আপোনাৰো পকেটত ছাপ পেলাব পাৰে, জানি থওক সবিশেষ
0
SHARES
560
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
১ ছেপ্টেম্বৰ ২০২৫ৰ পৰা একাধিক অৰ্থনৈতিক পৰিবৰ্তন কাৰ্যকৰ হব যি পৰিয়ালৰ বাজেট আৰু দৈনন্দিন খৰচৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷ ৰূপৰ হলমাৰ্কিঙৰ পৰা আৰম্ভ কৰি এছ বি আই কাৰ্ডৰ ওপৰত উচ্চ চাৰ্জ, এল পিজিৰ দাম সংশোধন, এটিএমৰ পৰা টকা তোলাৰ ফি আৰু ফিক্সড ডিপজিটৰ সুদৰ হাৰৰ সম্ভাব্য পৰিবৰ্তনস সকলোবৰেই সাধাৰণ জনতাৰ ওপৰত প্ৰভাৱ পেলাব৷
চৰকাৰে সোণৰ দৰে ৰূপতো বাধ্যতামূলক হলমাৰ্কিং আৰম্ভ কৰাৰ প্ৰস্তুতি লৈছে৷ এই পদক্ষেপৰ লক্ষ্য হৈছে বিশুদ্ধতা আৰু মূল্য নিৰ্ধাৰণৰ অভিন্ন মান নিশ্চিত কৰি ৰূপৰ বজাৰত আৰু স্বচ্ছতা অনা৷ যদিও এই পদক্ষেপৰ নিৰ্ভৰযোগ্যতা বাঢ়িব বুলি আশা কৰা হৈছে, বিশেষজ্ঞই কৈছে যে ই ৰূপৰ দামকো প্ৰভাৱিত কৰিব পাৰে৷ যিয়ে ৰূপৰ গহণা কিনিব বা বিনিয়োগ কৰিব খোজে তেন্তে তেওঁলোকৰ নতুন নিয়মসমূহ সম্পৰ্কে সচেতন থকা উচিত৷
ষ্টেট বেংক অফ ইণ্ডিয়াই সংক্ষেপে SBI কাৰ্ড হোল্ডাৰসকলৰ ১ ছেপ্টেম্বৰ ২০২৫ৰ পৰা সংশোধিত চৰ্তাৱলী মানিব লাগিব৷ অটো ডেবিট ফেইলাৰৰ ক্ষেত্ৰত এতিয়া ২ শতাংশ জৰিমনা আৰোপ কৰা হৈছে৷ অন্যহাতে আন্তৰ্জাতিক লেনদেনৰ বাবে অতিৰিক্ত চাৰ্জ প্ৰযোজ্য হব পাৰে৷ ইন্ধন ক্ৰয় আৰু অনলাইন বজাৰৰ বাবেও উচ্চতৰ ফি লাগিব পাৰে৷ ইয়াৰ সৈতে ৰিউৱাৰ্ড পয়েণ্টৰ মূল্য হ্ৰাস পাব পাৰে৷ জৰিমনা কমাবলৈ গ্ৰাহকৰ ব্যয় ট্ৰেক কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ ক্ৰয় আৰু প্ৰতিমাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে তেল কোম্পানীসমূহৰ দৰ সংশোধন কৰি, ১ ছেপ্টেম্বৰ ২০২৫ তাৰিখে দেশীয় এল পি জি চিলিণ্ডাৰৰ নতুন দাম ঘোষণা কৰা হব৷ বিশ্বব্যাপী অপৰিশোধিত তেলৰ দৰৰ প্ৰৱণতা আৰু কোম্পানীৰ হিচাপৰ সৈতে সংগতিপূৰ্ণভাৱে দাম ওঠানমা কৰে৷ দাম বৃদ্ধিয়ে ৰন্ধনঘৰৰ বাজেটৰ ওপৰতো চাপ সৃষ্টি কৰিব৷
কিছু কিছু বেংকে এটিএম ব্যৱহাৰৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য কৰিব৷ নিৰ্ধাৰিত মাহিলী সীমাৰ বেছিকৈ ধন তোলাৰ ক্ষেত্ৰত গ্ৰাহকে উচ্চ লেনদেনৰ চাৰ্জ ভৰিব লাগিব৷ বেংকসমূহে আকৌ ডিজিটেল পদ্ধতি গ্ৰহণৰ বাবেও চাপ দিছে৷ বিশেষজ্ঞই অতিৰিক্ত খৰচ দূৰ কৰিবৰ বাবে অপ্ৰয়োজনত এটিএমৰ পৰা ধন নুঠাবলৈ পৰামৰ্শ দিছে৷
কিছু কিছু বেংকে ছেপ্টেম্বৰতেই তেওঁলোকৰ ফিক্সড ডিপজিটৰ সুদৰ হাৰ পৰ্যালোচনা কৰিছে৷ বৰ্তমান বেছিভাগ ঋণদাতাই ফিক্সড ডিপজিটৰ ওপৰত ৬.৫ ৰ পৰা ৭.৫ শতাংশৰ মাজত সুদ দিছে৷ বহুতৰে ধাৰণা যে সুদৰ হাৰ কমোৱা হব পাৰে৷ ফিক্সড ডিপজিটত অৰ্থ জমা কৰাৰ পৰিকল্পনা কৰিছে সেয়ে বিনিয়োগকাৰীয়ে শীঘ্ৰেই সুদৰ হাৰ লক কৰি লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?
জীৱনশৈলী

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

September 24, 2026
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা
জীৱনশৈলী

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

September 24, 2026
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
Next Post
গৌৰৱৰ ক্ষণ, দেশৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ যোগী, মমতা, নাইডু সকলো ম্লান মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ জনপ্ৰিয়তাৰ ওচৰত

গৌৰৱৰ ক্ষণ, দেশৰ ভিতৰত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ যোগী, মমতা, নাইডু সকলো ম্লান মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ জনপ্ৰিয়তাৰ ওচৰত

মোদীজীক যিমানেই গালি পাৰিব সিমানেই বেছিকৈ পদুম ফুলিব, ৰাহুল গান্ধীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিবঃ অমিত শ্বাহ

মোদীজীক যিমানেই গালি পাৰিব সিমানেই বেছিকৈ পদুম ফুলিব, ৰাহুল গান্ধীয়ে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিবঃ অমিত শ্বাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.