• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

3 hours ago
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

8 minutes ago
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

27 minutes ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

55 minutes ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

1 hour ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

1 hour ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

2 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

3 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

3 hours ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

4 hours ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

4 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

editor by editor
March 28, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ক্ৰুইড অইলৰ দাম বৃদ্ধিৰ ওপৰিও হৰমুজ প্ৰণালী বন্ধ হোৱাৰ আশংকাত তেল আমদানিত যথেষ্ট প্ৰভাৱ পৰিছে৷ যুদ্ধ পৰিস্থিতিত বাঢ়ি থকা সমস্যাৰ মাজত চৰকাৰে তেল সংস্থাসমূহক ডাঙৰ স্বস্তি দি পেট্ৰল-ডিজেলৰ ওপৰত এক্সাইজ শুল্ক কমাই দিছে৷ ইৰানক কেন্দ্ৰ কৰি তৈয়াৰ হোৱা সংঘাতৰ কাৰণে বিশ্বৰ বিভিন্ন দেশত ইন্ধন সংকটে দেখা দিছে৷ পাকিস্তান, চীন, শ্ৰীলংকা, বাংলাদেশসহ বহু দেশে পেট্ৰল ডিজেলৰ দাম বঢ়াই দিছে৷ যাৰ ফলত মূল্যবৃদ্ধিৰ চাপ পৰিছে জনতাৰ ওপৰত৷
ভাৰত চৰকাৰে তেল সংস্থাসমূহৰ ওপৰত চাপ কমাবলৈ এক্সাইজ শুল্কত ৰেহাই দিছে৷ যাতে পেট্ৰল ডিজেলৰ দাম বঢ়োৱাৰ প্ৰয়োজন নহয়৷ আন্তৰ্জাতিক বজাৰত কেঁচা তেলৰ দাম বেৰেলে প্ৰতি ৭০ ডলাৰৰ পৰা বাঢ়ি হৈছে ১০৭ ডলাৰ৷ তেলৰ দাম বঢ়াৰ ফলত তেল সংস্থাসমূহত প্ৰতি লিটাৰ পেট্ৰলত প্ৰায় ২৪ টকা আৰু ডিজেলত প্ৰায় ৩০ টকা পৰ্যন্ত ক্ষতি হৈছে৷এ ই আৰ্থিক চাপ কমাবলৈ চৰকাৰে এক্সাইজ শুল্ক কমাই দিছে৷
চৰকাৰে পেট্ৰল ডিজেলৰ ওপৰত বিশেষ এক্সাইজ শুল্ক ১০ টকা কমাইছে৷ এই কমোৱাৰ ফলত পেট্ৰলত বিশেষ এক্সাইজ শুল্ক ৩ টকা আৰু ডিজেলত শূন্য হৈ গৈছে৷ এই শুল্ক কমোৱাৰ সুবিধা সাধাৰণ মানুহৰ নহয়, বৰং তেল সংস্থাসমূহেহে লাভ কৰিব৷ কিন্তু পৰোক্ষভাৱে সাধাৰণ মানুহো ইয়াৰ ফলত উপকৃত হব৷ কাৰণ সংস্থাসমূহৰ ক্ষতি কমিলে তেওঁলোকে পেট্ৰল ডিজেলৰ দাম বঢ়োৱাৰ প্ৰয়োজনবোধ নকৰে৷
জানি থোৱা ভাল যে জাহাজৰ ক্ৰুইড অইল, ৰিফাইনাৰিৰ পৰা আপোনাৰ বাহনৰ টেংক পৰ্যন্ত পাবলৈ কি কি ধৰণৰ কৰ বা শুল্ক যুক্ত হৈ আহে আৰু চৰকাৰে প্ৰতি লিটাৰ পেট্ৰলৰ পৰা কিমান আয় কৰে সেই কথা প্ৰায় বহুতেই নাজানে৷
ৰিফাইনাৰিৰ পৰা আপোনাৰ বাহনৰ টেংক পৰ্যন্ত পেট্ৰল-ডিজেল পাবলৈ একাধিক ধৰণৰ কৰ যুক্ত থাকে৷ তেলৰ দামৰ গঠন অনুসৰি ক্ৰুইড অইল বা ৰিফাইনিঙৰ অংশ প্ৰায় ৪৫ শতাংশ, কেন্দ্ৰীয় এক্সাইজ শুল্ক ২৫ শতাংশ, ৰাজ্য কৰ ২০ শতাংশ আৰু ডিলাৰ কমিছন ১০ শতাংশ৷

কেন্দ্ৰ চৰকাৰে প্ৰতি লিটাৰ পেট্ৰলত মুঠ ২১.৯০ টকা এক্সাইজ শুল্ক আদায় কৰে৷ যাৰ মাজত আছে

বেছিক এক্সাইজ শুল্ক- ১.৪০টকা
স্পেছিয়েল অতিৰিক্ত এক্সাইজ শুল্ক- ৩ টকা পূৰ্বে আছিল ১৩ টকা৷
কৃষি অৱকাঠামো আৰু উন্নয়ন চেছ- ২.৫ টকা
অতিৰিক্ত এক্সাইজ শুল্ক (ৰোড আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ চেছ)- ৫টকা

ডিজেলত মুঠ ১৭. ৮০ টকা এক্সাইজ শুল্ক,যাৰ মাজত-

বেছিক এক্সাইড শুল্ক- ১.৮০ টকা
স্পেছিয়েল অতিৰিক্ত এক্সাইজ শুল্ক- ০ (পূৰ্বে আছিল১০টকা)
কৃষি আৰু অৱকাঠামো উন্নয়ন চেছ- ৪টকা
অতিৰিক্ত এক্সাইজ শুল্ক (ৰোড আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ চেছ)- ২টকা
চৰকাৰে এক্সাইজ শুল্ক ১০ টকা কমোৱাৰ পাছত পেট্ৰলত এয়া ২১.৯০ টকাৰ পৰা কমি ১১. ৯০ টকা হৈছে আৰু ডিজেলত ১৭.৮০ টকাৰ পৰা কমি ৭.৮০ টকা হৈছে৷ এই তথ্যৰ পৰা বুজা যায় যে ৰিফাইনাৰিৰ পৰা আপোনাৰ ঘৰৰ বাহনলৈ আহোতে আহোতে পেট্ৰল-ডিজেলৰ দাম প্ৰায় দ্বিগুণ হৈ যায়৷ বেছ প্ৰাইছৰ ওপৰত বিভিন্ন কৰ আৰু চেছ যুক্ত হৈ চূড়ান্ত দাম নিৰ্ধাৰিত হয়৷
যদি আমি দিল্লীৰ হিচাপ চাওঁ তেন্তে প্ৰতি লিটাৰ পেট্ৰলত প্ৰায় ১৫.৪০ টকা ভেট আৰু কেন্দ্ৰ চৰকাৰে এক্সাইজ শুল্ক হিচাপে ২১.৯০ টকা আদায় কৰে৷ ইয়াৰোপৰি ডিলাৰ কমিছন প্ৰায় ৪.৪০ টকা৷ ফলত ৰিফাইনাৰিৰ পৰা ৭৪.৯৭ টকা প্ৰতি লিটাৰ দামত বাহিৰ হোৱা পেট্ৰল পাম্প পোৱালৈ হয়গৈ প্ৰায় ৯৪.৭৭ টকা প্ৰতি লিটাৰ৷৷
একেদৰে ৭১.৮১ টকা বেচ দামৰ ডিজেলৰ সৈতে ৩.০৩ টকা ডিলাৰ কমিছন আৰু ১২.৮৩ টকা ভেট যুক্ত হৈ হয়গৈ প্ৰায় ৮৭.৬৭ টকা প্ৰতি লিটাৰত৷ এক্সাইজ শুল্ক হৈছে এনে এক কৰ যি দেশত উৎপাদিত পণ্যৰ ওপৰত কেন্দ্ৰ চৰকাৰে আৰোপ কৰে৷ ই এক ধৰণৰ পৰোক্ষ কৰ৷ সাধাৰণতে মদ, পেট্ৰলিয়াম পণ্য, তামাক ইত্যাদিৰ ওপৰত এই কৰ আৰোপ কৰা হয়৷ যিসমূহ জি এছ টিৰ আওতাৰ বাহিৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
জীৱনশৈলী

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?
খাদ্য

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

March 28, 2026
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

March 28, 2026
Next Post
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.