• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰুসজাইত অনুৰাগীক শেষ দেখা দিব জুবিনে, সোণাপূৰৰ হাতীমূৰাতেই হ’ব হাৰ্টথ্ৰ’বৰ অন্ত্যেষ্টিক্ৰিয়া

সৰুসজাইত অনুৰাগীক শেষ দেখা দিব জুবিনে, সোণাপূৰৰ হাতীমূৰাতেই হ’ব হাৰ্টথ্ৰ’বৰ অন্ত্যেষ্টিক্ৰিয়া

7 months ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

12 minutes ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

41 minutes ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

2 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

2 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

3 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

3 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

4 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

5 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

6 hours ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

6 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

সৰুসজাইত অনুৰাগীক শেষ দেখা দিব জুবিনে, সোণাপূৰৰ হাতীমূৰাতেই হ’ব হাৰ্টথ্ৰ’বৰ অন্ত্যেষ্টিক্ৰিয়া

সৰুসজাইত অনুৰাগীক শেষ দেখা দিব জুবিনে, সোণাপূৰৰ হাতীমূৰাতেই হ’ব হাৰ্টথ্ৰ’বৰ অন্ত্যেষ্টিক্ৰিয়া

editor by editor
September 21, 2025
in অপৰাধ, অসম, গুৱাহাটী
0
সৰুসজাইত অনুৰাগীক শেষ দেখা দিব জুবিনে, সোণাপূৰৰ হাতীমূৰাতেই হ’ব হাৰ্টথ্ৰ’বৰ অন্ত্যেষ্টিক্ৰিয়া
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সিদ্ধান্ত প্ৰায় চূড়ান্ত৷ সোণাপূৰৰ হাতীমূৰাতেই হ’ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া৷ মুখ্য সচিব আৰু ৰণোজ পেগুৱে ইতিমধ্যে সোণাপুৰৰ হাতীমূৰাত উপস্থিত হৈ ভূমি পৰিদৰ্শন কৰিছে৷ প্ৰশাসনে আৰম্ভও কৰিছে সমাধিস্থলীৰ কামকাজো৷

বহুসংখ্যক লোকেই অনুৰোধ জনাইছিল যে জন্মস্থান যোৰহাটতেই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হওক৷ কিন্তু পৰিয়ালৰ লোকে জুবিন গাৰ্গৰ পিতৃ আৰু গৰিমা গাৰ্গৰ মাতৃৰ অসুস্থতাৰ বাবে গুৱাহাটীৰ কাষতেই হোৱাটো বিচাৰিছে৷ শেষত পৰিয়ালৰ কথাৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে সোণাপুৰৰ হাতীমূৰাই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বাচনি কৰিছে৷

২০১১ চনৰ পাছত আজি আকৌ এবাৰ অসম স্তব্ধ হৈ পৰিছে৷ ২০১১ চনত মহাপ্ৰস্থান ঘটিছিল ভূপেন হাজৰিকাৰ৷ সেইদিনাও জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছিল৷ আৰু ১৪ বছৰৰ পাছত অৰ্থাৎ ২০২৫ চনৰ ২১ ছেপ্টেম্বৰ সাক্ষী হৈছে তেনে এক মুহূৰ্তৰ৷ ছিংগাপুৰৰ পৰা ১৯ ছেপ্টেম্বৰ ২০২৫ত এই দুঃখবৰ আহিছিল৷ জুবিন গাৰ্গ আৰু নাই৷ সেইদিনটোৰ পৰাই স্বতস্ফুতভাৱে বন্ধ হৈ পৰিছিল সকলো দোকান পোহাৰ৷ অঘোষিত এক বন্ধৰ পৰিবেশ সমগ্ৰ ৰাজ্যত৷ ২০ তাৰিখে মুখ্যমন্ত্ৰীয়ে দোকান পোহাৰ খুলিব পাৰিব বুলি কোৱাৰ পাছতো আজিও স্বতস্ফুতভাৱে বন্ধ ৰখা হৈছে সকলো দোকান বজাৰ৷ প্ৰিয় মানুহজন গুচি যোৱাৰ বেজাৰ সামৰিব পৰা নাই কোনোৱে৷

