• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

5 months ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

19 minutes ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

41 minutes ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

1 hour ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

3 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

4 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

4 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

17 hours ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

17 hours ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

17 hours ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

editor by editor
November 6, 2025
in জীৱনশৈলী
0
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অনলাইন বেটিং এপৰ মাধ্যমেৰে ধন ঘটাৰ অভিযোগত সুৰেশ ৰায়না আৰু শিখৰ ধাৱানৰ বিৰুদ্ধে এইবাৰ পদক্ষেপ গ্ৰহণ কৰিছে ইডিয়ে৷ ভাৰতৰ দু্ই প্ৰাক্তন ক্ৰিকেটাৰৰ মুঠ ১১.১৪ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে৷ বৃহস্পতিবাৰে এক চৰকাৰী সূত্ৰক উদ্ধৃতি দি এই বাতৰি সম্প্ৰচাৰ কৰিছে সংবাদ সংস্থা পিটিআইয়ে৷

চৰকাৰী সূত্ৰই পি টি আইক জনাইছে যে আৰ্থিক দুৰ্নীতি দমন আইনৰ আওতাত ধাৱানৰ চাৰে চাৰি কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৰায়নাৰ ৬.৬৮ কোটি টকাৰ মিউচুৱেল ফাণ্ড বাজেয়াপ্ত কৰা হৈছে৷ অভিযোগ অনুসৰি দুই প্ৰাক্তন ক্ৰিকেটাৰে সকলো জানিও ৱান এক্স বেট নামৰ অনলাইন বেটিং এপৰ প্ৰচাৰত অংশ লৈছিল৷

ৱান এক্স বেট এপটোক অবৈধ বুলি ঘোষণা কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ এই এপৰ প্ৰচাৰমূলক কামত যুক্ত আছিল দেশৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰথম শাৰীৰ তাৰকাসকলে৷ ৱান এক্স বেটৰ সৈতে তেওঁলোকৰ কি চুক্তি হৈছিল? কিমান টকা লৈছিল সেই বিষয়ক লৈ ই ডিয়ে জবাব তলব কৰিছে ২০১১ চনৰ বিশ্বকাপজয়ী দলৰ সদস্য যুৱৰাজ সিঙৰ৷ সেই তালিকাত আছে ৰবিন উথাপ্পা, অভিনেতা চনু চুড৷ ৱান এক্স বেট এপৰ প্ৰচাৰৰ বাবে সম্প্ৰতি তৃণমূলৰ প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী মিমি চক্ৰবৰ্তীৰ জৱাবো নথিবদ্ধ কৰিছে কেন্দ্ৰীয় তদন্তকাৰীয়ে৷ দিল্লীত ইডিৰ সদৰ দফতৰত হাজিৰা দিছে অভিনেতা অংকুশ হাজৰাই৷ বলীউডৰ উৰ্বশী ৰৌতেলা এই ৱান এক্স বেট এপৰ ভাৰতীয় এম্বেচাডৰো আছিল৷ বিগত আগষ্টত এবাৰ হাজিৰ হৈছিল ঊৰ্বশী ৰৌতেলা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক
জীৱনশৈলী

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

April 13, 2026
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?
জীৱনশৈলী

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

April 13, 2026
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু
জীৱনশৈলী

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

April 13, 2026
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

April 13, 2026
Next Post
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.