• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি

8 months ago
ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?

4 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

5 hours ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

6 hours ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

7 hours ago
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

8 hours ago
নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

9 hours ago
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি

শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি

editor by editor
August 30, 2025
in জীৱনশৈলী
0
শনিৰ ৰাশিত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ! চৰম সমস্যাৰ সন্মুখীন, পদে পদে বিপদ আহিব, ছেপ্টেম্বৰত সাবধান হওক এইকেইটা ৰাশি
0
SHARES
4.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰৰ শেষ চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্বৰ ২০২৫ ভাদ্ৰপদ পূৰ্ণিমা তিথিত হব৷ পিতৃপক্ষও এই দিনটোৰ পৰাই আৰম্ভ হব৷ এই চন্দ্ৰগ্ৰহণ হব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ যি ভাৰতৰ পৰাও দেখা যাব৷ সেয়ে গ্ৰহণৰ সময়, সূতকৰ সমস্ত নিয়ম অনুসৰণ কৰা হব আৰু পূজা-পাতলকে আদি কৰি সকলো কাৰ্যকলাপ নিষিদ্ধ থাকিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, চন্দ্ৰগ্ৰহণ নিশা ৯.৫৮ মিনিটত আৰম্ভ হব আৰু শেষ হব ১.২৬ মিনিটত৷ এই গ্ৰহণ কুম্ভ ৰাশিত ঘটিব, যি শনিদেৱৰ ৰাশিচক্ৰ৷

কৰ্কট ৰাশি

আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰ৷ এই পৰিস্থিতিত কৰ্কট ৰাশিত জাতকৰ ওপৰত চন্দ্ৰগ্ৰহণৰ বিৰূপ প্ৰভাৱ পৰিব৷ কাৰণ গ্ৰহণৰ সময়ত চন্দ্ৰৰ শক্তি দুৰ্বল হৈ যায়৷ এই পৰিস্থিতিত গ্ৰহণৰ সময়ত আপুনি মানসিকভাৱে স্থিতিশীল থাকিব লাগিব আৰু আপোনাৰ স্বাস্থ্য আৰু সম্পৰ্কৰ দিশতো মনোযোগ দিব লাগিব৷

কন্যা ৰাশি

বছৰৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ কন্যা ৰাশিৰ ষষ্ঠ ঘৰত ঘটিব আৰু আপোনাৰ কামৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব৷ এই সময়ত আপুনি কোনো ডাঙৰ কাম আৰম্ভ কৰা উচিত নহয়৷ অৰ্থ, সম্পৰ্ক আৰু স্বাস্থ্যৰ দিশৰ পৰা এই সময় শুভ নহয়৷

কুম্ভ ৰাশি

৭ ছেপ্টেম্বৰ, কুম্ভ ৰাশিতেই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ঘটিব৷ সেয়ে কুম্ভ ৰাশিৰ জাতক বেছিকৈ সতৰ্ক থাকক৷ গ্ৰহণৰ ছায়া স্বাস্থ্যজনিত সমস্যাৰ কাৰণ হব পাৰে৷ ইয়াৰোপৰি পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰতো বিৰোধৰ পৰিস্থিতি তৈয়াৰ হব পাৰে৷

মীন ৰাশি

আপোনাৰ ৰাশিচক্ৰৰ দ্বাদশ ঘৰত চন্দ্ৰগ্ৰহণ ঘটিব আৰু সমস্যা বৃদ্ধি কৰিব৷ কাৰণ ই ক্ষতিৰ ঘৰ৷ এনে পৰিস্থিতিত আৰ্থিক ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে৷ চন্দ্ৰগ্ৰহণৰ সময়ত স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি যত্নবান হোৱাটো প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতীয় ৰে’লবিভাগে বিশেষভাৱে সক্ষম লোকৰ বাবে আনিছে নতুন নিয়ম, কি কি লাভলাভ পাব তেওঁলোকে?
জীৱনশৈলী

April 22, 2026
ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়
জীৱনশৈলী

ভাগ্যৰ চকা ঘূৰিব ৪০ বছৰৰ পাছতহে! এই ৩ মূল্যাংকৰ জাতক ৪০ৰ পাছতহে কোটিপতি হয়

April 22, 2026
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?
জীৱনশৈলী

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

April 22, 2026
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?
জীৱনশৈলী

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

April 22, 2026
Next Post
মাহৰ শেষ দিনত বৈধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, ভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

হাস্পতালত ৰোগী চাই থাকোতেই চিকিৎসকৰ হাৰ্টএটেক, ৩৯ বছৰ বয়সতেই শেষ হ’ল কাৰ্ডিয়াক ছাৰ্জনৰ জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন