• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৱাফুল মঙ্গলাদিত্য ৰাজযোগ এই বৰ্ষতেই, ২০২৬ত ৰজা হ’ব এই ৫ৰাশিৰ জাতক

পাৱাফুল মঙ্গলাদিত্য ৰাজযোগ এই বৰ্ষতেই, ২০২৬ত ৰজা হ’ব এই ৫ৰাশিৰ জাতক

5 months ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

53 minutes ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

2 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

3 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

3 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

4 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

4 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

5 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

6 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

7 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

8 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

9 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাৱাফুল মঙ্গলাদিত্য ৰাজযোগ এই বৰ্ষতেই, ২০২৬ত ৰজা হ’ব এই ৫ৰাশিৰ জাতক

পাৱাফুল মঙ্গলাদিত্য ৰাজযোগ এই বৰ্ষতেই, ২০২৬ত ৰজা হ’ব এই ৫ৰাশিৰ জাতক

editor by editor
February 2, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পাৱাফুল মঙ্গলাদিত্য ৰাজযোগ এই বৰ্ষতেই, ২০২৬ত ৰজা হ’ব এই ৫ৰাশিৰ জাতক
0
SHARES
7.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ মতে শতভিষা নক্ষত্ৰত সূৰ্য আৰু মঙ্গলৰ যুঁটিত তৈয়াৰ হৈছে মঙ্গলাদিত্য ৰাজযোগ৷ এই ৰাজযোগে ৫ ৰাশিৰ জাতকৰ জীৱনত ডাঙৰ আৰ্থিক পৰিবৰ্তন কঢ়িয়াই আনিব৷ জোতিষমতে সূৰ্যদেৱে ১৯ ফেব্ৰুৱাৰী ২০২৬ত শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ আকৌ এই নক্ষত্ৰত ৩ মাৰ্চত মঙ্গলৰ প্ৰৱেশ হ’ব৷ এই শতভিষা নক্ষত্ৰত সূৰ্য-মঙ্গলৰ যুঁটি তৈয়াৰ হব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি সূৰ্য-মঙ্গলৰ যুঁটিত মঙ্গলাদিত্য ৰাজযোগৰ নিৰ্মাণ হ’ব৷ জানি থওক কোন ৫ ৰাশিৰ বাবে এই যোগ লাভজনক হ’ব?

মেষ ৰাশি

মেষ ৰাশিৰ অধিপতি স্বয়ং মঙ্গল৷ শতভিষা নক্ষত্ৰত সূৰ্য-মঙ্গলৰ যুঁটি আপোনাৰ আত্মবিশ্বাস জৱৰদস্ত বৃদ্ধি কৰিব৷ কৰ্মক্ষেত্ৰত আপোনাক নতুন দায়িত্ব দিয়া হ’ব পাৰে৷ চৰকাৰী চাকৰিৰ প্ৰস্তুতি ল’লে এই সময়ত সফলতাৰ যোগ তৈয়াৰ হব৷ সমাজত মান-সন্মান বাঢ়িব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ বাবে এই ৰাজযোগে সৌভাগ্য বৃদ্ধি কৰিব৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা কামত গতি আহিব৷ আৰ্থিক দিশৰ পৰা এই সময় খুবেই ভাল৷ পুৰণি কোনো বিনিয়োগৰ পৰা অৰ্থলাভ হোৱাৰ সম্ভাৱনা আছে৷ বিদেশ যাত্ৰা বা দীৰ্ঘ কোনো যাত্ৰালৈ যাব পাৰে৷ ভৱিষ্যতে সেয়া লাভদায়ক প্ৰমাণিত হব৷

সিংহ ৰাশি

সূৰ্যই আপোনাৰ ৰাশিৰ অধিপতি৷ এই যুঁটিৰ সকলোতকৈ ইতিবাচক প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰতেই পৰিব৷ আপোনাৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় হ’ব৷ ব্যৱসায়ত বৃহৎ চুক্তি কৰিব পাৰে৷ যিসকলে ৰাজনীতি বা প্ৰশাসনিক পৰিসেৱাৰ সৈতে যুক্ত তেওঁলোকে উচ্চ পদ পাব৷ পৈতৃক সম্পত্তিৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে মঙ্গলাদিত্য যোগ কেৰিয়াৰত বৃহৎ সালসলনি আহিব পাৰে৷ আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বিৰোধীৰ ওপৰত ভাৰী হব৷ অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে আপোনাৰ আমদানিৰ নতুন উৎস তৈয়াৰ হব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক সলনি হব৷ তেওঁলোকৰ সহযোগিতাত অৰ্থলাভৰ পৰিস্থিতি তৈয়াৰ হ’ব৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে এই গোচৰে সাহস আৰু পৰাক্ৰম বঢ়াব৷ আপুনি নিজৰ শক্তিক সঠিক দিশত ব্যৱহাৰ কৰিব পাৰে৷ আদালতত গোচৰ থাকিলে সফলতা পাব৷ নিজৰ সাহসৰ ওপৰত ভৰসা কৰি কঠিনৰ পৰা কঠিনতম লখ্যত উপনীত হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা
বাণিজ্য

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

June 20, 2026
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!
বিশ্ব

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

June 20, 2026
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
Next Post
নম্বৰ প্লেটৰ দামতেই কিনিব পাৰিব বিলাসী বাহন! ২.০৮ কোটি টকাৰে ক্ৰয় ছেকেণ্ড হেণ্ড নম্বৰ প্লেট, কোন এই ব্যক্তি?

নম্বৰ প্লেটৰ দামতেই কিনিব পাৰিব বিলাসী বাহন! ২.০৮ কোটি টকাৰে ক্ৰয় ছেকেণ্ড হেণ্ড নম্বৰ প্লেট, কোন এই ব্যক্তি?

ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন

ফেব্ৰুৱাৰীত কঁপাল খুলিব এই ২ ৰাশিৰ, পূৰণ হ’ব সকলো সপোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.