• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিৰ পূৰ্বে বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, ১৮ অক্টোবৰৰ পৰা ৩ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব

দীপাৱলিৰ পূৰ্বে বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, ১৮ অক্টোবৰৰ পৰা ৩ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব

6 months ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

18 minutes ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

46 minutes ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

2 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

2 hours ago
মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

মঘা নক্ষত্ৰত কেতুৰ গোচৰ, বাম্পাৰ ইনকাম হ’ব ৪ৰাশিৰ, জীৱনত এন্ট্ৰি ল’ব প্ৰেমে

3 hours ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

18 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

18 hours ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

19 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

19 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

20 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিৰ পূৰ্বে বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, ১৮ অক্টোবৰৰ পৰা ৩ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব

দীপাৱলিৰ পূৰ্বে বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, ১৮ অক্টোবৰৰ পৰা ৩ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব

editor by editor
October 1, 2025
in জীৱনশৈলী, বিবিধ
0
দীপাৱলিৰ পূৰ্বে বৃহস্পতি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, ১৮ অক্টোবৰৰ পৰা ৩ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিয়ে বৰ্তমান মিথুন ৰাশিলৈ গমন কৰিছে। কোনো গ্ৰহই স্বাভাৱিক বেগতকৈ দ্ৰুত বেগত কৰা গতিক কোৱা হয় অতিচাৰি। এই অতিচাৰি গতিৰেই গমন কৰিছে বৃহস্পতিয়ে। জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি বৃহস্পতিয়ে ১৮ অক্টোবৰত মিথুন ৰাশিৰ পৰা বাহিৰলৈ ওলাই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। আৰু ৪ ডিচেম্বৰ পৰ্যন্ত তাতেই থাকিব। এই বছৰ ২০ অক্টোবৰত দীপাৱলি উদযাপিত হব। দীপাৱলিৰ পূৰ্বে কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰে মেষৰ পৰা মীন ৰাশিলৈকে কেইবাটাও ৰাশিক প্ৰভাৱিত কৰিব। কেইটামান ৰাশিৰ জাতক জাতিকাৰ ওপৰত কৰ্কট ৰাশিৰ বৃহস্পতিৰ গোচৰৰ ইতিবাচক প্ৰভাৱ পৰিব। কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰৰ সময়ত তিনিটা ভাগ্যবান ৰাশিয়ে সৌভাগ্য লাভ কৰিব। জানি থওক কোন কোন ৰাশিৰ জাতকৰ বাবে কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰ শুভ হব।

মিথুন ৰাশি

কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰ মিথুন ৰাশিৰ বাবে উপকাৰী হব। এই সময়ত আপুনি কেৰিয়াৰত নতুন নতুন সুযোগ লাভ কৰিব। আয়ৰ নতুন উৎস তৈয়াৰ হব। ব্যয় হ্ৰাস পাব। যাৰ ফলত আৰ্থিক স্থিতিশীলতা আহিব। এই সময় শিক্ষাৰ্থীসকলৰ বাবে অনুকূল থাকিব। প্ৰেমৰ সম্পৰ্ক উন্নত হব। ব্যৱসায়িক পৰিস্থিতি ভালে থাকিব।

কন্যা ৰাশি

বৃহস্পতিৰ গোচৰ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল হব। চাকৰিয়ালৰ আয় বৃদ্ধিৰ সৈতে পদোন্নতিও হব। ব্যৱসায়িক অৱস্থাৰ উন্নতি হব। পাৰিবাৰিক সমস্যাৰ অৱসান হব। সামাজিক সন্মান অৰ্জন হব। অমীমাংসিত কাম সম্পন্ন হব। এই সময়ত আপোনাৰ এক সপোন বাস্তবায়িত হব পাৰে।

মীন ৰাশি

এই সময়ত মীন ৰাশিৰ জাতক জাতিকাৰ আত্মবিশ্বাস বৃদ্ধি পাব। প্ৰেম, শিক্ষা আৰু অৰ্থ সম্পৰ্কিত বিষয়ত ভাল ফলাফল পোৱা যাব। আপোনাৰ কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ হব। ভাগ্য আপোনাৰ পক্ষত থাকিব আৰু অমীমাংসিত কামসমূহ সম্পন্ন হব। প্ৰেম জীৱন পূৰ্বতকৈ ভাল হব। ব্যৱসায়ীয়ে তেওঁলোকৰ অংশীদাৰিত্ব সম্পৰ্কিত সমস্যাৰ সমাধান পাব। আৰ্থিকভাৱে আপুনি ভাল অৱস্থানত থাকিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক
জীৱনশৈলী

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

April 1, 2026
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো
জীৱনশৈলী

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

April 1, 2026
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?
জীৱনশৈলী

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

April 1, 2026
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 1, 2026
Next Post
পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

পূজাৰ পাছতেই ভাগ্য চমকিব ৫ ৰাশিৰ, বিজয়া দশমীৰ পৰাই সাফল্যৰ দুৱাৰ খুলিব এইকেইটা ৰাশিৰ

পৃথিৱীৰ কক্ষপথলৈ ধীৰে ধীৰে নামিছে নাছাৰ টেলিস্কোপ, ২০২৬ ৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত প্ৰৱেশৰ সম্ভাৱনা, ইয়াৰ ফলত কি ভয়ংকৰ ঘটনা হ’ব পাৰে?

পৃথিৱীৰ কক্ষপথলৈ ধীৰে ধীৰে নামিছে নাছাৰ টেলিস্কোপ, ২০২৬ ৰ ভিতৰতেই পৃথিৱীৰ কক্ষপথত প্ৰৱেশৰ সম্ভাৱনা, ইয়াৰ ফলত কি ভয়ংকৰ ঘটনা হ'ব পাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.