জুবিন গাৰ্গে জীৱিত কালতেই কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত…সঁচায়ে জুবিন এজন মহামানৱ, জুবিন সংকীৰ্ণতাৰ পৰা সম্পূৰ্ণ মুক্ত এক সত্বা সেই কথাৰ প্ৰমাণ দিছে তেওঁৰ নশ্বৰ দেহ কঢ়িয়াই আনিবলৈ ৰাজপথত ৰৈ থকা জনতা৷ কি জাতি, কি ধৰ্ম কোনেও জানিব খোজা নাই, জুবিন সকলোৰে, জুবিনক সকলোৱে ক’ব পাৰে জুবিন দা আমাৰ৷ আজি জুবিনে গীত গোৱা নাই, আজি গীত গাইছে জনতাই৷ জুবিনে কৰা অনুৰোধ ৰক্ষা কৰি সকলোৱে আজি সমস্বৰে গাইছে- নিজানৰ গান মোৰ শেষ হ’ব ভাৱো তোমাৰ বুকুত…

কাহিলীপাৰাত জুবিনৰ বাবে সাজু কৰি ৰখা হৈছে পুষ্পসজ্জিত বিচনা৷ সকলো থাকিও জুবিনে কেতিয়াবা যদি ছোফাত নিশা কটাইছিল, কেতিয়াবা মজিয়াতেই নিশা কটাই ভালপাইছিল৷ কিন্তু আজি জনতাই খেয়ালী জুবিনৰ কথা মানিব খোজা নাই৷ ধুমুহাৰ সতে বহু খেলিলে, অসমবাসীক বহু দিলে আজি আৰু জুবিন এনেকৈ থাকিব নোৱাৰে, জুবিন শুব ফুলেৰে সজাই ৰখা বিচনাখনত৷ কাহিলীপাৰৰ ঘৰত সজাই থোৱা পুষ্পসজ্জিত বিচনাৰ পৰা জুবিনক পুষ্পসজ্জিত বাহনেৰে আলফুলে লৈ যোৱা হ’ব সৰুসজাইত সাজু কৰি ৰখা আনখন পুষ্পসজ্জিত বিচনালৈ৷ তাতেই জুবিন শুই থাকিব, জুবিনক শেষবাৰৰ বাবে চাই যাব লাখ লাখ অনুৰাগীয়ে৷ অনুৰাগীৰ তাতেই শেষ দেখা দিব জুবিনে৷ তাৰপৰাই জুবিনক লৈ যোৱা হ’ব সোণাপুৰলৈ৷ সোণাপুৰতেই চিৰদিনৰ বাবে পঞ্চভূতত বিলীন হ’ব আপোনাৰ, মোৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
শিকলি চিঙি তুমি যাবা কেনেকৈ? জনসমুদ্ৰই কৈছে, কেনেকুৱা হ’ব পাৰে প্ৰিয় শিল্পী নোহোৱাৰ দুখ

শিকলি চিঙি তুমি যাবা কেনেকৈ? জনসমুদ্ৰই কৈছে, কেনেকুৱা হ’ব পাৰে প্ৰিয় শিল্পী নোহোৱাৰ দুখ

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শ্যামকানু মহন্ত, আকৌ শ্যামকানুৱে ক’লে, জুবিন গাৰ্গে জিৰণি ল’বলৈহে ছিংগাপুৰ গৈছিল

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শ্যামকানু মহন্ত, আকৌ শ্যামকানুৱে ক’লে, জুবিন গাৰ্গে জিৰণি ল’বলৈহে ছিংগাপুৰ গৈছিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.