• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

3 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

55 seconds ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

27 minutes ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

1 hour ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

2 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

4 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

5 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

6 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

7 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

editor by editor
March 11, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
0
SHARES
482
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি ৰাহু আৰু কেতু হৈছে ছায়া গ্ৰহ৷ এই দুই গ্ৰহই এটা এটা ৰাশিত ১৮ মাহ ধৰি অৱস্থান কৰে আৰু এয়া সকলো সময়তে বক্ৰী চলনত থাকে৷ বৰ্তমান কেতু আছে সিংহ ৰাশিত৷ সিংহ ৰাশিত থাকিয়েই আগন্তুক ২৯ মাৰ্চত কেতুৰ নক্ষত্ৰ পৰিবৰ্তন হব৷ সেই দিনাই পুৱা ৪বাজি ৪৯ মিনিটত কেতুৱে মঘা নক্ষত্ৰত গোচৰ কৰিব৷ ৫ ডিচেম্বৰ পৰ্যন্ত মঘাতেই থাকিব ছায়া গ্ৰহ কেতু৷ ৮ মাহ ধৰি কেতুৱে মঘা নক্ষত্ৰত গোচৰ কৰি ভাল সাফল্য আৰু উন্নতি কঢ়িয়াই আনিব ৫ ৰাশিৰ জাতকৰ বাবে৷ জানি থওক কেতুৰ গোচৰত লাভৱান হ’ব কোন কোন?

বৃষ ৰাশি

মঘা নক্ষত্ৰত কেতুৰ গোচৰৰ ফলত লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ এই সময়ত আপোনাৰ কেৰিয়াৰ আৰু আৰ্থিক পৰিস্থিতিত হঠাৎ পৰিবৰ্তন আহিব৷ উচ্চপদত মোটা দৰমহাৰ চাকৰি পাব পাৰে৷ ব্যৱসায়ত চকুতলগা উন্নতি হব৷ মনত শক্তি বাঢ়িব৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷

কৰ্কট ৰাশি

কেতুৰ গোচৰৰ ফলত দীৰ্ঘম্যাদি লাভ হব কৰ্কট ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি চাকৰি আৰু ব্যৱসায়ত চকুতলগা উন্নতি কৰিব৷ সম্পদৰ পৰিমাণ বাঢ়িব৷ বিনিয়োগ লাভজনক হব৷ সমাজত সন্মান বাঢ়িব আৰু আধ্যাত্মিক চিন্তাৰ বিকাশ ঘটিব৷

সিংহ ৰাশি

কেতুৰ গোচৰে নানান দিশৰ পৰা উন্নতি কঢ়িয়াই আনিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ কেৰিয়াৰত নতুন দায়িত্ব পাব পাৰে৷ ব্যৱসায়ীসকলে পৰিকল্পনাত সফল হব৷ সম্পদ বাঢ়িব৷ এই সময়ত অভাৱনীয় কিছু পৰিবৰ্তন আপোনাৰ জীৱনলৈ আহিব৷ সৃজনশীল কামৰ সৈতে যিসকল যুক্ত তেওঁলোকৰ জনপ্ৰিয়তা বাঢ়িব৷

তুলা ৰাশি

কেতুৰ স্থান সলনিয়ে তুলা ৰাশিৰ জাতকৰ কেৰিয়াৰত উন্নতিৰ নতুন দিশা দেখুৱাব৷ উন্নতি কৰাৰ নতুন সুযোগ পাব আৰু আপোনাৰ সন্মুখত উপাৰ্জনৰ নতুন পথ খুলি যাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ ৱাৰ্ক লাইফত বেলেন্স ধৰি ৰাখিব পাৰিব৷ ভ্ৰমণে আপোনাৰ সন্মুখত নতুন সুযোগ আনি দিব৷

মকৰ ৰাশি

কেতুৰ নক্ষত্ৰ গোচৰে চাকৰি আৰু ব্যৱসায়ত অভাৱনীয় সুযোগ আনি দিব মকৰ ৰাশিৰ জাতকৰ বাবে৷ এই সকলো সুযোগৰ কিমান সদ্ব্যৱহাৰ কৰিব সেয়া পৃথক প্ৰশ্ন৷ পৰিশ্ৰম কৰিলে তাৰ সুফল অৱশ্যেই পাব৷ পুৰণি বিনিয়োগৰ পৰা লাভ কৰিব পাৰে৷ এই সময়ত আপোনাৰ মনত শান্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
Next Post
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন