• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

4 months ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

8 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

8 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

9 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

10 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

10 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

10 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

12 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

13 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

14 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

14 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

15 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

editor by editor
January 20, 2026
in জীৱনশৈলী, বিজ্ঞান, স্বাস্থ্য
0
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
0
SHARES
398
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্তান নোহোৱা মানেই সকলো দোষ মহিলাগৰাকীৰেই! এই ধাৰণা প্ৰায়সংখ্যক লোকৰেই৷ কোনো পৰীক্ষা নিৰীক্ষা নচলোৱাকৈয়ে সিদ্ধান্ত লয় অধিকাংশ মানুহে৷ বন্ধ্যাত্বৰ হাৰ এতিয়া দ্ৰুতগতিত বাঢ়িব ধৰিছে৷ এই সমস্যা কেৱল মহিলাসকলৰেই নহয় পুৰুষসকলো ভূগিবলৈ ধৰিছে৷ এই ক্ষেত্ৰত জীৱনযাত্ৰা আৰু বৰ্ধিত ওজনকেই বহুতে দায়ী কৰে৷ অৱশ্যে ইয়াৰ আৰু এক ডাঙৰ কাৰণ হৈছে অজানিতেই বন্ধ্যাত্বৰ হাৰ কেইবাগুণো বাঢ়িছে৷ নিশা দেৰীকৈ টোপনি যোৱাৰ অভ্যাস বহুতৰেই আছে৷ নিশা জাগি থাকি মোবাইলত ৰীল ৱেবচিৰিজ চাই বহুতে দুপৰনিশাতহে টোপনি যায়৷ কম টোপনিৰ ফলত কেৱল ক্লান্তিয়েই নহয় মূৰৰ বিষ আৰু মনোযোগৰ অভাৱেও দেখা দিয়ে৷ ইয়াৰোপৰি বন্ধ্যাত্বৰ আঁৰতো এই অভ্যাসেই বুলি দাবী কৰে চিকিৎসকে৷

স্ত্ৰীৰোগ চিকিৎসকৰ মতে কম টোপনিয়ে বন্ধ্যাত্বৰ সমস্যাই বঢ়াই দিব পাৰে৷ চিকিৎসকে কৈছে, ডায়েট ছাপ্লিমেণ্ট বা অতিৰিক্ত শৰীৰচৰ্চাই নহয় এই মুহূৰ্তত বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ হৈছে কম টোপনি৷ আমি এনে এক জগতত বাস কৰিছো য’ত দেৰীকৈ টোপনি যোৱাৰ অভ্যাস স্বাভাৱিক হৈ পৰিছে৷ গভীৰ নিশা পৰ্যন্ত মোবাইল টিপা, নিশা জাগি থাকি অফিচৰ কাম শেষ কৰা, ৱেব চিৰিজ চোৱা এই সকলো কাৰণত টোপনিৰ সময়ৰ ঠিক নাথাকে৷ ঋতুস্ৰাৱ চক্ৰ, ডিম্বস্ফোটন, প্ৰজনন ক্ষমতা আৰু শৰীৰৰ ওজনো ছাৰ্কাডিয়ান ৰিডম নামক এক ২৪ ঘণ্টাৰ আভ্যন্তৰীণ ঘড়ীৰ ওপৰত নিৰ্ভৰ কৰি চলে৷ যেতিয়া টোপনিৰ সময় ক্ৰমাগত পৰিবৰ্তিত হয় তেতিয়া শৰীৰৰ হৰমনসমূহ বিভ্ৰান্ত হৈ ভাৰসাম্য হেৰুৱাই পেলায়৷

টোপনিৰ সময়ত লিউটিনাইজিং, হৰমন ফলিকল ষ্টিমুলেটিং হৰমনৰ দৰে ফাৰ্টিলাইজিং হৰমনৰ ক্ষৰণ হয়৷ অপৰ্যাপ্ত বা অনিয়মিত টোপনিৰ ফলত এই সকলো হৰমনৰ ক্ষৰণ কমি যায় ফলত ডিম্বস্ফোটনত বিলম্ব বা বন্ধ হৈ যায়৷ অনিয়মিত ঋতুস্ৰাৱ আৰু সন্তানধাৰণৰ সমস্যা হব পাৰে৷

মহিলাৰ ক্ষেত্ৰত

চিকিৎসকৰ মতে মহিলাৰ অপৰ্যাপ্ত টোপনিয়ে কাৰ্টিছল আৰু মেলাটোনিনৰ মাত্ৰা পৰিবৰ্তন কৰে যিয়ে হাইপোথেলামিক পিটুইটাৰি অভাৰিয়ান অক্ষক প্ৰভাৱিত কৰে৷ ইয়াৰ ফলত অনিয়মিত ডিম্বস্ফোটন, লুটেল ফেজেৰ ক্ৰটি, ইষ্টোজেন-প্ৰোজেষ্টেৰণৰ ভাৰসাম্যত খেলিমেলি, এণ্ডোমেট্ৰিয়ামৰ গ্ৰহণ কৰাৰ ক্ষমতা হ্ৰাস পাব পাৰে৷ সময়ৰ লগে লগে এই সমস্যাসমূহৰ কাৰণে ঋতুচক্ৰ অনিয়মিত হৈ যায়৷ সন্তানধাৰণতো সমস্যা আৰম্ভ হয়৷

পুৰুষৰ ক্ষেত্ৰত

অপৰ্যাপ্ত টোপনিৰ কাৰণে পুৰুষৰ টেষ্টোষ্টেৰণৰ মাত্ৰা কমি যায়৷ শুক্ৰাণু উৎপাদন ব্যাহত হয়৷ কেৱল সেয়াই নহয়, শুক্ৰাণুৰ গতিশীলতা আৰু গঠনতো নেতিবাচক পৰিবৰ্তন আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!
জীৱনশৈলী

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

May 23, 2026
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!
জীৱনশৈলী

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

May 23, 2026
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?
জীৱনশৈলী

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

May 23, 2026
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!
জীৱনশৈলী

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

May 23, 2026
Next Post
ৰাহুৰ অৱস্থানৰ বৃহৎ পৰিবৰ্তন, পাঁচদিন পাছতেই ৪ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

ৰাহুৰ অৱস্থানৰ বৃহৎ পৰিবৰ্তন, পাঁচদিন পাছতেই ৪ৰাশিৰ অৰ্থভাগ্য তুংগত উঠিব

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

এমাহ পাছত উদয় হ’ব শুক্ৰ, ৰোমান্স বাঢ়িব, অৰ্থবৃষ্টি হ’ব এই ৪ৰাশিৰ জাতকৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.