• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 months ago
ভূ-গৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেঁকা হৈছে পৃথিৱীৰ অক্ষৰেখা! ডাঙৰ বিপদৰ আশংকা গৱেষকৰ!

4 hours ago
২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

5 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

লক্ষ্মীবাৰে ভাগ্যৰ সহায় পাব, অৰ্থলাভৰ যোগ আছে ৫ৰাশিৰ

6 hours ago
জোঁট বান্ধিব চন্দ্ৰ-সূৰ্যই, আৰ্থিক ক্ষতিৰ পৰা প্ৰেমত বাধা, মহাবিপদত এই ৪ৰাশি

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

8 hours ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

9 hours ago
আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

editor by editor
March 31, 2026
in জীৱনশৈলী
0
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ
0
SHARES
59
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ নালন্দাৰ শীতলা মন্দিৰত পদপিষ্ট হৈ ৮ তীৰ্থযাত্ৰীৰ মৃত্যু৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ১২ জন৷ প্ৰত্যেক মঙ্গলবাৰে কেইবাশ তীৰ্থযাত্ৰীয়ে নালন্দাৰ শীতলা মন্দিৰত পূজা কৰিবলৈ গৈছিল৷ ৩১ মাৰ্চ চ’ত মাহৰ মঙ্গলবাৰ৷ অত্যাধিক ভিৰ হৈছিল মন্দিৰত৷ লাইনত থিয় হৈ থকা তীৰ্থযাত্ৰীসকলৰ মাজত হঠাৎ ঠেলাহেঁচা আৰম্ভ হয়৷ তাৰপিছতেই পদপিষ্টৰ ঘটনা ঘটে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

ঘটনাস্থল নালন্দাৰ পৰা ৫ কিঃমিঃ দূৰৈৰ দীপনগৰ থানা এনেকাৰ মাঘৰা গাওঁত৷ তাতেই আছে শীতলা মন্দিৰ৷ এলেকাত উপস্থিত হয় স্থানীয় আৰক্ষী প্ৰশাসনৰ লোক৷ লগে লগে ঘটনাস্থলত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷

https://x.com/ANI/status/2038867640824037742?s=20

কিয় হৈছে এই পদপিষ্টৰ ঘটনা?

অত্যধিক ভিৰ হৈছিল মন্দিৰত তাতেই ঠেলাহেঁচাৰ মাজত এই পদপিষ্টৰ ঘটনা ঘটিছে৷ পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে বিহাৰৰ উপমুখ্যমন্ত্ৰী আৰু স্বৰাষ্ট্ৰমন্ত্ৰী সম্ৰাট চৌধৰীয়ে৷ যিসকলে দুৰ্ঘটনাত জখম হৈছিল তেওঁলোকৰ দ্ৰুত আৰোগ্য কামনাও কৰিছে৷

বিহাৰ চৰকাৰৰ তৰফৰ পৰা নিহতসকলৰ পৰিয়ালক মুঠ ৬ লাখ টকাৰ আৰ্থিক সাহায্যৰ ঘোষণা কৰা হৈছে৷ ইয়াৰ মাজতে ডিজেষ্টাৰ মেনেজমেণ্ট দপ্তৰৰ পৰা ৪ লাখ টকা আৰু মুখ্যমন্ত্ৰী ত্ৰাণ তহবিলৰ পৰা ২ লাখ টকা দিয়া হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০৩০লৈ পৃথিৱীত নাথাকিব স্মাৰ্টফোন! বিল গেটছে দিছে এই ভৱিষ্যতবাণী
জীৱনশৈলী

June 3, 2026
১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?
ক্ৰীড়া

১৫ বছৰতে একাউণ্টত কোটি কোটি টকা, কিন্তু এটকাও নিজে খৰচ কৰিব নোৱাৰিব বৈভৱে, নিজৰ ধন নিজেই কিয় নাপায় বৈভৱে?

June 3, 2026
এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক
জীৱনশৈলী

এইকেইটা কাৰণতে বন্ধ্যাত্বৰ চিকাৰ হয় পুৰুষ, বন্ধ্যাত্বৰ কাৰণ কি কি জানি থওক

June 3, 2026
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

June 3, 2026
Next Post
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন