• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ শেষ একাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীৰ কৃপাত বিপদ দূৰ হ’ব ৫ ৰাশিৰ

বছৰৰ শেষ একাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীৰ কৃপাত বিপদ দূৰ হ’ব ৫ ৰাশিৰ

3 months ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

58 minutes ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

1 hour ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

2 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

3 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

4 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

5 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

6 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

7 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বছৰৰ শেষ একাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীৰ কৃপাত বিপদ দূৰ হ’ব ৫ ৰাশিৰ

বছৰৰ শেষ একাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীৰ কৃপাত বিপদ দূৰ হ’ব ৫ ৰাশিৰ

editor by editor
December 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বছৰৰ শেষ একাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীৰ কৃপাত বিপদ দূৰ হ’ব ৫ ৰাশিৰ
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ৩০ ডিচেম্বৰ ২০২৫ মঙলবাৰে চন্দ্ৰই মেষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে আজি পুহৰ শুক্লা দশমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি থাকিব সিদ্ধি যোগ আৰু সাধ্য যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আজি আছে ভৰণী নক্ষত্ৰ আৰু কৃত্তিকা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হৈছে৷ হিন্দুধৰ্মত মঙ্গলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

আজি ২০২৫ চনৰ শেষ মঙলবাৰে সিদ্ধি যোগৰ প্ৰভাৱত জীৱনত চকুত লগা উন্নতি কৰিব মিথুন ৰাশিৰ জাতকে৷ হনুমানৰ দয়াত কিছু আৰ্থিক লাভ হব পাৰে আপোনাৰ৷ শিক্ষাক্ষেত্ৰত কোনো সমস্যা চলিলে তাৰ পৰাও মুক্তি পাব৷ ভৰণী নক্ষত্ৰৰ প্ৰভাৱত নিজৰ লক্ষ্যৰ দিশত আগুৱাই যাব পাৰিব৷

কন্যা ৰাশি

আজি আছে সৰ্বাৰ্থ সিদ্ধি যোগ৷ এই যোগৰ শুভ প্ৰভাৱ লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ আজি মঙলবাৰে পৰিয়াললৈ সুখৰ খবৰ আহিব পাৰে৷ শহুৰৰ ঘৰত সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ ব্যৱসায়ত ৰৈ থকা ধন উভতাই পাব পাৰে৷ জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হব৷ বিশেষ সূত্ৰৰ পৰা অৰ্থলাভ হব পাৰে৷

তুলা ৰাশি

৩০ ডিচেম্বৰত বছৰৰ শেষ মঙলবাৰে দুৰ্দান্ত দিন কটাব তুলা ৰাশিৰ জাতকে৷ আজি সকলো কামতেই সৌভাগ্যক আপুনি কাষত পাব৷ আৰ্থিকভাৱেও বেছ কিছু উন্নতি কৰিব৷ ইয়াৰ ফলত আজি আপোনাৰ মনত সুখ, শান্তি আৰু আনন্দ থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সুখৰ সময় কটাব পাৰিব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে পৰিচয় হব পাৰে৷

বৃশ্চিক ৰাশি

আজি মঙলবাৰে সাধ্য যোগৰ সম্পূৰ্ণ ফল পাব বৃশ্চিক ৰাশিৰ জাতকে৷ সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷ সমাজত সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব বৃশ্চিক ৰাশিৰ জাতকৰ৷ বন্ধুৰ সৈতে হাঁহি ধেমালি কৰি সন্ধিয়া কটাব৷ যি কামতেই হাত দিব ভৰপুৰ সাফল্য লাভ কৰিব৷

মীন ৰাশি

আজি কৃত্তিকা নক্ষত্ৰৰ বিশেষ শুভ প্ৰভাৱ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ আজি প্ৰতিভা বিকাশ ঘটিব মীন ৰাশিৰ জাতকৰ৷ পৰিশ্ৰম কৰিলে বজৰংবলীৰ দয়াত তাৰ সুফল অৱশ্যেই লাভ কৰিব৷ অফিচত চিনিয়ৰসকলৰ কাষৰ পৰা প্ৰশংসা লাভ কৰিব মীন ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ
জীৱনশৈলী

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

March 17, 2026
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

March 17, 2026
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?
জীৱনশৈলী

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

March 17, 2026
Next Post
২০২৬ত সূৰ্য-ৰাহুৰ অশুভ যোগ, গ্ৰহণ যোগৰ কবলত পৰি প্ৰচুৰ আৰ্থিক ক্ষতি কাৰ কাৰ?

২০২৬ত সূৰ্য-ৰাহুৰ অশুভ যোগ, গ্ৰহণ যোগৰ কবলত পৰি প্ৰচুৰ আৰ্থিক ক্ষতি কাৰ কাৰ?

বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই  বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে

বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.