• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

6 months ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

25 minutes ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

11 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

12 hours ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

13 hours ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

14 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

15 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

editor by editor
November 12, 2025
in জীৱনশৈলী
0
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জ্যোতিষশাস্ত্ৰত শনিক কৰ্মৰ আধাৰ হিচাপে ধৰা হয়৷ ধাৰণা কৰা হয় শনিয়ে আমাক কৰ্ম অনুসৰি ফল প্ৰদান কৰে৷ ন্যায়ৰ দেৱতা শনিক সকলোতকৈ প্রভাৱশালী আৰু কঠোৰ গ্ৰহ বুলি ধৰা হয়৷ শনিৰ গতি সকলোতকৈ ধীৰ হোৱাৰ ফলত এই গ্ৰহই দীঘলীয়া সময় ধৰি একেই ৰাশিত অৱস্থান কৰে৷
এই প্ৰসংগত জ্যোতিষীয়ে কৈছে যে বৰ্তমান শনি মীন ৰাশিত বক্ৰী অৱস্থাত বিৰাজ কৰিছে৷ অন্যহাতে শনি ৰাজকুমাৰ গ্ৰহ বুধৰ সৈতে নৱপঞ্চম ৰাজযোগৰ সৃষ্টি কৰিছে৷ ইয়াৰ ফলত কিছু ৰাশিৰ জীৱনলৈ সৌভাগ্যৰ জোৱাৰ আহিব৷ জানি থওক কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ সোণালী সময় আহিব?
বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ২৩ নৱেম্বৰ ১২ বাজি ১২ মিনিটত শনি আৰু বুধে এটাই আনটোৰ সৈতে ১২০ ডিগ্ৰীত অৱস্থান কৰিব৷ ফলত এই সময়ত নৱপঞ্চম ৰাজযোগৰ সৃষ্টি হব৷ এই সময়ত বুধে ৰাশি পৰিবৰ্তনেৰে তুলা ৰাশিত প্ৰৱেশ কৰি নৱপঞ্চম ৰাজযোগৰ সৃষ্টি কৰিব৷ নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ভাগ্য খুলিব?

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে নৱপঞ্চম ৰাজযোগে আপোনাৰ জীৱনলৈ শুভ সময় কঢ়িয়াই আনিব৷ এই ৰাশিৰ জাতকৰ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নীত হব৷ চাকৰিজীৱীয়ে এই সময়ত ভাল ফল পাব৷ এই সময়ত আকস্মিক ধনলাভৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত ভাল সুযোগ পাব৷ এই সময়ত ভাগ্যৰ সহায়তাত আৰ্থিক স্থিতি মজবুত হব৷ ইয়াৰোপৰি এই সময়ত সম্পত্তি আৰু বিনিয়োগত লাভ পাব পাৰে৷

কুম্ভ ৰাশি

এই ৰাশিৰ জাতকে নৱপঞ্চম ৰাজযোগত সুখবৰ পাব পাৰে৷ আপোনাৰ জীৱনলৈ সুখৰ খবৰ আহিব৷ এই সময়ত আপোনাৰ জীৱনত শনিৰ চাৰে সাতিৰ শেষ পৰ্যায় চলিছে৷ ইয়াৰ ফলত ধীৰে ধীৰে পৰিস্থিতিৰ উন্নতি হব৷ ইয়াৰ সৈতে এই সময়ত জীৱনত শুভ পৰিবৰ্তন দেখা যাব৷ এই সময়ত আপোনাৰ জীৱনত ভাগ্যৰ সংগ পাব৷ আপুনি সম্পত্তিৰ সৈতে জড়িত কোনো সফলতা পাব৷ এই সময়ত স্বাস্থ্য বিষয়ক ক্ষেত্ৰত নজৰ দিয়াটো প্ৰয়োজন৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে শনি আৰু বুধৰ নৱপঞ্চম ৰাজযোগ অত্যন্ত শুভ হব৷ এই সময়ত দীঘলীয়া সময় ধৰি চলি থকা কোনো অশান্তি দূৰ হব৷ ইয়াৰ সৈতে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত লাভ হব পাৰে৷ ইয়াৰোপৰি যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন সুযোগ পাব৷ এই সময়ত কোনো পৰিকল্পনা থাকিলে সফল হব৷ এই সময়ত আৰ্থিক স্থিতি মজবুত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

May 5, 2026
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
অসম

May 4, 2026
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

May 4, 2026
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?
জীৱনশৈলী

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

May 4, 2026
Next Post
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন