অসম লাইভ ২৪ঃ ৰিলায়েন্স jioৰ গ্ৰাহকৰ বাবে সুখবৰ। ২০২১ বৰ্ষত জিঅ’ই দিছে নতুন অফাৰ। ১ জানুৱাৰীৰ পৰা আপুনি অন্য ফোনকল কৰিলে দিব নালাগে কোনোধৰণৰ ধন। কাৰণ iuc চাৰ্জৰ অন্ত পৰাৰ বাবেই jioৰ এই সিদ্ধান্ত। বৃহস্পতিবাৰে ৰিলায়েন্স jioয়ে এই কথা ঘোষণা কৰিছে। নতুন বছৰত jioৰ পৰা আন নেটৱৰ্কলৈ সকলো কল ফ্ৰী। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত ‘bill and keep’ৰ সময়সীমা বান্ধি দিছিল ১ জানুৱাৰী ২০২০ বৰ্ষলৈ। iuc কোম্পানীৰ কাৰণে বিগত ৩ বছৰ অন্য অপাৰেটৰকো ১৩,৫০০ কোটি টকা দিবলগীয়া হৈছিল jioই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