• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

2 months ago
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

5 hours ago
Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

6 hours ago
সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

7 hours ago
গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

8 hours ago
বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক চিট বেল্ট! চৰকাৰে কৰিছে ডাঙৰ ঘোষণা

9 hours ago
ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

10 hours ago
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

11 hours ago
মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

editor by editor
March 25, 2026
in অসম, জীৱনশৈলী, ৰাজনীতি
0
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
0
SHARES
798
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত বলিছে নিৰ্বাচনী ধুমুহা৷ ইতিমধ্যেই ২৩ মাৰ্চত নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা প্ৰতিগৰাকী প্ৰাৰ্থীয়েই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে৷ মনোনয়ন পত্ৰ দাখিলৰ পাছতেই চলি আছে মনোনয়ন পত্ৰ পৰীক্ষণৰ প্ৰক্ৰিয়া৷ বহু ৰাজনীতিবিদৰ মনোনয়ন পত্ৰত বিত্তীয় বিসংগতি বা অন্যান্য কিছু খেলিমেলি ধৰা পৰিছে৷

কেইবাজনো প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাৰো সম্ভাৱনা আছে বুলি চৰ্চাও চলিছে৷ পূৰ্বৰ মন্ত্ৰী অশোক সিংহালকে ধৰি বহু ৰাজনীতিবিদক লৈ চৰ্চা চলি থকাৰ মাজতে আহিছে পূৰ্বৰ বিধায়ক ৰমাকান্ত দেউৰীৰো কিছু খেলিমেলি থকাৰ কথা৷

ৰাতুল বৰা নামৰ নিৰ্বাচনী এজেণ্টে কৰা এখন আবেদন এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ পত্ৰখনত লিখা হৈছে ৰমাকান্ত দেউৰীৰ অন্য বিত্তীয় কেলেংকাৰী নাই, তেওঁৰ আছে পত্নী কেলেংকাৰীহে! কাৰণ ৰমাকান্তই মনোনয়ন দাখিলত দিয়া তথ্যত লুকুৱাইছে নিজৰ দুজনী পত্নী থকাৰ কথা৷ অৱশ্যে এই তথ্য কিমান সঁচা সেয়া পৰীক্ষণৰ অন্ততহে জানিব পৰা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
অসম

May 12, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

May 12, 2026
গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!
জীৱনশৈলী

গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

May 12, 2026
Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা
জীৱনশৈলী

Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

May 12, 2026
Next Post
গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন