• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

5 months ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

9 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

9 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

10 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

10 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

11 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

13 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

14 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

14 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

15 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

16 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

17 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ...কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?

editor by editor
January 27, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ট্ৰাম্প OUT, ভাৰত-ইউৰোপ ডিল ফাইনেল, সুৰাৰ পৰা বাহনলৈ…কি কি সামগ্ৰীৰ দাম কমিব ভাৰতত?
0
SHARES
800
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ ভাৰতৰ ওপৰত বিশালকায় শুল্কৰ বোজা জাঁপি দিছে মাৰ্কিন প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ বহুতেই ধাৰণা কৰিছিল ইয়াৰ ফলত বেছ কিছু চাপ পৰিছে নতুনদিল্লীত৷ প্ৰকৃত বিষয় কিন্তু সেয়া নহয়৷ নতুনকৈ গেম প্লেন সজাইছে ভাৰতে৷ আৰু সেয়ে ট্ৰাম্পৰ যাৱতীয় ৰঙাচকু উপেক্ষা কৰি ইউৰোপীয় ইউনিয়নৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে ভাৰতে৷ আজি মঙলবাৰে এই চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত দেশত একাধিক সামগ্ৰীৰ দাম কমিব বুলিও বহু অৰ্থনীতিবিদে উল্লেখ কৰিছে৷ কাৰণ ইউৰোপীয় পণ্যৰ দামৰ ওপৰত থকা শুল্ক কমোৱা হব৷ কি কি সামগ্ৰীৰ দাম কমিব?

ভাৰত-ইউৰোপীয় ইউনিয়নৰ মাজত এই বাণিজ্য চুক্তিৰ ফলত কমিব নানান কেমিকেল, মেডিকেল সামগ্ৰী, অস্ত্ৰোপচাৰৰ সামগ্ৰী আৰু সুৰাৰ দাম৷

সুৰাৰ ওপৰত কিমান কমিব শুল্ক?

নতুন ট্ৰেড ডিলৰ আওতাত বিয়েৰ, ৱাইন আৰু স্পিৰিটৰ ওপৰত শুল্ক কমি যাব৷ বিয়েৰৰ ওপৰত শুল্ক কমিছে ৫০শতাংশ যি পূৰ্বে আছিল ১১০ শতাংশ৷ ৱাইনৰ ওপৰত শুল্ক কমিছে ২০-৩০শতাংশ যি পূৰ্বে আছিল ১৫০ শতাংশ৷ স্পিৰিটৰ ওপৰত শুল্ক কমিছে ৪০ শতাংশ৷ ফলত ভাৰতীৰ প্ৰিমিয়াম এলকহলৰ বজাৰত প্ৰতিযোগিতা বাঢ়িব, যাৰ লাভ পূণ্যৰ্দমে লাভ কৰিব সুৰাপ্ৰেমীয়ে৷

একাধিক পণ্যত শুল্ক সম্পূৰ্ণৰূপে শূন্য

নতুন ট্ৰেড ডিলৰ আওতাত অলিভ অইল, মাৰ্জাৰিন আৰু অন্যান্য উদ্ভিদজাত তেলৰ ওপৰৰ পৰা শুল্ক সম্পূৰ্ণৰূপে মচি পেলোৱা হৈছে৷ ফলত এইসমূহ সামগ্ৰীৰ দামো বহুপৰিমাণে কমি যাব৷

বাহনৰ দাম কমিব

বৰ্তমান ভাৰতীয় বজাৰত ইউৰোপৰ পৰা আমদানি কৰা বাহনৰ ওপৰত ১১০ শতাংশ শুল্ক আছে৷ ট্ৰেড ডিলৰ আওতাত সেয়া প্ৰায় ১০ শতাংশ কমাই দিয়া হব৷ অৱশ্যে সেয়া এদিনতে নহয় ধীৰে ধীৰে এই পদক্ষেপ লোৱা হব৷ যন্ত্ৰপাতিৰ ওপৰত ৪৪শতাংশ আৰু ৰাসায়নিকৰ ওপৰত ২২ শতাংশ পৰ্যন্ত প্ৰত্যাহাৰ কৰা হব৷

গ্ৰীণ এনাৰ্জি আৰু পৰিবেশৰ বাবে ৫০০ মিলিয়ন ইউৰো

বাণিজ্যৰ বাহিৰেও এই চুক্তিত জলবায়ু পৰিবৰ্তন আৰু মোকাবিলাৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ লোৱা হৈছে৷ ইউৰোপীয় ইউনিয়নৰ আগন্তুক ২বছৰত ভাৰতৰ ৫০০ মিলিয়ন ইউৰো আৰু প্ৰায় ৪৫০০ কোটি টকা দিব৷ এই ফাণ্ডে ভাৰতৰ গ্ৰীণহাউছ গেছ নিৰ্গমন কমাব আৰু পৰিবেশ বান্ধৱ শিল্পৰ উন্নতি সাধনত ব্যৱহাৰ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী
বিনোদন

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

July 9, 2026
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব
জীৱনশৈলী

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

July 9, 2026
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?
বিনোদন

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

July 9, 2026
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান
জীৱনশৈলী

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

July 9, 2026
Next Post
মাঘী পূৰ্ণিমাত সৰ্বাৰ্থ সিদ্ধি যোগ, মনোকামনা পূৰণ হ’ব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

মাঘী পূৰ্ণিমাত সৰ্বাৰ্থ সিদ্ধি যোগ, মনোকামনা পূৰণ হ’ব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম, ২লাখ বিনিয়োগত পাব ৯০ হাজাৰ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.