• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ শেষ অনুৰোধ, মৰমেৰে জুবিন গাৰ্গে কি অনুৰোধ কৰি গৈছে অসমবাসীক? ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সাজুনে আপুনি?

জুবিন গাৰ্গৰ শেষ অনুৰোধ, মৰমেৰে জুবিন গাৰ্গে কি অনুৰোধ কৰি গৈছে অসমবাসীক? ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সাজুনে আপুনি?

9 months ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

2 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

2 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

2 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

4 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

4 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

5 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

6 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

6 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

8 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

9 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিন গাৰ্গৰ শেষ অনুৰোধ, মৰমেৰে জুবিন গাৰ্গে কি অনুৰোধ কৰি গৈছে অসমবাসীক? ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সাজুনে আপুনি?

জুবিন গাৰ্গৰ শেষ অনুৰোধ, মৰমেৰে জুবিন গাৰ্গে কি অনুৰোধ কৰি গৈছে অসমবাসীক? ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সাজুনে আপুনি?

editor by editor
October 30, 2025
in জীৱনশৈলী, ভাৰত
0
জুবিন গাৰ্গৰ শেষ অনুৰোধ, মৰমেৰে জুবিন গাৰ্গে কি অনুৰোধ কৰি গৈছে অসমবাসীক? ‘ৰৈ ৰৈ বিনালে’ চাবলৈ সাজুনে আপুনি?
0
SHARES
135
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমবাসীলৈ জুবিন গাৰ্গৰ শেষৰখন চিঠি৷ আৰু কাহানিও কোনো চিঠি নিলিখে জুবিন গাৰ্গে৷ কাহানিও চিঞৰি নকয় অসমীয়া চিনেমা চাব লাগিব৷ মই আৰু চিনেমা কৰিম৷ শেষ আহ্বান, শেষ অনুৰোধ এয়াই আছিল জুবিনৰ৷ জুবিন গাৰ্গে লিখিছিল- ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা৷ চাবলে আহিবা৷ মৰম…জুবিন দা৷

চিনেমাখন চাবৰ বাবে শেষবাৰৰ বাবে এই টোকাই লিখিছিল জুবিনে৷ নিজ হাতেৰে লিখা এই টোকা চিনেমাখন মুক্তিৰ পূৰ্বে জুবিন গাৰ্গৰ ফেছবুক একাউণ্টৰ পৰা আপলোড কৰা হৈছে৷ জুবিন গাৰ্গৰ শেষ অনুৰোধক হয়তো কোনো এজন অসমীয়াই উপেক্ষা নকৰে৷ উপেক্ষা নকৰে অসমৰ বাহিৰত থকা কোনো এজন প্ৰবাসী অসমীয়াইয়ো৷ ইতিমধ্যেই অসমৰ বিভিন্ন ছবিগৃহত ছবিখন চাবৰ বাবে টিকট বুকিঙৰ শ্লট মুকলি হৈছিল৷ অনলাইন অফলাইন শ্লটত প্ৰায় ৪ নৱেম্বৰলৈকে সকলোবোৰ চিনেমাহলেই বুক হৈ পৰিছে৷

হাৰ্টথ্ৰ’বৰ শেষ ছবি, কেনেকৈ নোচোৱাকৈ থাকিব অসমবাসীয়ে৷ কায়িকভাৱে জুবিন গাৰ্গে আহি এই ছবি আৰু নেদেখে৷ নুশুনে অসমবাসীয়ে তেওঁৰ চিনেমা চাই দিয়া ৰিভিউ৷ ছবিখন ছুপাৰহীট হবনে নহয় সেয়াও জুবিন গাৰ্গে নাজানিব৷ কিন্তু তেওঁৰ সপোনৰ ছবিক ছুপাৰহীট কৰাৰ দায়িত্ব নিজেই কান্ধ পাতি লৈছে প্ৰতিজন অসমীয়াই৷ কাৰণ জুবিন গাৰ্গে অসমীয়া ছবিজগতক ন প্ৰাণ দিবলৈকে গানৰ জগতৰ পৰা ছবিৰ জগতলৈ আহি কৰিব পৰা সকলোখিনিয়েই কৰি গৈছে৷ অসমীয়া চিনেমাজগতে ছন্দ হেৰুৱাই দিয়াৰ সময়ত জুবিন গাৰ্গেই সাহস হৈ থিয় দিছিল প্ৰতিজন চিনেমা উদ্যোক্তাৰ কাষত৷ কোনেও কৰিব নোৱৰা সাহস জুবিন গাৰ্গেই কৰিছিল৷ অসমীয়া চিনেমা কিয় চাব বুলি কোৱাৰ সময়তে জুবিন গাৰ্গে অসমবাসীৰ বাবে মুকলি কৰি দিছিল ‘মিছন চাইনা’ৰ দৰে বিগ বাজেটৰ ছবি৷ মিছন চাইনাই নহয় তাৰপিছতেই কাঞ্চনজংঘা৷ জুবিন গাৰ্গৰ সাহসতেই আকৌ জীয়াই উঠিছিল মৰিব ধৰা বহু চিনেমাহল৷ জুবিন গাৰ্গৰ সাহসতেই জীয়াই উঠিছিল অসমীয়া চিনেমাৰ প্ৰযোজক, অভিনেতা সকলো৷ আকৌ ন প্ৰাণ ঘূৰি আহিছিল অসমীয়া চিনেমা জগতলৈ৷ আৰু শেষৰ সময়তো জুবিন গাৰ্গে অসমীয়াক দি গ’ল তেওঁৰ সপোনৰ ছবিখন৷

কায়িকভাৱে নাথাকিলেও আকৌ এবাৰ জুবিন গাৰ্গক চিনেমাত জীৱন্ত ৰূপত দেখিব অসমীয়াই৷ হয়তো আবেগে জোকাৰি যাব সকলোকে কিন্তু জুবিন গাৰ্গৰ এই সপোনক জানো নোচোৱাকৈ থাকিব! কাইলৈ পুৱা ৪ বাজি ৩০ মিনিটত ধেমাজী হলত চলিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী৷ ঠিক তেনেদৰে অসমৰ বিভিন্ন চিনেমাহলত পুৱাৰে পৰাই চলিব ছবিখন৷ ইতিমধ্যেই চিনেমা বিশেষজ্ঞসকলে জনাইছে যে ৰৈ ৰৈ বিনালে ছবিখনে অসমৰ চিনেমা জগতৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিব৷ প্ৰথম দিনটোতেই বাণিজ্যিকভাৱেও ছবিখন খুবেই সফল হ’ব বুলিও আশা কৰিছে বাণিজ্য বিশেষজ্ঞসকলে৷ বাণিজ্য বিশেষজ্ঞৰ মত যে প্ৰথম দিনটোতেই ছবিখনে ১০০ কোটি উপাৰ্জন কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী
অসম

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

July 31, 2026
Next Post
Matrix Cinemasত প্ৰথমে চলিব জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’, দেশৰ ভিতৰতেই প্রথম, পুৱা ৪বাজি ২৫ মিনিটত চলিব প্ৰথম দৰ্শনী

Matrix Cinemasত প্ৰথমে চলিব জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’, দেশৰ ভিতৰতেই প্রথম, পুৱা ৪বাজি ২৫ মিনিটত চলিব প্ৰথম দৰ্শনী

মঙ্গলৰ গোচৰত বিপদত ৪ৰাশি! ৭ ডিচেম্বৰ পৰ্যন্ত শত্ৰু বাঢ়িব৷ সাৱধানে থাকক এইকেইটা ৰাশি?

মঙ্গলৰ গোচৰত বিপদত ৪ৰাশি! ৭ ডিচেম্বৰ পৰ্যন্ত শত্ৰু বাঢ়িব৷ সাৱধানে থাকক এইকেইটা ৰাশি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.