ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

২০২৬ চনত সলনি হৈ পৰিব খেল! শনিৰ চাৰে সাতি চলি থাকিলেও কোন ৩ৰাশিয়ে বৃহৎ উন্নতি কৰিব পাৰিব?

২০২৬ চনত সলনি হৈ পৰিব খেল! শনিৰ চাৰে সাতি চলি থাকিলেও কোন ৩ৰাশিয়ে বৃহৎ উন্নতি কৰিব পাৰিব?

জ্যোতিষশাস্ত্ৰ অনুসৰি একমাত্ৰ শনিয়েই এনে এক গ্ৰহ যাৰ চাৰে সাতি আৰু ঢাইয়াই ৰাশিৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়৷ অন্যান্য গ্ৰহৰ ক্ষেত্ৰত কেৱল মহাদশা আৰু অন্তৰ্দশা কাৰ্যকৰ হয়৷ ২০২৫ চনত শনিয়ে মীন ৰাশিত প্ৰৱেশ কৰিছে, আৰু ২০২৭ চনত ই মেষ ৰাশিলৈ যাব৷ ফলত এই সময়ত প্ৰায় আঢ়ৈ বছৰ ধৰি তিনিটা ৰাশিত শনিৰ চাৰে সাতিৰ প্রভাৱ থাকিব৷

মেষ ৰাশিৰ বাবে চাৰে সাতিৰ প্ৰথম ঢাপ আৰম্ভ হ’ব৷
২০২৫ চনতকৈ তুলনামূলকভাৱে ২০২৬ চন বহু ভাল যাব৷
কামৰ ফল পাবলৈ দেৰী হ’ব পাৰে৷
আয় স্থিতিশীল হ’লেও সঞ্চয় কৰিব পাৰিব৷
মাটি-ঘৰ-বাহন সংক্ৰান্তিয় কামত সময় সহনীয়৷
প্ৰেম জীৱনত অস্থিৰতা থাকিব পাৰে৷
অবিবাহিতসকলৰ বিবাহৰ সম্ভাৱনা আছে৷
পৰিয়ালত ওঠানমা থাকিব৷
কুম্ভ ৰাশি-২০২৬
কুম্ভ ৰাশিৰ বাবে চাৰে সাতিৰ শেষ ঢাপ, যি সাধাৰণতে কম কষ্টদায়ক৷
বছৰৰ প্ৰায় সকলো ফল শুভ হ’ব৷
সিদ্ধান্ত ভাৱিচিন্তি লওক৷
আইন ভংগ বা অনৈতিক কামত সোমাই পৰিলে শনিয়ে কঠোৰ শাস্তি দিব পাৰে৷
স্বাস্থ্যৰ যত্ন লোৱা জৰুৰী৷
আৰ্থিক অৱস্থা স্থিতিশীল থাকিব৷
শিক্ষাৰ্থীসকলে বৃহৎ সাফল্য পাব পাৰে৷
বিবাহ আৰু দাম্পত্য জীৱনত প্ৰথমাৰ্ধত শুভ৷
মীন ৰাশি-২০২৬

২০২৬ চনত শনিৰ চাৰে সাতিৰ কাৰণে মেষ, কুম্ভ আৰু মীন ৰাশিৰ বাবে চেলেঞ্জ আৰু সুযোগ দুটাই আহিব৷ কৰোবাত ধৈৰ্য্যৰ পৰীক্ষা, আৰু অগ্ৰগতিৰ দুৱাৰ খুলিব৷ শনি কঠোৰ শিক্ষক৷ এই সময়ত সতৰ্কতা, সৎ, পৰিশ্ৰম, সংযম আৰু বাস্তৱবুদ্ধিয়েই ৰাশিসমূহক সঠিক পথত পৰিচালিত কৰিব৷ যিসকলে স্থিৰ মনোভাৱ লৈ পৰিস্থিতি চম্ভালিব পাৰিব৷ তেওঁলোকৰ বাবে বছৰটোত গুৰুত্বপূৰ্ণ শিক্ষা, স্থিতি আৰু নতুন সম্ভাৱনাৰ পথ তৈয়াৰ কৰিব৷ শেষ পৰ্যন্ত, চাৰে সাতিৰ প্ৰতিটো ঢাপেই জীৱনত শক্তিৰ নতুন অধ্যায় যোগ কৰে আৰু  ২০২৬য়ো ব্যতিক্ৰম নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *