• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ত সূৰ্য-ৰাহুৰ অশুভ যোগ, গ্ৰহণ যোগৰ কবলত পৰি প্ৰচুৰ আৰ্থিক ক্ষতি কাৰ কাৰ?

২০২৬ত সূৰ্য-ৰাহুৰ অশুভ যোগ, গ্ৰহণ যোগৰ কবলত পৰি প্ৰচুৰ আৰ্থিক ক্ষতি কাৰ কাৰ?

7 months ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

2 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

2 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

3 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

3 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

4 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

5 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

6 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

7 hours ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

7 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

8 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ত সূৰ্য-ৰাহুৰ অশুভ যোগ, গ্ৰহণ যোগৰ কবলত পৰি প্ৰচুৰ আৰ্থিক ক্ষতি কাৰ কাৰ?

২০২৬ত সূৰ্য-ৰাহুৰ অশুভ যোগ, গ্ৰহণ যোগৰ কবলত পৰি প্ৰচুৰ আৰ্থিক ক্ষতি কাৰ কাৰ?

editor by editor
December 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০২৬ত সূৰ্য-ৰাহুৰ অশুভ যোগ, গ্ৰহণ যোগৰ কবলত পৰি প্ৰচুৰ আৰ্থিক ক্ষতি কাৰ কাৰ?
0
SHARES
469
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষৰ গণনা অনুসৰি সৌৰজগতৰ ৰজা সূৰ্যই আগন্তুক ১৩ ফেব্ৰুৱাৰী ২০২৬ত মকৰ ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ কুম্ভ ৰাশিত পূৰ্বৰে পৰাই থাকিব ৰাহু৷ সূৰ্য আ ৰু ৰাহু পৰস্পৰৰ শত্ৰু গ্ৰহ৷ এই ছায়াগ্ৰহৰ সৈতে সূৰ্যই একেঘৰত গোচৰ কৰাত গঠিত হব গ্ৰহণ যোগ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এয়া অত্যন্ত অশুভ যোগ৷ এই ক্ষতিকৰ গ্ৰহণ যোগৰ প্রভাৱত নানান দিশৰ পৰা ক্ষতিৰ মুখত পৰিব পাঁচ ৰাশিৰ জাতক৷ জানি থওক ১৩ ফেব্ৰুৱাৰীৰ পৰা গ্ৰহণ যোগৰ কবলত পৰিব কোন কোন?

মেষ ৰাশিত গ্ৰহণ যোগৰ প্ৰভাৱ

সূৰ্য আৰু ৰাহুৱে একে ঘৰলৈ আহিলে মানসিক চাপ বাঢ়িব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ অফিচত সহকৰ্মীসকলৰ সৈতে মতান্তৰ হব পাৰে৷ আপোনাৰ ভাৱমূৰ্তি ক্ষতিগ্ৰস্থ হব৷ এই সময়ত কাৰোবাৰ সৈতে ঝামেলাত সোমাই নপৰাটোৱেই মংগল৷ কৰোবাত বিনিয়োগ কৰিলে বৃহৎ আৰ্থিক ক্ষতি হব পাৰে৷

মিথুন ৰাশিত গ্ৰহণ যোগৰ প্ৰভাৱ

১৩ ফেব্ৰুৱাৰীত নিজৰ শৰীৰ আৰু স্বাস্থ্যৰ বিশেষ যত্ন লওক মিথুন ৰাশিৰ জাতকে৷ গ্ৰহণ যোগৰ প্রভাৱত আপোনাৰ শৰীৰ বেয়া হব৷ মনত অজানা ভয়ে বাঁহ বান্ধিব পাৰে৷ মনৰ ভিতৰত সংশয় তৈয়াৰ হব৷ পিতৃৰ সৈতে সম্পৰ্কৰ অৱনতি হব পাৰে৷ সকলো কামত বাধাৰ মুখত পৰিব৷ এই কাৰণে মানসিক অৱসাদে গ্ৰাস কৰিব৷

সিংহ ৰাশিত গ্ৰহণ যোগৰ প্ৰভাৱ

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ ৰাহুৰ সৈতে সূৰ্যৰ একে ঘৰত অৱস্থানৰ ক্ষতিকৰ প্ৰভাৱ পৰিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ দাম্পত্য জীৱনত টেনছন বাঢ়িব৷ ব্যৱসায়ত অংশীদাৰত আপুনি প্ৰতাৰণাৰ বলি হব পাৰে৷ নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি প্ৰতিকূল হব পাৰে৷

বৃশ্চিক ৰাশিত গ্ৰহণ যোগৰ প্ৰভাৱ

গ্ৰহণ যোগৰ কারণে ১৩ ফেব্ৰুৱাৰীৰ পৰা এটাৰ পাছত আনটো বিপদৰ মুখত পৰিব বৃশ্চিক ৰাশিৰ জাতক৷ কেৰিয়াৰত এটাৰ পাছত আনটো চেলেঞ্জ আহিব৷ কৰ্মক্ষেত্ৰত কোনোৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে৷ সংসাৰত অশান্তি থাকিব৷ বাহন চলোৱাৰ সময়ত সাৱধান, দুৰ্ঘটনা হব পাৰে৷

কুম্ভ ৰাশিত গ্ৰহণ যোগৰ প্রভাৱ

কুম্ভ ৰাশিত গঠিত হব গ্ৰহণ যোগ৷ সেই কাৰণে সূৰ্য আৰু ৰাহুৰ অশুভ যুঁটিৰ প্ৰভাৱত সকলোতকৈ বেছি প্ৰভাৱ পৰিব কুম্ভ ৰাশিত৷ এই ৰাশিৰ জাতকে আত্মবিশ্বাসৰ অভাৱত ভুগিব৷ খং, অস্থিৰতা বাঢ়িব৷ ভুল সিদ্ধান্ত লোৱাৰ ফলত বৃহৎ আৰ্থিক ক্ষতি হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য
জীৱনশৈলী

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
Next Post
বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই  বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে

বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে

তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক

তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.