কাইসৈ ১৪ ডিচেম্বৰ ২০২৫ দেওবাৰে চন্দ্ৰই কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ কৃষ্ণা দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সৌভাগ্য যোগ আৰু শোভন যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব হস্তা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
১৪ ডিচেম্বৰ মেষ ৰাশিফল
কাইলৈ দিনটো লাভজনক আৰু কাৰ্যকৰী হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি যি সিদ্ধান্ত ল’ব তাতেই পজিটিভ ফলাফল পাব৷ কাইলৈ নিজৰ সকলো কাম আপুনি এনাৰ্জি আৰু উৎসাহৰ সৈতে সম্পূৰ্ণ কৰিব৷ ব্যৱসায়ত আপোনাৰ পৰিকল্পনা আৰ্থিকভাৱে লাভজনক হব৷ নিজৰ কোনোধৰণৰ ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে৷
১৪ ডিচেম্বৰ কৰ্কট ৰাশিফল
সূৰ্যদেৱৰ কৃপাত কাইলৈ কিছু অতিৰিক্ত অৰ্থলাভ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ সকলো আত্মীয়ৰ পৰা সুখবৰ পাব পাৰে৷ নিজৰ আৰু পৰিয়ালৰ সকলোৰে প্ৰয়োজন পূৰণ কৰিব পাৰিব৷ অফিচত আৰু বেছি পৰিশ্ৰম কৰিব আৰু তাৰ ফলত নিজৰ লক্ষ্যৰ দিশত সফলভাৱে আগুৱাই যাব পাৰিব৷ পৰিয়ালৰ সদস্যসকলৰ সহায় পাব৷
১৪ ডিচেম্বৰ কন্যা ৰাশিফল
কাইলৈ বুধাদিত্য যোগৰ শুভ ফল পাব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ হাতলৈ হঠাৎ ধন আহিব৷ তাৰফলত বেংক বেলেন্সো বাঢ়িব৷ সকলো কামত ভাগ্যক নিজৰ কাষত পাব৷ সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰাও আৰ্থিক লাভ হব৷ অফিচত নিজৰ কামেৰে বছৰ মন জয় কৰিব পাৰিব৷
১৪ ডিচেম্বৰ বৃশ্চিক ৰাশিফল
১৪ ডিচেম্বৰ কুম্ভ ৰাশিফল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















