• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

7 months ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

14 minutes ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

1 hour ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

2 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

3 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

3 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

3 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

5 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

5 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

7 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

editor by editor
August 29, 2025
in জীৱনশৈলী
0
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
0
SHARES
6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি বুধে মাহত অন্তত ২বাৰ ৰাশি পৰিবৰ্তন কৰি থাকে৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখে৷ ছেপ্টেম্বৰৰ আৰম্ভণিতে বুধে, সিংহ ৰাশিত বিৰাজ কৰিব৷ ফলত কিছু শুভ, অশুভ যোগ তৈয়াৰ হব৷ যাৰফলত কেন্দ্ৰ যোগৰ নিৰ্মাণ হব৷ বুধৰ এই যোগৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ কোন কোন ৰাশিয়ে লাভ পাব পাৰে?

৩ ছেপ্টেম্বৰৰ দুপৰীয়া ১ বাজি ৮ মিনিটত বুধ আৰু সূৰ্যই এটাই আনটোৰ ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ তাৰফলত কেন্দ্ৰ যোগৰ নিৰ্মাণ হব৷ ইয়াক কেন্দ্ৰ যোগ বুলি কোৱা হয়৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভ পাব পাৰে৷ লাকী ৰাশি কি কি?

বৃষ ৰাশি

বুধৰ সৈতে সূৰ্যৰ যুঁটিৰ ফলত সৃষ্টি হোৱা কেন্দ্ৰ যোগত লাভদায়ী হব পাৰে৷ এই সময়ত বুধ চতুৰ্থস্থানত আছে৷ ইয়াৰফলত বিশেষ লাভ পাব পাৰে বৃষ ৰাশিৰ জাতক জাতিকাই৷ যি কাম বহুদিন ৰৈ আছিল এইবাৰ সেই কাম সম্পন্ন হব৷ মাটিবাৰীৰ ক্ষেত্ৰত আপুনি সাফল্য পাব পাৰে৷ সুখ সুবিধাও এইবাৰ বৃদ্ধি পাব৷ আপোনাৰ কামত উচ্চ অধিকাৰীসকল আপোনাৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিব৷ যাৰ ফলত কৰ্মক্ষেত্ৰত ভাল লাভ কৰিব পাৰে৷

কৰ্কট ৰাশি

হঠাৎ হাতলৈ বহু ধন আহিব পাৰে৷ দীৰ্ঘ সময় ধৰি যি কাম ৰৈ আছে সেয়া এইবাৰ সম্পন্ন হব৷ জীৱনত নানান ধৰণৰ আনন্দৰ মুহূৰ্ত আহিব৷ ছাত্ৰসকলৰ বাবে এই সময় ভাল৷ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিলে সফল হব৷ এই সময়ত বিশেষ লাভ পাব পাৰে৷ জীৱনলৈ সুখ আহিব আপোনাৰ৷

তুলা ৰাশি

কেন্দ্ৰ যোগে এই সময়ত আপোনাক নানান ধৰণে লাভাম্বিত কৰিব৷ ব্যৱসায়ত লাভ পাব পাৰে৷ আপুনি কোনো কামত কৰা পৰিশ্ৰমৰ ফলত লাভাম্বিত হব৷ শিক্ষাক্ষেত্ৰত আপুনি লাভ পাব পাৰে৷ আনন্দৰ সময় কটাব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
Next Post
নিশা ৯ বজাৰ পাছতেই ভাৰতত দেখা যাব চন্দ্ৰগ্ৰহণ, কেতিয়া আৰম্ভ হ’ব সূতক কাল? ভাৰতৰ পৰা চন্দ্ৰগ্ৰহণ পৰ্যবেক্ষণৰ সঠিক সময় কেতিয়া?

নিশা ৯ বজাৰ পাছতেই ভাৰতত দেখা যাব চন্দ্ৰগ্ৰহণ, কেতিয়া আৰম্ভ হ’ব সূতক কাল? ভাৰতৰ পৰা চন্দ্ৰগ্ৰহণ পৰ্যবেক্ষণৰ সঠিক সময় কেতিয়া?

সূৰ্যৰ কাষলৈ আহিব বুধ, বুধাদিত্য ৰাজযোগৰ ৰাজভাগ্য ৫ ৰাশিৰ

সূৰ্যৰ কাষলৈ আহিব বুধ, বুধাদিত্য ৰাজযোগৰ ৰাজভাগ্য ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.