• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

7 months ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

6 minutes ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

37 minutes ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

1 hour ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

14 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

15 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ

editor by editor
September 15, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
দীপাৱলিৰ পূৰ্বেই ঘোষণা হ’ব অষ্টম পে কমিছন আৰু DA? চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে ডাঙৰ খবৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অক্টোবৰ মাহত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনভোগী কৰ্মীৰ বাবে স্বস্তিৰ কাৰণ হ’ব বুলি ধাৰণা কৰা হৈছে৷ মিডিয়া ৰিপৰ্ট অনুসৰি চৰকাৰে দীপাৱলিৰ পূৰ্বে দুটাকৈ ডাঙৰ ঘোষণা কৰিব পাৰে৷ প্ৰথমতে মহাৰ্ঘ ভাট্টা(DA) আৰু মহাৰ্ঘ ত্ৰাণ(DR) বৃদ্ধি, দ্বিতীয়তে দীৰ্ঘকাল ধৰি আহিব আহিব বুলি ৰৈ থকা অষ্টম বেতন কমিছন গঠনৰ বিজ্ঞাপ্তি৷ যদি সঁচাকৈয়ে অষ্টম পে কমিছন কাৰ্যকৰী হয় তেতিয়া প্ৰায় ১.২ কোটি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীয়ে এই চৰকাৰী সুবিধা লাভ কৰিব৷

মহাৰ্ঘ ভাট্টা কিমান বাঢ়িব?

বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীয়ে ৫৫শতাংশ মহাৰ্ঘ ভাট্টা পায়৷ শেহতীয়া তথ্যৰ ভিত্তিত অনুমান কৰা হৈছে যে চৰকাৰে এই মহাৰ্ঘ ভাট্টা ৩ শতাংশলৈ বৃদ্ধিৰ ঘোষণা কৰিব পাৰে৷ এই সংশোধনী ২০২৫ চনৰ জুলাইৰ পৰা কাৰ্যকৰ কৰা হব৷ অৰ্থাৎ কৰ্মচাৰীয়ে অক্টোবৰৰ দৰমহাৰ সৈতে বা পেঞ্চনৰ সৈতে শেষ তিনি মাহৰ বকেয়াও পাব পাৰে৷ উল্লেখ্য যে চৰকাৰে প্ৰতি বছৰ দুবাৰকৈ ডি এ সংশোধন কৰে৷ প্ৰথমে জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত আৰু দ্বিতীয়টো জুলাইৰ পৰা ডিচেম্বৰৰ ভিতৰত৷ এই বছৰ দীপাৱলি ২০-২১ অক্টোবৰত আৰু ধাৰণা কৰা হৈছে অক্টোবৰৰ প্ৰথম সপ্তাহত এই ঘোষণা কৰা হ’ব৷ বিগত বছৰ চৰকাৰে ১৬ অক্টোবৰত ডি এ বৃদ্ধিৰ ঘোষণা কৰিছিল৷

অষ্টম বেতন কমিছন সম্পৰ্কে প্ৰত্যাশা

কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মাজত এতিয়া সকলোতকৈ চৰ্চাত বিষয় হৈছে অষ্টম বেতন কমিছন৷ ২০২৫ চনৰ জানুৱাৰীত চৰকাৰে কমিছন গঠনৰ ইংগিত দিছিল, কিন্তু এতিয়াও ইয়াৰ বিজ্ঞাপ্তি জাৰি কৰা নহল৷ বহুতেই চৰ্চা চলাইছে যে দীপাৱলিৰ পূৰ্বে এই বিষয়ে সিদ্ধান্ত লোৱা হব পাৰে৷

চৰকাৰৰ ওপৰত চাপ বৃদ্ধি

অষ্টম বেতন কমিছনক লৈ কৰ্মচাৰী সংগঠনসমূহে ক্ৰমাগতভাৱে চাপ দি আছে৷ সম্প্ৰতি ৰে’ল কৰ্মচাৰীসকলৰ ইউনিয়নসমূহে দাবী তুলিছে যে চৰকাৰে যিমান পাৰে সোনকালে বিজ্ঞাপ্তি জাৰি কৰক৷ অল ইণ্ডিয়া ৰে’লৱে এমপ্লয়িজ ফেডাৰেছনে ১৯ ছেপ্টেম্বৰত দেশব্যাপী আন্দোলনৰো ধমকি দিছে৷ উল্লেখ্য যে সপ্তম দৰমহা কমিছনৰ ম্যাদ ২০২৫ চনৰ ডিচেম্বৰত শেষ হৈছে সেয়ে নতুন কমিছনৰ ঘোষণা বেছি দিন স্থগিত ৰখা সম্ভৱ নহয় বুলিও ধাৰণা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

April 17, 2026
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ
জীৱনশৈলী

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

April 17, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
Next Post
ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

পাকিস্তানৰ সৈতে No Handshake! কিয় এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলে? কি কৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন