• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’

সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’

4 months ago
কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

8 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

9 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

10 hours ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

11 hours ago
মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

মীন ৰাশিত সূৰ্য আহিলে কাষ চাপিব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ৫ দিন পাছত টকাৰ গাদীত বহিব কোন কোন?

11 hours ago
কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

কেৱল বিশ্বকাপ জয়েই নহয়, ভাৰতীয় ক্ৰিকেট দলে এই জয়েৰে গঢ়িলে কেইবাটাও ৰেকৰ্ড, কিমান ধন উপহাৰ দিলে বিচিচিআইয়ে?

13 hours ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

13 hours ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

13 hours ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

14 hours ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

14 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’

সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’

editor by editor
October 31, 2025
in অসম, জীৱনশৈলী
0
সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে৷ অসমৰ প্ৰায় প্ৰতিটো হলতেই পুৱাৰে পৰাই হাউছফুল হৈ আছে জুবিন গাৰ্গৰ শেষ ছবি ৰৈ ৰৈ বিনালে৷ সমগ্ৰ ভাৰতৰ ৩০ খন চহৰত আজি মুক্তি পাইছে জুবিন গাৰ্গৰ সপোনৰ চিনেমাখনে৷ জুবিন গাৰ্গে কৈছিল এই কাহিনী তেওঁ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰিছিল৷ জুবিন গাৰ্গে বুকুত কঢ়িয়াই ফুৰা এই সপোনটো আজি উজলি উঠিছে৷ এই সপোনৰ সাকাৰ ৰূপ চাবলৈ কেৱল আজি কায়িকভাৱে জুবিন নাই৷ এই দুখে দহিছে প্ৰতিজন অসমীয়াক৷ প্ৰিয় জুবিনক আকৌ এবাৰ জীৱন্ত ৰূপত দেখি কান্দোনেৰে বাট নেদেখা হৈছে অসমীয়াই৷ দেশজুৰি আলোড়ন সৃষ্টি কৰিছে চিনেমাখনে৷ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালেৰ বাবেই আজি অসমত বন্ধ হৈ পৰিছে বলীউডৰ চিনেমা৷ কোনো এখন হলতেই আজি নাই অন্য চিনেমা৷ সকলোতে কেৱল হাৰ্টথ্ৰ’ব জুবিনৰ ৰৈ ৰৈ বিনালে৷

ছবিখনৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অসমত বন্ধ হ’ব ধৰা কেইবাখনো চিনেমাহল আকৌ মুকলি কৰা হৈছে৷ পুৱা ৪.২৫ মিনিটৰ পৰা আৰম্ভ হৈছে প্ৰথম দৰ্শনী৷ মেট্ৰিক্স চিনেমাজত পুৱা ৪.২৫ মিনিটত প্ৰথম দৰ্শনী মুকলি কৰি ভাৰতৰ ভিতৰতে ৰেকৰ্ডো গঢ়িবলৈ সক্ষম হৈছে৷ এয়া কেৱল জুবিন গাৰ্গৰ বাবেই সম্ভৱ৷ ছবিৰ বাবেই আজি পুৱতি নিশাই সাৰ পাইছে প্ৰতিজন অসমীয়া৷ জুবিন গাৰ্গৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা আজি অসমবাসীয়ে বিশ্বক দেখুৱাইছে৷ কেনেকৈ প্ৰাণৰ জুবিনক অসমীয়াই জীয়াই ৰাখিছে হৃদয়ত সেই কথাও আজি বিশ্বই আকৌ এবাৰ দেখিছে৷ জুবিনৰ শেষযাত্ৰাত হোৱা জনসমাগমৰ পাছত আন এক ৰেকৰ্ড গঢ়িছে অসমে৷ কাহানিও নোহোৱা নোপোজা ঘটনা বুলিলেও এয়া ভুল নহয়৷ কাৰণ অসমীয়া চিনেমাৰ এই উত্তৰণমুখী যাত্ৰাত জুবিন গাৰ্গে কায়িকভাৱে নাথাকিলেও যে বিশ্বৰ সন্মুখত এখন প্ৰান্তীয় ৰাজ্যৰ শক্তি দেখুৱাই গৈছে সেয়া প্ৰতিজন লোকেই মনত ৰাখিব৷

ইফালে জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধা জনাই অসম চৰকাৰেও ঘোষণা কৰিছে ছবিখনৰ জিএছটিৰ টকা অসম চৰকাৰে গ্ৰহণ নকৰে৷ সেই ধন জুবিন গাৰ্গে খোলা বিশেষ এন জি অ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনক দি দিয়া হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

March 10, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

March 10, 2026
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক
জীৱনশৈলী

স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

March 10, 2026
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?
জীৱনশৈলী

দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

March 10, 2026
Next Post
১ কোটি চাকৰি, বিনামূলীয়া বিদ্যুৎ, ১ কোটি লাখপতি দিদি, মহিলা মিছন কোটিপতি… বিহাৰ ইস্তাহাৰত কি কি ঘোষণা কৰিলে NDAই?

১ কোটি চাকৰি, বিনামূলীয়া বিদ্যুৎ, ১ কোটি লাখপতি দিদি, মহিলা মিছন কোটিপতি... বিহাৰ ইস্তাহাৰত কি কি ঘোষণা কৰিলে NDAই?

এইকেইটা ৰাশিৰ জাতক ভগৱান বিষ্ণুৰ ভীষণ প্ৰিয়, সকলো সময়তে থাকে বিষ্ণুৰ আশীৰ্বাদ

এইকেইটা ৰাশিৰ জাতক ভগৱান বিষ্ণুৰ ভীষণ প্ৰিয়, সকলো সময়তে থাকে বিষ্ণুৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.