• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

1 month ago
দিল্লীত কোনে দাহ কৰিলে ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থ?

দিল্লীত কোনে দাহ কৰিলে ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থ?

9 hours ago
ৰকিবুল হুছেইনৰ বাবেই ধুবুৰীত উচ্ছেদ চলিছেঃ আজমল

ৰকিবুল হুছেইনৰ বাবেই ধুবুৰীত উচ্ছেদ চলিছেঃ আজমল

9 hours ago
পাৰমাণৱিক বো*মাত ধ্বংস হ’ব পৃথিৱীৰ ৯৯% উপগ্ৰহ!

পাৰমাণৱিক বো*মাত ধ্বংস হ’ব পৃথিৱীৰ ৯৯% উপগ্ৰহ!

10 hours ago
ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!

ৰিয়ান পৰাগেই হ’ব ৰাজস্থান ৰয়েলছৰ অধিনায়ক!

10 hours ago
চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং

চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং

11 hours ago
বাংলাদেশী, মৌলবাদীৰ বিৰুদ্ধে আছুৰ হুংকাৰ, CAAক লৈ চৰকাৰক কি সকীয়নি?

বাংলাদেশী, মৌলবাদীৰ বিৰুদ্ধে আছুৰ হুংকাৰ, CAAক লৈ চৰকাৰক কি সকীয়নি?

11 hours ago
আপোনাৰ বাহনত কি পেট্ৰ’ল ব্যৱহাৰ হৈ আছে?

আপোনাৰ বাহনত কি পেট্ৰ’ল ব্যৱহাৰ হৈ আছে?

12 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

এই ৬ ৰাশিৰ সলনি হ’ব ভাগ্যৰ চকৰি!

12 hours ago
অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

অত্যধিক ফোন ব্যৱহাৰত আক্ৰান্ত নেকি? আজিয়েই সলনি কৰক এই ৫টা ছেটিংছ

13 hours ago
মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

মহাত্মা গান্ধীৰ প্ৰথম ৰেডিঅ’ ভাষণত কি আছিল ৫টা বাৰ্তা?

14 hours ago
অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

অমিতাভ বচ্চনৰ বাসগৃহ, বিমান বন্দৰ বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

14 hours ago
হুয়াঙৰ প্ৰেম বিতৰ্ক! হুয়াং পদৰ পৰা আঁতৰিলে কোন হ’ব Nvidiaৰ পৰৱৰ্তী ceo?

হুয়াঙৰ প্ৰেম বিতৰ্ক! হুয়াং পদৰ পৰা আঁতৰিলে কোন হ’ব Nvidiaৰ পৰৱৰ্তী ceo?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

চুবুৰীয়া দেশ নেপালত পুনৰ প্ৰকৃতিক দুৰ্যোগ।

editor by editor
September 29, 2026
in বিবিধ, বিশ্ব, লেখা
0
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যোৱা কেইদিনমানৰ পৰা অবিৰত বৰষুণে নেপালৰ বহু অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ২৪ৰ পৰা ২৮ ছেপ্টেম্বৰৰ ভিতৰত বানপানী, ভূমিস্খলন, পানী জমা হোৱা, প্ৰচণ্ড বতাহ, বজ্ৰপাতৰ ফলত কমেও ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭ জন আহত হয়। এতিয়াও চাৰিজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। নেপালৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি এই পাঁচ দিনত বতৰ সম্পৰ্কীয় ৫১৩টা ঘটনা সংঘটিত হৈছে।

বতৰ সম্পৰ্কীয় এই পৰিঘটনাসমূহৰ ফলত প্ৰায় ১০৬৫টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত ২২৫টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৩৭টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি ২৭টা গৰু-ম’হৰ চাল আৰু ১১৪টা গৰু-ম’হও ক্ষতিগ্ৰস্ত হৈছে। বানপানী আৰু ভূমিস্খলনে দেশৰ ১৪৭টা স্থানত ঘাইপথ আৰু ডাঙৰ ডাঙৰ পথৰ ক্ষতিসাধন কৰে। চৰকাৰৰ তথ্য অনুসৰি ইয়াৰে ১২৫টা স্থানত মেৰামতিৰ কাম সম্পূৰ্ণ কৰি পথ মুকলি কৰা হৈছে।

বিদ্যুৎ যোগানতো প্ৰভাৱ পৰিল

পশ্চিম নেপালৰ বেনি-জোমছম, পাল্পা, বাগলুং, আৰু নৱালপাৰাশী জিলাতো পৰিস্থিতি ভয়াৱহ হৈ পৰিছে। ভূমিস্খলন আৰু পথ ভাঙি যোৱাৰ ফলত কালিগণ্ডাকী কৰিডৰত যাতায়ত ব্যাহত হৈছে। কিছু স্থানত দলংলৈ যোৱা পথসমূহো ক্ষতিগ্ৰস্ত হৈছে। বিষয়াসকলে কয় যে সমগ্ৰ পথৰ নেটৱৰ্ক পুনৰুদ্ধাৰ হ’বলৈ তিনিদিনতকৈ অধিক সময় লাগিব পাৰে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত নেপালৰ বিদ্যুৎ ব্যৱস্থাতো প্ৰভাৱ পৰিছে। ৰাষ্ট্ৰীয় সংবহন লাইনৰ জৰিয়তে যোগান ধৰা প্ৰায় ১০১৩ মেগাৱাট বিদ্যুৎ কালিগণ্ডাকী, মাৰ্চয়াংডি, আৰু চেটি-মাডি নদী অঞ্চলত বিঘ্নিত হৈছে।

শীতকালত ভাৰতৰ পৰা বিদ্যুৎ লাভ কৰিব নেপালে

ইয়াৰ পূৰ্বে ২৬ আগষ্টত ব্যাপক বানপানীয়ে ভোটেকোশী আৰু ত্ৰিশুলি নদী অৱবাহিকাৰ প্ৰায় এক ডজন জলবিদ্যুৎ প্ৰকল্পৰ ভয়াৱহ ক্ষতিসাধন কৰিছিল। চৰকাৰী পৰিসংখ্যা অনুসৰি সেই বানত ১৪০০ৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ৫০০০ লোক নিৰুদ্দেশ হৈছিল। শীতকালত নেপালত বিদ্যুৎ উৎপাদন যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ ৰান অৱ দ্য ৰিভাৰ প্ৰকল্পত, য’ত পানীৰ যোগান হ্ৰাস পায়। নেপাল বিদ্যুৎ কৰ্তৃপক্ষৰ তথ্য অনুসৰি জানুৱাৰী মাহৰ পিছত দেশখনৰ বিদ্যুৎ উৎপাদন প্ৰায় ১২১৮ মেগাৱাট হ’ব বুলি আশা কৰা হৈছে, আনহাতে চাহিদা প্ৰায় ২,২৯৩ মেগাৱাট হ’ব বুলি প্ৰকল্প কৰা হৈছে। এই অভাৱ পূৰণৰ বাবে নেপালে আগন্তুক খৰালি কালত ভাৰতৰ পৰা প্ৰায় ১১৫৫ মেগাৱাট শক্তি আমদানি কৰাৰ পৰিকল্পনা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত কোনে দাহ কৰিলে ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থ?
ৰাজনীতি

দিল্লীত কোনে দাহ কৰিলে ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থ?

November 12, 2026
ৰকিবুল হুছেইনৰ বাবেই ধুবুৰীত উচ্ছেদ চলিছেঃ আজমল
অসম

ৰকিবুল হুছেইনৰ বাবেই ধুবুৰীত উচ্ছেদ চলিছেঃ আজমল

November 12, 2026
পাৰমাণৱিক বো*মাত ধ্বংস হ’ব পৃথিৱীৰ ৯৯% উপগ্ৰহ!
বিশ্ব

পাৰমাণৱিক বো*মাত ধ্বংস হ’ব পৃথিৱীৰ ৯৯% উপগ্ৰহ!

November 12, 2026
চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং
বিশ্ব

চীনা চোৰাংচোৱাৰে সম্পৰ্কৰ সন্দেহ! অৱশেষত NVIDIAৰ পৰা আঁতৰিল হুৱাং

November 12, 2026
Next Post
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক'ত হেৰাল?

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.