• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Matrix Cinemasত প্ৰথমে চলিব জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’, দেশৰ ভিতৰতেই প্রথম, পুৱা ৪বাজি ২৫ মিনিটত চলিব প্ৰথম দৰ্শনী

6 months ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

21 minutes ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

1 hour ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

3 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

Matrix Cinemasত প্ৰথমে চলিব জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’, দেশৰ ভিতৰতেই প্রথম, পুৱা ৪বাজি ২৫ মিনিটত চলিব প্ৰথম দৰ্শনী

Matrix Cinemasত প্ৰথমে চলিব জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’, দেশৰ ভিতৰতেই প্রথম, পুৱা ৪বাজি ২৫ মিনিটত চলিব প্ৰথম দৰ্শনী

editor by editor
October 30, 2025
in অসম, জীৱনশৈলী
0
Matrix Cinemasত প্ৰথমে চলিব জুবিন গাৰ্গৰ শেষ ছবি ‘ৰৈ ৰৈ বিনালে’, দেশৰ ভিতৰতেই প্রথম, পুৱা ৪বাজি ২৫ মিনিটত চলিব প্ৰথম দৰ্শনী
0
SHARES
525
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Matrix Cinemasয়ে জুবিন গাৰ্গৰ নতুন চিনেমা ৰৈ ৰৈ বিনালেক হৈ গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ৷ জুবিন গাৰ্গৰ বাবেই এয়া সম্ভৱ৷ জুবিন গাৰ্গৰ চিনেমা ৰৈ ৰৈ বিনালেৰ বাবে Matrix Cinemas য়ে কাহিলী পুৱাতে প্ৰদৰ্শন কৰিব প্রথম শ্ব৷ জুবিনৰ ৰৈ ৰৈ বিনালেৰ প্ৰথম শ্ব’ দৰ্শকে চাব পাৰিব পুৱা ৪বাজি ২৫ মিনিটত৷ সমগ্ৰ ৰাজ্যৰ ভিতৰত কেৱল মেট্ৰিক্স চিনেমাজতেই প্ৰথমে উপভোগ কৰিব পাৰিব চিনেমাখন৷

এয়াও যেন এক সংযোগ৷ কাৰণ জুবিন গাৰ্গে জীৱিত কালত নিশা ৰেকৰ্ডিঙৰ কাম সামৰি পুৱতি নিশা এই সময়তেই ঘৰমূৱা হৈছিল৷ জুবিন গাৰ্গে ঘৰলৈ উভতাৰ এই সময়তেই অসমবাসীয়ে সাৰ পাব কেৱল জুবিন গাৰ্গৰ বাবেই৷ দেশৰ ভিতৰতেই এয়াই প্ৰথম৷ পুৱতি নিশা দৰ্শকে উপভোগ কৰিব পাৰিব চিনেমা৷ অনলাইন বুকিঙৰ উপৰিও টেলি বুকিঙো কৰিব পাৰিব টিকটৰ বাবে, এটা মাত্ৰ ফোন কলতেই বুকিং কৰিব পাৰিব টিকট৷ 8453559488 নম্বৰত ফোন কৰিয়েই কৰিব পাৰিব বুকিং৷
গুৱাহাটীৰ মেট্ৰিক্স চিনেমাজত পুৱা ৪.২৫ বজাতেই মুকলি প্ৰথম দৰ্শনী৷

ইতিমধ্যেই ৰৈ ৰৈ বিনালেক লৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমতো হৈ চৈ লাগিছে৷ কোনো প্ৰচাৰ নাই অথচ এই চিনেমাৰ বাবেই বলীউডৰ শ শ কোটি বাজেটৰ চিনেমা বাতিল কৰি দিয়া হৈছে অসমত৷ এয়াই জুবিন গাৰ্গৰ শক্তি৷ জুবিন গাৰ্গে দেখা সেই সপোন যেন সাকাৰ হৈছে৷ জুবিন গাৰ্গে অসমীয়া চিনেমা উত্তৰণৰ বাবে কৰিব পৰা সকলোখিনিয়েই জীৱিত কালত কৰি থৈ গৈছে৷ মৃত্যুৰ পাছতো জুবিন গাৰ্গে আকৌ এবাৰ দেশবাসীক দেখুৱাই দিছে, অসমীয়া চিনেমাৰ উত্তৰণমুখী যাত্ৰা৷ অসমত অসমীয়া চিনেমা চলোতে অগ্ৰাধিকাৰ নাপায় কোনো বলীউড চিনেমাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
শিক্ষা

April 27, 2026
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

April 27, 2026
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!
জীৱনশৈলী

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

April 27, 2026
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি
বাণিজ্য

Next Post
মঙ্গলৰ গোচৰত বিপদত ৪ৰাশি! ৭ ডিচেম্বৰ পৰ্যন্ত শত্ৰু বাঢ়িব৷ সাৱধানে থাকক এইকেইটা ৰাশি?

শান্তি কʼতো নাই জানো, কিন্তু উত্তৰ নোপোৱালৈকে উশাহো যেন নাই, কি হৈছিল ১৯ ছেপ্টেম্বৰত? গৰিমা গাৰ্গে কি লিখিলে সামাজিক মাধ্যমত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন