বহুতেই আছে যিসকলে প্ৰতি সন্ধিয়া ঘৰত ঘীউৰ প্ৰদীপ জ্বলায়৷ বহুতেই তেলৰ চাকিও জ্বলায়৷ অৱশ্যে ঘীউৰ প্ৰদীপ জ্বলালে গুণাগুণ বেলেগ৷ চাকি জ্বলাওতে যদি সামান্য ঘীউ দিয়ে তেতিয়া ভগৱান প্ৰসন্ন হয়৷ ঘীউৰ প্ৰদীপ জ্বলালে বুলিয়েই যে কেৱল ঘীউতেই আপুনি চাকিগছি জ্বলাব লাগিব তেনে নহয়৷ ঘৰত ঘীউৰ চাকি জ্বলালে ইয়াৰ উপকাৰীতাসমূহ কি কি?
উপকাৰিতা
মন শান্ত কৰে
বাস্তৰ কল্যাণ
যি ঘৰত প্ৰতিদিনে সন্ধিয়া ঘীউৰ প্ৰদীপ জ্বলোৱা হয় সেই ঘৰত কাজিয়া অশান্তিৰ পৰিমাণ তুলনামূলকভাৱে কমি যায়৷ ঘৰত পজিটিভ শক্তি আহে৷ সদস্যসকলৰ মাজত সম্পৰ্কৰ বন্ধন দৃঢ় হয়৷
পজিটিভ শক্তিৰ সঞ্চাৰ হয়
বাস্তু তথা জীৱনৰ ওপৰত পজিটিভ প্ৰভাৱ পৰা দেখা যায়৷ ঘীউৰ চাকি জ্বলোৱাৰ ফলত আমাৰ নিগেটিভ চিন্তা বহুপৰিমাণে কমি থাকে বুলি বিশ্বাস কৰা হয়৷ ইয়াৰ ফলত আমাৰ মন শান্ত হয় আৰু যিকোনো কাম কৰাৰ শক্তি বৃদ্ধি পায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















