• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদিত্য মঙ্গল ৰাজযোগেৰে আৰম্ভ হ’ব নতুন বছৰ, ২০২৬ত কোন ৪ৰাশিত ধনৰ বৃষ্টি হ’ব?

আদিত্য মঙ্গল ৰাজযোগেৰে আৰম্ভ হ’ব নতুন বছৰ, ২০২৬ত কোন ৪ৰাশিত ধনৰ বৃষ্টি হ’ব?

7 months ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

19 minutes ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

1 hour ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

3 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

4 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

17 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

17 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

18 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

18 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

19 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

22 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আদিত্য মঙ্গল ৰাজযোগেৰে আৰম্ভ হ’ব নতুন বছৰ, ২০২৬ত কোন ৪ৰাশিত ধনৰ বৃষ্টি হ’ব?

আদিত্য মঙ্গল ৰাজযোগেৰে আৰম্ভ হ’ব নতুন বছৰ, ২০২৬ত কোন ৪ৰাশিত ধনৰ বৃষ্টি হ’ব?

editor by editor
November 19, 2025
in জীৱনশৈলী
0
আদিত্য মঙ্গল ৰাজযোগেৰে আৰম্ভ হ’ব নতুন বছৰ, ২০২৬ত কোন ৪ৰাশিত ধনৰ বৃষ্টি হ’ব?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চন শেষ হৈ ২০২৬ চন আৰম্ভ হ’বলৈ বেছি দিন নাই৷ নতুন বছৰৰ আৰম্ভণিতেই আগন্তুক ১৪ জানুৱাৰী ২০২৬ত সৌৰজগতৰ ৰজা সূৰ্যই মকৰ ৰাশিত গোচৰ কৰিব৷ এই দিনটোত পালিত হ’ব মকৰ সংক্ৰান্তি৷ ইয়াৰ ঠিক দুদিন পাছতেই অৰ্থাৎ ১৬ জানুৱাৰীত মকৰ ৰাশিলৈ আহিব সেনাপতি গ্ৰহ মঙ্গলো৷

ইয়াৰ ফলত নতুন বছৰৰ আৰম্ভণিতেই মকৰ ৰাশিত গঠিত হ’ব আদিত্য মঙ্গল ৰাজযোগ৷ শনিৰ চিহ্ন মকৰে অত্যন্ত শুভ এই ৰাজযোগ গঠনৰ ফলত ২০২৬ চনত লাভৱান হ’ব ৪ ৰাশিৰ জাতক৷ জানি থওক আদিত্য মঙ্গল ৰাজযোগত ২০২৬ত কাৰ কাৰ ভাগ্য খুলিব?

মেষ ৰাশিত আদিত্য মঙ্গল ৰাজযোগৰ প্ৰভাৱ

বৰ্তমান শনিৰ চাৰে সাতি দশা চলিছে মেষ ৰাশিত৷ আদিত্য মঙ্গল ৰাজযোগৰ প্ৰভাৱত চাৰে সাতিৰ ক্ষতিকৰ প্ৰভাৱ দূৰ হ’ব মেষ ৰাশিৰ জাতকৰ৷ কেৰিয়াৰত উন্নতি হব৷ ব্যৱসায়ত লাভ বঢ়াৰ যোগ আছে৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ এই সময়ত আপোনাৰ আত্মবিশ্বাসো তুংগত থাকিব৷

বৃষ ৰাশিত আদিত্য মঙ্গল ৰাজযোগৰ প্ৰভাৱ

আদিত্য মঙ্গল ৰাজযোগৰ প্ৰভাৱত নতুন বছৰত নানান দিশৰ পৰা লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ এই সময়ত চাকৰি আৰু ব্যৱসায়চ উন্নতি কৰিব পাৰিব৷ নানান সূত্ৰৰ পৰা অৰ্থ আহিব আপোনাৰ হাতলৈ৷ পুৰণি বিনিয়োগৰ পৰাও মুনাফা অৰ্জন কৰিব৷ বেংক বেলেন্স বঢ়াব পাৰিব৷ মনৰ ওপৰত থকা চাপ কমিব৷ বিবাহৰ কথা পাক্কা হ’ব৷

তুলা ৰাশিত আদিত্য মঙ্গল ৰাজযোগৰ প্রভাৱ

সূৰ্য আৰু মঙলৰ যুঁটিত লাভজনক প্রভাৱ পৰিব তুলা ৰাশিত৷ ২০২৬ চনৰ আৰম্ভণি আৰামৰ হ’ব৷ নতুন গাড়ী বা ঘৰ ক্ৰয় কৰিব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ থাকিব৷ মনত শান্তি থাকিব৷ এই সময়ত বিনিয়োগ আপোনাৰ বাবে লাভজনক হ’ব৷

মকৰ ৰাশিত আদিত্য মঙ্গল ৰাজযোগৰ প্ৰভাৱ

মকৰ ৰাশিত সূৰ্য আৰু মঙ্গলৰ মিলনত আদিত্য মঙ্গল ৰাজযোগ গঠিত হব৷ এই ৰাজযোগৰ সকলোতকৈ সুফল পাব মকৰ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ হঠাৎ কিছু আৰ্থিক লাভ হব৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

June 21, 2026
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ
জীৱনশৈলী

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

June 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

June 21, 2026
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?
জীৱনশৈলী

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

June 21, 2026
Next Post
৩৯ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত ৰামচৰণৰ পত্নী, ডিম্বানু সংৰক্ষণৰ পৰামৰ্শ দেশৰ মহিলালৈ কিয় দিছে ৰামচৰণৰ পত্নী উপাসনাই?

৩৯ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ পথত ৰামচৰণৰ পত্নী, ডিম্বানু সংৰক্ষণৰ পৰামৰ্শ দেশৰ মহিলালৈ কিয় দিছে ৰামচৰণৰ পত্নী উপাসনাই?

আলঝাইমাৰ্ছৰ নতুন ঔষধ আহিছে দেশত, প্ৰতিমাহত এটাকৈ ইঞ্জেকছন ল’লেই দূৰ হ’ব পাহৰি যোৱাৰ সমস্যা

আলঝাইমাৰ্ছৰ নতুন ঔষধ আহিছে দেশত, প্ৰতিমাহত এটাকৈ ইঞ্জেকছন ল’লেই দূৰ হ’ব পাহৰি যোৱাৰ সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.