• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

5 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

6 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

6 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

6 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

6 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

6 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

7 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

7 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

7 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি

editor by editor
September 15, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ছচিয়েল মিডিয়াৰ ট্ৰেণ্ডিং Nano Banana ছবি কেনেকৈ বনাব? জানি থওক সহজ পদ্ধতি
0
SHARES
187
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

AIৰ যুগত এতিয়া প্ৰতিদিনেই নতুন নতুন বিষয় ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে৷ কেতিয়াবা যদি ঘিবলি আৰ্ট কেতিয়াবা আকৌ AI অৱতাৰ৷ বিগত তিনি চাৰিদিনত ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈছে 3D ভাৰ্ছনৰ ছবি৷ ইনষ্টাগ্ৰাম, ফেছবুক, টুইটাৰ জুকি এতিয়া কেৱল দেখা গৈছে মিনিয়েছাৰ 3D ভাৰ্ছন৷

টলিউডৰ পৰা বলিউড এই ট্ৰেণ্ডত সকলোৱেই এতিয়া ব্যস্ত৷ আপোনাৰ বন্ধুৱে বা পৰিচিত ব্যক্তিয়ে ছবি বা তেওঁলোকৰ পুষ্য প্ৰাণীৰ 3D ভাৰ্ছন ছবি পোষ্ট কৰিছে ইনষ্টাগ্ৰামত৷ ট্ৰেণ্ডিং ছবিসমূহত দেখা গৈছে এখন কম্পিউটান টেবুলো৷ কাষত থাকে ডেস্কটপ৷ লগত থাকে এখন কী বৰ্ড, মাউছো৷ ইয়াৰ কাষত থাকে টেবুল কেলেণ্ডাৰো৷ কাৰণ টেবুলৰ একাষত সযত্নে ৰখা উচিত এটা শ্ব পিছ৷ কাচ বা ফাইবাৰৰ বেছৰ ওপৰত এটা 3D মূৰ্তি থাকে৷ বিশেষ এই মূৰ্তি নিৰ্মান প্ৰক্ৰিয়াক নাম দিয়া হৈছে নেনো বানানা এ আই ইমেজ(Google Gemini AI 3D)

এইয়া প্ৰকৃততে কি?

আৰ্টিফিছিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত বনোৱা হয় এই থ্ৰি ডি ইমেজ৷ এটা সময়ত যেনেকৈ ঘিবলি আৰ্ট বনোৱাটোৱে ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং কৰিছিল একেধৰণেই এইবাৰ ট্ৰেণ্ডিংত আছে নেনো বানানা এআই ইমেজ৷ গুগল জেমিনিৰ এই নতুন ফিচাৰটো এতিয়া নেট দুনীয়াৰ এক হট টপিক৷ এই ফিচাৰ ব্যৱহাৰ কৰা খুবেই সহজ আৰু ইয়াৰ বাবে কোনো প্ৰফেছনেল দক্ষতাৰ প্ৰয়োজন নাই৷

কেনেকৈ তৈয়াৰ কৰিব নিজৰ 3D ভাৰ্ছন ছবি?

আপোনাক ইয়াৰ বাবে প্ৰয়োজন এটা গুগল একাউণ্টৰ৷ যত আপুনি গুগল AI Studio ৰ মাধ্যমেৰে বিনামূলীয়াকৈ পাব পাৰে৷ ইয়াৰ পাছতেই ছবিখন আপলোড কৰক আৰু এ আইয়ে কেই ছেকেণ্ডৰ ভিতৰত ইয়াক 3Dলৈ পৰিবৰ্তন কৰিব৷ আপুনি কি ভাৱিছে কেনেকৈ কৰিব সেই বিষয়ে ষ্টেপ বাই ষ্টেপ জানক?

১. প্ৰথমে ব্ৰাউজাৰলৈ গৈ Google AI Studio লৈ যাব লাগিব৷ (Nano Banana AI 3D figurine)

২. এইবাৰ Try Gemini চিলেক্ট কৰক৷ ইয়াত আপোনাৰ গুগল একাউণ্ট দি লগ ইন কৰক৷

৩. ইয়াত আপোনাৰ সোঁফালে Nano Banana (Gemini 2.5 Flash Image)  অপশ্ব্যনটো বাচি লওক৷

৪. ইয়াৰ পাছতেই “+” অপশ্ব্যনত ক্লিক কৰি আপোনাৰ যি ছবি আছে আপলোড কৰিব লাগিব৷

৫. এইবাৰ ইয়াত দেখুওৱা প্ৰম্পট কপি কৰি পেষ্ট কৰি দিয়ক

“Create a highly detailed 1/7 scale figurine of the characters from the provided picture, crafted in a realistic style, and displayed in a real-world environment. The figurine is posed dynamically on a round, transparent acrylic base with no text, placed on a sleek, modern computer desk made of wood with a glossy finish. The desk is organised, featuring a monitor, keyboard, and a few small accessories like a pen holder and a coffee mug. The computer screen prominently displays the ZBrush modeling process of the figurine, showcasing intricate sculpting details, wireframes, and texture maps in progress. Next to the monitor, a BANDAI-style toy packaging box stands upright, featuring vibrant, two-dimensional flat illustrations of the characters in dynamic poses, with the original artwork faithfully reproduced. The scene is well-lit with natural light streaming through a nearby window, casting soft shadows and emphasising the figurine’s realistic textures and fine details.”

৬. জেনাৰেট অপশ্ব্যনত ক্লিক কৰক আৰু আপোনাৰ 3D ছবি অহালৈ অপেক্ষা কৰিব লাগিব৷

৭. এ আই জেনাৰেটেড ছবি অহাৰ পাছত এইবাৰ আপুনি ডাউনলোড কৰি লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
পাকিস্তানৰ সৈতে No Handshake! কিয় এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলে? কি কৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে?

পাকিস্তানৰ সৈতে No Handshake! কিয় এই সিদ্ধান্ত ল’লে ভাৰতীয় ক্ৰিকেট দলে? কি কৈছে অধিনায়ক সূৰ্যকুমাৰ যাদৱে?

একেলগে অৱস্থান সলনি কৰিছে ২ গ্ৰহই, ৩ ৰাশিৰ সম্পদ বৃদ্ধি, ১৫ ছেপ্টেম্বৰৰ পৰা কোনেও ৰখাব নোৱাৰে উন্নতি

একেলগে অৱস্থান সলনি কৰিছে ২ গ্ৰহই, ৩ ৰাশিৰ সম্পদ বৃদ্ধি, ১৫ ছেপ্টেম্বৰৰ পৰা কোনেও ৰখাব নোৱাৰে উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.