• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?

দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?

4 months ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

36 minutes ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

1 hour ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

2 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

3 hours ago
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

3 hours ago
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

1 day ago
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

1 day ago
বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

বাটৰ কুকুৰৰ বাবে সমুখ সমৰত লেটিন আমেৰিকাৰ দুখন ৰাষ্ট্ৰ

1 day ago
UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

UCO বেংকৰ FD স্কিমত ২লাখ জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

১০ লাখ টকা ঋণঃ বেংক অফ বৰোদাৰ মাহিলী কিস্তি কিমান হ’ব?

1 day ago
হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

হাই ব্লাড প্ৰেছাৰেই সৰ্বনাশ কৰে লিভাৰৰ! বঢ়াই লিভাৰ ছিৰোচিচৰ আশংকা, এই ৪ লক্ষণে দেখা দিলে সতৰ্ক হওক

1 day ago
১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

১৮ হাজাৰৰ পৰা চিধাই ৩৫ হাজাৰ! বাঢ়িব চৰকাৰী কৰ্মচাৰীৰ নূন্যতম দৰমহা, অষ্টম বেতন কমিছনক লৈ আহিছে কি কি আপডেট?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?

দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?

editor by editor
January 24, 2026
in জীৱনশৈলী
0
দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?
0
SHARES
115
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীৰ্ঘদিনৰ সহবাস আৰু সন্তানৰ জন্মই, যুগলৰ মাজত বিবাহৰ দৰে সম্পৰ্ক তৈয়াৰ কৰে৷ আইনত বিয়া নহ’লেও সেই ক্ষেত্ৰত সংগীনিয়ে আইনৰ সুৰক্ষা পাব পাৰে৷ স্ত্ৰীৰ মৰ্যাদাও পাব পাৰে৷ এক গোচৰত এই মন্তব্য কৰিছে বম্বে হাইকৰ্টে৷ খাৰিজ কৰি দিয়া হৈছে গোচৰকাৰী যুৱকৰ আবেদন৷ যুৱকৰ বিৰুদ্ধে অভিযোগ, দীৰ্ঘ দিন এগৰাকী তৰুণীৰ সৈতে তেওঁ প্ৰেমৰ সম্পৰ্কত আছিল আৰু সহবাসো কৰিছিল৷ সেই সম্পৰ্কৰ ফলত তেওঁলোকৰ এগৰাকী কন্যাসন্তানো জন্ম হয়৷ কিন্তু মাতৃ বা সন্তানৰ দায়িত্ব ল’বলৈ তেওঁ অস্বীকাৰ কৰে আৰু অন্য এগৰাকীক বিয়া কৰাই৷ সংগীনীৰ সৈতে আইনৰ বিবাহ নোহোৱাত তেওঁ কন্যা আৰু মহিলাগৰাকীক অস্বীকাৰ কৰাৰ বাবে আইনৰ কাষ চাপে মহিলাগৰাকী৷ গাৰ্হস্ত্য হিংসাৰ গোচৰ ৰুজু কৰে প্ৰেমিকৰ বিৰুদ্ধে৷

তৰুণীৰ অভিযোগ আছিল যে দীৰ্ঘ সহবাসৰ পূৰ্বে তেওঁ এবাৰ অন্তঃসত্ত্বা হৈছিল৷ তেতিয়া তেওঁক প্ৰেমিক গৰ্ভপাত কৰিবলৈ বাধ্য কৰায়৷ পাছত আকৌ গৰ্ভধাৰণ হয় দ্বিতীয়বাৰ এগৰাকী কন্যা সন্তান জন্ম হয়৷ কিন্তু প্ৰেমিকে তেতিয়াই তেওঁক ত্যাগ কৰে৷ এতিয়া সেই কন্যাৰ বয়স ৮মাহ৷ নিম্ন আদালতে তৰুণীৰ অভিযোগ শুনি আৰু পৰিস্থিতি বিবেচনা কৰি যুৱকক ভৰণপোষণ দিয়াৰ নিৰ্দেশ দিছে৷ কোৱা হৈছে তৰুণীৰ বাবে মাহিলী ৫হাজাৰ টকা আৰু সন্তানৰ বাবে মাহিলী ২হাজাৰ টকা দিব লাগিব যুৱকে৷ এই নিৰ্দেশক চেলেঞ্জ কৰি বম্বে হাইকৰ্টৰ দ্বাৰস্থ হৈছিল যুৱক আৰু তেওঁৰ পৰিয়াল৷ বিচাৰপতি এম এম নেৰলিকাৰৰ বেঞ্চে এই গোচৰৰ শুনানি দিছে৷

২০২২ চনত অন্য এগৰাকী মহিলাক বিয়া কৰাইছে অভিযুক্তই৷ সেই বিবাহৰ পাছতেই গোচৰকাৰী তৰুণীয়ে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দিয়ে৷ তফছিলি জাতি, জনজাতি আইনৰ অধীনতো গোচৰ তৰা হয়৷ অভিযুক্তৰ আইনজীৱীৰ দাবী সপ্তাহতকৈ বেছি একেলগে কটোৱাটো গাৰ্হস্থ্য সম্পৰ্কৰ আওতাত নপৰে৷ তেওঁৰ মক্কেলৰ বিৰুদ্ধে অভিযোগ সম্পূৰ্ণ প্ৰতিহিংসামূলক বুলি দাবী কৰে আইনজীৱীয়ে৷ গোচৰ খাৰিজৰ আবেদনো জনায়৷ তেতিয়া গোচৰকাৰীৰ আইনজীৱীৰ বক্তব্য আছিল, সহবাস আৰু সন্তানৰ জন্মই এই সম্পৰ্কক গাৰ্হস্থ্য সম্পৰ্কৰ সংজ্ঞালৈ উত্তীৰ্ণ কৰিছে৷ ফলত এইক্ষেত্ৰত গাৰ্হস্থ্য হিংসা আইন প্ৰযোজ্য৷ উভয় পক্ষৰ বক্তব্য শুনি আদালতৰ পৰ্যবেক্ষণ যে গাৰ্হস্থ্য হিংসা আইনত কিছু সুৰক্ষা গোচৰকাৰী তৰুণীৰ প্ৰাপ্য৷ অন্য এজনক বিয়া কৰাই সেই কৰ্তব্যৰ পৰা দূৰ হব নোৱাৰিব যুৱক৷ ছুপ্ৰিম কৰ্টৰ পুৰণি পৰ্যবেক্ষণৰ কথা উল্লেখ কৰি বম্বে হাইকৰ্টে জনাই যে সম্পৰ্কৰ ম্যাদ, শাৰীৰিক সম্পৰ্কৰ ধৰণ আৰু সন্তানৰ উপস্থিতিয়ে বিবাহৰ সম্পৰ্কৰ সমান মৰ্যদা দিয়ে৷ তৰুণীৰ অভিযোগসমূহে প্ৰাথমিকভাৱে সেই দিশকেই ইংগিত কৰিছে৷ সেয়ে যুৱকৰ বিৰুদ্ধে অভিযোগ খাৰিজ কৰিব নোৱাৰি৷ অৱশ্যে যুৱকৰ মাতৃ আৰু পত্নীক সেই গোচৰৰ পৰা অব্যাহতি দিছে আদালতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!
জীৱনশৈলী

জীৱনত বাৰে বাৰে বাধা? ময়ূৰৰ পাখিয়ে সলনি কৰিব আপোনাৰ ভাগ্য!

June 5, 2026
১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?
অসম

১২ জনীয়া মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে, কোনে কোনে পালে মন্ত্ৰিত্ব?

June 4, 2026
Next Post
৫৮ৰ পৰা বাঢ়ি DA হ’ব ৬৩শতাংশ, চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিছনৰ পূৰ্বেই কিমান বাঢ়িব দৰমহা?

৫৮ৰ পৰা বাঢ়ি DA হ’ব ৬৩শতাংশ, চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা কমিছনৰ পূৰ্বেই কিমান বাঢ়িব দৰমহা?

বুধ-শনিৰ দুৰ্লভ দশাংক যোগ! খুলিব সাফল্যৰ দুৱাৰ, এই ৪ৰাশিৰ জীৱনত অৰ্থবৃষ্টিৰ পূৰ্ণ সম্ভাৱনা

বুধ-শনিৰ দুৰ্লভ দশাংক যোগ! খুলিব সাফল্যৰ দুৱাৰ, এই ৪ৰাশিৰ জীৱনত অৰ্থবৃষ্টিৰ পূৰ্ণ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.