• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

6 months ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

3 hours ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

3 hours ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

4 hours ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

5 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

8 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

9 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

10 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

10 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

11 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

23 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

editor by editor
January 14, 2026
in জীৱনশৈলী
0
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাঁৱত দুখীয়া মানুহ আৰু চহৰত ধনী মানুহে বাস কৰে৷ এয়া এক সচৰাচৰ চলি থকা ধাৰণা৷ এই ভাৱনাৰেই বহুতেই গাঁওত ধন উপাৰ্জন কৰি চহৰমুখী হোৱাৰ চেষ্টা কৰে৷ কিন্তু এই ধাৰণাক ভুল প্ৰমাণিত কৰিছে এছিয়াৰ সকলোতকৈ ধনী এই গাঁৱখনে৷ ইউৰোপ, জাপানৰ দৰেই ধনী ধনী মানুহে বাস কৰে এই গাঁৱত৷ এই গাওঁ এছিয়াৰ অন্য দেশত নহয়, ভাৰততেই আছে৷

ভাৰততেই আছে সুজলা, সুফলা শস্য শ্যামলা এই গাওঁ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত থকা এই বিশেষ ধনী গাওঁখনৰ নাম মাধাপুৰ৷ মনত ৰাখিব যে এই গুজৰাট কেৱল অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী মোদীৰ জন্মস্থানেই নহয়৷ গুজৰাটতেই জন্ম দেশৰ দুই ধনকুবেৰ মুকেশ আম্বানী আৰু গৌতম আদানীৰো৷ ভাৰতৰ গুজৰাটক বহুতেই বনিয়াৰ ৰাজ্য বুলিও ক’ব খোজে৷ সেই গুজৰাটতেই মাধাপুৰ গাওঁৰ প্ৰায়সংখ্যক গাওঁবাসীৰ একাউণ্টে একাউণ্টে ফিক্সড হৈ আছে ৭০০০ কোটি টকা পৰ্যন্ত ফিক্সড ডিপোজিট বা স্থায়ী আমানত৷ কেনেকৈ ইমান সম্পদশালী হৈ উঠিছে গাওঁখন?

মাধাপুৰত মূলত আছে পেটেল সম্প্ৰদায়ৰ মানুহ৷ গাঁৱখনৰ জনসংখ্যা কমেও ৩২ হাজাৰ৷ তাত থকা ঘৰৰ সংখ্যা প্ৰায় ২০ হাজাৰ৷ ইয়াৰ মাজত প্ৰায় ১২০০ পৰিয়ালেই থাকে বিদেশত৷ অধিকাংশই জীৱিকাৰ সন্ধানত সুদূৰ আফ্ৰিকা মহাদেশৰ বাসিন্দা৷ চৰকাৰী তথ্যই কৈছে গুজৰাটৰ এই গাঁৱৰ সমৃদ্ধিৰ কাৰণ বিদেশৰ পৰা অহা অৰ্থ৷ পৰিয়ালৰ প্ৰৱাসী সদস্যই বিদেশৰ পৰা প্ৰতি বছৰে কোটি কোটি টকা পঠিয়াই স্থানীয় বেংক আৰু পোষ্ট অফিচলৈ৷ সেয়ে ৩২ হাজাৰ গাওঁবাসীয় সম্পত্তি চোৱাচিতাৰ বাবেই মাধাপুৰ গাওঁত শাখা খুলিছে ৰাষ্ট্ৰায়ত্ত আৰু বেচৰকাৰী ১৭ টা বেংকে৷ সমস্ত বেংকৰ শাখাই ভালধৰণে চলি আছে৷ যিসমূহ বেংকে শাখা এতিয়াও খোলা নাই সেই বেংকসমূহেও এই গাওঁত শাখা খুলিবলৈ আগ্ৰহী৷ এখন গাওঁত শাখা খোলাৰ বাবে বেংক সাধাৰণতে আগ্ৰহী নাথাকে৷ কিন্তু বিশ্বৰ সকলোতকৈ ধনী গাওঁৰ সম্পদেই বেংকসমূহক গাওঁমুখী হ’বলৈ বাধ্য কৰাইছে৷

উল্লেখ কৰা প্ৰয়োজন যে গুজৰাটৰ পৰা বাহিৰৰ দেশলৈ যোৱাৰ প্ৰৱণতা আজিৰ নহয়৷ এই প্ৰৱণতা শতাব্দীপ্ৰাচীন৷ উনৈশ শতিকাতেই খোদ মোহনদাস কৰমচান্দ গান্ধীও আফ্ৰিকাৰ বাসিন্দা হৈছিল মূলত জীৱিকাৰ সন্ধানতেই৷ তাৰপিছতেই অৱশ্যে তেওঁ স্বাধীনতা আন্দোলনত জড়িত হৈ পৰে৷ সেয়া অন্য এক ইতিহাস৷ মাধাপুৰৰ প্ৰাক্তন প্ৰধান পাৰুলবেনে তেওঁলোকৰ অৰ্থ সন্দৰ্ভত এক সাক্ষাৎকাৰত কৈছে, ‘আফ্ৰিকাৰ নিৰ্মাণ শিল্প মূলত গুজৰাটীসকলৰ দখলত৷ ইয়াৰোপৰি গাওঁৰ বিভিন্ন পৰিয়ালৰ বহুতেই থাকে ব্ৰিটেইন, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, আমেৰিকাত৷ তাত উপাৰ্জিত অৰ্থ তেওঁলোকে দেশলৈ বা নিজৰ গাঁৱলৈ পঠিয়াই দিয়ে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা
জীৱনশৈলী

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

July 14, 2026
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
Next Post
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.